Spot News Assam

  • Home
  • Spot News Assam

Spot News Assam Spot NewsAssam guwahati

05/11/2025

ওদালগুৰিত আজিৰে পৰা অনুষ্ঠিত হৈছে শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ।

05/11/2025

ওদালগুৰিত NHM কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ।

05/11/2025

৪১সংখ্যক কলাইগাঁও শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত জনপ্ৰিয় অভিনেতা প্ৰবিত্ৰ ৰাভা।

04/11/2025

ওদালগুৰি জিলাৰ হৰিশিঙাত অহা ৫ নবেম্বৰৰ পৰা অনুষ্ঠিত হব ৰাস মহোৎসৱ

04/11/2025

ওদালগুৰি জিলা জেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ সংবাদমেল।

04/11/2025

কাইলৈৰ পৰা অনুষ্ঠিত হব ৪১সংখ্যক কলাইগাঁও শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ।
৫ নবেম্বৰৰ পৰা ১৫ নবেম্বৰলৈ অনুষ্ঠিত হব কলাইগাঁৱৰ ৰাস মহোৎসৱ খনি।

04/11/2025

নগাঁৱত চুলাই মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

03/11/2025

৫নবেম্বৰৰ পৰা অনুষ্ঠিত হব কলাই গাঁৱৰ ৰাস মহোৎসৱ

বাঁহীবাদক দীপক শৰ্মা আৰু নাই। জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী।
03/11/2025

বাঁহীবাদক দীপক শৰ্মা আৰু নাই। জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী।

02/11/2025

মায়া মাথো মায়া
গিৰীশ গৌতম

02/11/2025

মোৰ মনৰে কল্পনা
#দিক্ষীতা নাথ

02/11/2025

মুখ্যমন্ত্ৰীক উভতি ধৰিলে সংখ্যালঘূ নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজে।

হিমন্ত বিশ্ব শৰ্মাই মিঞা মুছলমানৰ বিৰুদ্ধে যুদ্ধ চলি থাকিব কৰা মন্তব্য লৈ প্ৰতিক্ৰিয়া

Address


Website

Alerts

Be the first to know and let us send you an email when Spot News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share