Journalistsbarta

  • Home
  • Journalistsbarta

Journalistsbarta Journalists Barta is an weekly Assamese newspaper published from Guwahati, Assam.It was started in t

JOURNALISTS  BARTA ৰ  26th October 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট  journalistsbarta@gmail.com ত উপলব্ধ
26/10/2025

JOURNALISTS BARTA ৰ 26th October 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট [email protected] ত উপলব্ধ

**এতিয়া আৰু জুবিন ক্ষেত্ৰত যা তা কৰিব নোৱাৰিব
23/10/2025

**এতিয়া আৰু জুবিন ক্ষেত্ৰত যা তা কৰিব নোৱাৰিব

23/10/2025

*বিজেপি দৰং জিলাৰ উদ্যোগত মঙলদৈত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ আহ্বানত বিশাল জনসমদল
* অসম বিজেপিৰ সভাপতি দিলিপ শইকীয়াৰ লগতে মন্ত্ৰী পিযুচ
হাজৰিকা আৰু বহু সংখ্যক লোকৰ অংশগ্ৰহণ


17/10/2025

@ দৰং জিলা বাৰ্তাজীৱী সংঘৰ অৱস্থান ধৰ্মঘট

@ জাৰ্নেলিষ্ট বাৰ্তা ,মংগলদৈ :

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত লগতে বাক্সাত কৰ্তব্যত সাংবাদিকক আক্ৰমণৰ প্ৰতিবাদত সম্পন্ন হয় অৱস্থান ধৰ্মঘট।
অসমত সাংবাদিকৰ ওপৰৰ আক্ৰমণ যথেষ্ঠ বৃদ্ধি পাইছে।
শেহতীয়াকৈ বাক্সা জিলাৰ নিকাচিত প্ৰায় দহ গৰাকীৰো অধিক সাংবাদিক আক্ৰমণৰ বলি হৈছিল, কেইবাখনো বাহন জ্বলাই দিয়া হৈছিল।
ধৰ্মঘটৰ জৰিয়তে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হয়।
লগতে ভৱিষ্যতে যাতে অসমত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত নহয় বা কোনো লোকে এই দুষ্কাৰ্য কৰিলে তৎকালীনভাৱে দোষীক কঠোৰ শাস্তি বিহিব পাৰি সেইয়া নিশ্চিত কৰিবলৈ সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন কঠোৰ আইন অসম বিধান সভাৰ আধিবেশনতে প্ৰণয়ন কৰাৰ বাবে দাবী জনায় দৰং জিলা বাৰ্তাজীৱী সংঘই।
উল্লেখযোগ্য যে দৰং জিলা বার্তাজীৱী সংঘৰ লগতে মঙলদৈ প্ৰেছ ক্লাব, জাৰ্নেলিষ্ট চাৰ্কোল অসম, আপকু, ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চৰ সদস্য সকলে ধৰ্মঘট কাৰ্যসূচীত অংশ লয়।

14/10/2025

গহপুৰৰ ৰাধেশ্যাম চাহু পৰিয়ালৰ ভূমিৰ নামজাৰী বাতিল কৰি পুৰণি ৫০ নং পট্টাৰ প্ৰকৃত পট্টাদাৰ স্বৰ্গীয় কনধৰ আহোমৰ উত্তৰাধিকাৰী — বলিন গগৈ, মিনটু গগৈ আৰু দিলীপ গগৈৰ নামত ভূমি নথিভুক্ত কৰিবলৈ আদেশ জাৰি কৰাৰ সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে বিভিন্ন তথ্য প্ৰকাশ স্বৰ্গীয় কনধৰ আহোমৰ পৰিয়ালৰ. .

গহপুৰৰ পৰা পৱন চুতীয়া

14/10/2025

মঙ্গলদৈত প্রাণৰ শিল্পী জুবিন গার্গৰ ন্যায় প্ৰদানৰ দাবীত দৰং জিলা ছাত্র সন্থাৰ উদ্যোগত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন । অতি শীঘ্ৰে শিল্পী গৰাকীক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।
Journalists barta, মঙ্গলদৈ


JOURNALISTS  BARTA ৰ  12 th October 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট  journalistsbarta@gmail.com ত উপলব্ধ
11/10/2025

JOURNALISTS BARTA ৰ 12 th October 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট [email protected] ত উপলব্ধ

JOURNALISTS  BARTA ৰ  5 th October 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট  journalistsbarta@gmail.com ত উপলব্ধ
04/10/2025

JOURNALISTS BARTA ৰ 5 th October 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট [email protected] ত উপলব্ধ

JOURNALISTS  BARTA ৰ  28 th September 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট  journalistsbarta@gmail.com ত উপলব্ধ
27/09/2025

JOURNALISTS BARTA ৰ 28 th September 2025 ৰ সংখ্যাটি আমাৰ ৱেবচাইট [email protected] ত উপলব্ধ

21/09/2025

# নিশা ১১ বজাটো সৰু সজাইত একেই ভিৰ জুবিন অনুৰাগীৰ।
# বোকা পানী গছকি জুবিনক চাবলৈ অনুৰাগীৰ ঠেলা হেঁচা । মুখে মুখে জয় জুবিন দা ।

@ কাহিলীপাৰা ঘৰত ছিংগাপুৰৰ পৰা ঘূৰি অহা নিথৰ জুবিন দা..@ চকু বন্ধ ৰাখিয়েই কথা পাতিলে পৰিয়ালৰ লগত,.....বহুত অবুজ কথা......
21/09/2025

@ কাহিলীপাৰা ঘৰত ছিংগাপুৰৰ পৰা ঘূৰি অহা নিথৰ জুবিন দা..

@ চকু বন্ধ ৰাখিয়েই কথা পাতিলে পৰিয়ালৰ লগত,.....বহুত অবুজ কথা....
হয়টো গৰিমা বৌ বা দেউতাকে সকলো বুজিলে .....

21/09/2025

@ জনসমুদ্ৰৰ মাজত জনপ্ৰিয় শিল্পী জুবিন দা, ইতিহাস ৰচিলে জুবিনৰ নিথৰ দেহে । জুবিনক ভালপোৱা অসমীয়াই দেখুৱাইছে জুবিন দা আচলতে কিমান মহান ।
@ ছিংগাপুৰৰ সমুদ্ৰত নিথৰ হব পাৰে কিন্তু জুবিন দাই চকু মুজি দেখি আছে মাতৃভূমিত কি আদৰ ।
@ জুবিন দাৰ বাবে আজি যেন নাই আহ্বান.... নিজেই ওলাই আহিছে ..জুবিন দা অমৰ হওঁক

Address


Alerts

Be the first to know and let us send you an email when Journalistsbarta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Journalistsbarta:

  • Want your business to be the top-listed Media Company?

Share