Asomiya Pratidin

Asomiya Pratidin Official Page of Asomiya Pratidin. Asomiya Pratidin is a leading newspaper of this region for the last 18 years.

Asomiya Pratidin was established in the year 1995. Asomiya Pratidin is the only newspaper which has four editions. They are published from Guwahati, Dibrugarh, Bongaigaon and North Lakhimpur. Our immense popularity in Assam and North-east led to the inclusion of Asomiya Pratidin in the LIMCA BOOK OF RECORDS - 2008 as one of the most highly circulated newspapers in India. We are the only newspaper

house of the state to have appeared along with the likes of The Times of India, Dainik Bhaskar and Ananda Bazar Patrika. Jayanta Baruah and Asomiya Pratidin has also been awarded by our honourable Prime Minister Dr. Manmohan Singh in the year 2008 for the outstanding contribution of vernacular daily (ILNA).

06/01/2024

*ডিমাহাচাও জিলাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ।
*জিলাখনত বিজেপিৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ ।

06/01/2024

*মাজত মাত্ৰ কেইটামান দিন ।
*সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ।
*কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ’ব পক্ষী সংৰক্ষণ উৎসৱ ।

06/01/2024

সাদিন-প্ৰতিদিন গোষ্ঠীৰ ACHIEVER AWARDS ২০২৩ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানিৰ গুৰুত্বপূৰ্ণ ভাষণ....

06/01/2024

*নিৰ্মাণৰ দহ দিনৰ পাছতেই বখলা বখলে এৰাইছে কোটিটকীয়া পথ ।
*কৰিমগঞ্জত পথ নিৰ্মাণৰ কামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ ।

06/01/2024

*হোজাইৰ দক্ষিণ বিদ্যানগৰত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।
*অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় এজন লোকৰ বাসগৃহ ।

06/01/2024

*কণমানি শিল্পী গীতাৰ্থ গুঞ্জন বড়াৰ গীতে মুগ্ধ কৰিলে দৰ্শকক ।
*চৰাইদেউ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান ।

06/01/2024

* আৰক্ষীকো নেৰিলে! গোলাঘাটৰ ২নং কাবৰুগাঁৱত সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতি ।
*দুটা ফৈদৰ মাজত চলিছে শিলগুটিৰে আক্ৰমণৰ ঘটনা ।

06/01/2024

*পুৱাই মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ।
*তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে ট্ৰেফিক পইন্ট ।

05/01/2024

*কলাক্ষেত্ৰত আয়োজন হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ ২০২৩ ।
*কেইবাগৰাকী বিশিষ্ট, বৰেণ্য ব্যক্তিক 'এচিভাৰ এৱাৰ্ডছ' সন্মানেৰে সন্মানিত কৰা হয় ।
*প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকী সাংবাদিকক প্রদান কৰা হয় শ্রেষ্ঠ সাংবাদিকৰ বঁটা ।

05/01/2024

*গড় খেদিবলৈ জুবিন গাৰ্গৰ মুখত 'GO BACK' ধ্বনি ।
*মানাহ ৰাষ্ট্ৰীয় উদ্যানত জুবিন গাৰ্গৰ গাড়ীৰ ফালে খেদি আহিছিল এটা এশিঙীয়া গঁড়ে ।

05/01/2024

*উত্তৰ গুৱাহাটী ৰজাদুৱাৰত ভয়ংকৰ অগ্নিকাণ্ড

*প্ৰতিষ্ঠিত ব্যৱসায়ী বিচিত্ৰ মহন্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।

-সংসদ ভৱন আক্ৰমণৰ ঘটনা।৫ অভিযুক্তৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি দিল্লী আদালতৰ।
05/01/2024

-সংসদ ভৱন আক্ৰমণৰ ঘটনা।
৫ অভিযুক্তৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি দিল্লী আদালতৰ।

05/01/2024

*BTRত পুনৰ অস্ত্ৰৰ ঝনঝননি ।
*নিজৰ বাসগৃহতে দুৰ্বৃত্তই গুলীয়ালে এজনক ।
*পিষ্টলেৰে ভৰিত গুলীয়াই গোৰেশ্বৰৰ বালাবাৰীত ডকাইটি ।

জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামী
05/01/2024

জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামী

Address

Chandmari, Mamoni Roisom Goswami Path
Gauhati
781003

Alerts

Be the first to know and let us send you an email when Asomiya Pratidin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asomiya Pratidin:

Videos

Share

Our Story

Asomiya Pratidin is a leading Assamese daily established in 1995. Asomiya Pratidin, the lone publication of Assam, with four editions published simultaneously from Guwahati, Dibrugarh, Bongaigaon and North Lakhimpur. Due to its bold and idealistic nature, the publication has continuously and fearlessly unraveled truth and stories that matter thus it has maintained its leadership position in since inception.

Publication is a part of SADIN - PRATIDIN GROUP, the largest Media Conglomerate of North East India spread across PRINT, TV and DIGITAL.

Popularity of the publication in Assam and North-east led to the inclusion of Asomiya Pratidin in the LIMCA BOOK OF RECORDS - 2008 as one of the most highly circulated newspapers in India. We are the only newspaper house of the state to have appeared along with the likes of The Times of India, Dainik Bhaskar and Ananda Bazar Patrika.

Jayanta Baruah and Asomiya Pratidin has also been awarded by our honourable Prime Minister Dr. Manmohan Singh in the year 2008 for the outstanding contribution of vernacular daily (ILNA).


Other News & Media Websites in Gauhati

Show All