TIME24 NorthEast

  • Home
  • TIME24 NorthEast

TIME24 NorthEast This Is Official Page
THE NEWS NETWORK OF NORTHEAST

01/11/2025

গোৰেশ্বৰৰ কেৰ্পাভিঠাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম্ আবিৰ্ভাৱ মহোৎসব উৎযাপন।

01/11/2025

▶বিকাশ অসমৰ আত্মসমৰ্পন
▶কিছুদিন ধৰি আৰক্ষীয়ে সন্ধান পোৱা নাছিল বিকাশ অসমৰ
▶অৱশেষত দিশপুৰ থানাত আত্মসমৰ্পণ কৰে বিকাশে

31/10/2025
30/10/2025

কলিয়াবৰত বৃহত পৰিমানৰ জালনোট সহ এজনক আটক।

30/10/2025

গোসাঁইগাঁৱ প্ৰেছ ক্লাৱত সদৌ কোচৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছুৰ সংবাদমেল।

30/10/2025

তামুলপুৰত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল গণ প্ৰতিবাদী সমদল।

29/10/2025

টংলাৰ কলাইগাওঁ ৰণথলি বাগিচা ষ্টেডিয়ামত দহ সহস্ৰাধিক মহিলাৰ দ্বাৰা
বিশ্ব বৰেণ্য শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণীত" মায়াবিনী ৰাতিৰ বুকুত" শীৰ্ষক গীতৰ পৰিবেশন।

28/10/2025

তামুলপুৰত আৰ জে’চ্‌ কিটচেন হোটেল এণ্ড ৰেষ্টুৰেণ্ট মুকলি ৷

28/10/2025

📌তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
📌পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰি বছৰীয়া এটি কণমানি।

28/10/2025

♦️আজি কলিয়াবৰৰ ৩৫ হাজাৰ মহিলাক বিতৰণ কৰা হল মহিলা উদ্যমীতা আচনিৰ চেক।
♦️কলিয়াবৰৰ হাটবৰ খেলপথাৰত বিতৰণ কৰা হয় চেক।

28/10/2025

SITত হাজিৰ হৈ কি ক’লে ৰীতা চৌধুৰীয়ে৷

28/10/2025

পুণৰ বিতৰ্কত ৰঙিয়াৰ কে ডি আইৰণ কোম্পানী ।

Address


Telephone

+918761001753

Website

Alerts

Be the first to know and let us send you an email when TIME24 NorthEast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME24 NorthEast:

  • Want your business to be the top-listed Media Company?

Share