Apunar TV

Apunar TV Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Apunar TV, Digital creator, Guwahati, .

মনত অহা কথাবোৰ সাহস আৰু সততাৰে প্ৰকাশ কৰো ।
লগতে আপোনালোকৰ বাবে মনোৰঞ্জন ভিডিঅ'🎦

পেজটো follow কৰি আগবঢ়ায় নিয়ে🙏

অপেক্ষা 🙏 10000 Followers🏆
Message me if any wrong video uploaded

27/12/2024

অসমীয়াৰ ব্যভিচাৰী প্ৰেম বৰ্ষ ২০২৪

21/12/2024

টংলাৰ দুই শিশুক হত্যাৰ শাস্তি আমি দিম😡
পুলিচে দোষীক ৰাইজক‌ গতাই দিয়ক
#টংলা

😂 তোমাৰ নাম কি?উওৰ: ব্লেক টাইগাৰ চিমেণ্ট
10/12/2024

😂 তোমাৰ নাম কি?
উওৰ: ব্লেক টাইগাৰ চিমেণ্ট

23/10/2024

ট্ৰেভেল এজেঞ্চীৰ নামটো এতিয়াও কিয় ৰাজহুৱা কৰা নাই?
ডিম্পু বৰুৱাই ট্ৰেভেল এজেঞ্চীৰ পৰা টকা ললে নেকি?

Dimpu Baruah

❌ফণীভূষণ চৌধুৰী অৱশেষত ভুল কৰিলে কিয়?বৰ্তমান সময়ৰ ৰাজ্যৰ ৰাজনীতিৰ এজন‌ ভদ্ৰ, সত, সাধাৰণ ৰাইজৰ নেতা হিচাপে পৰিচিত ব্যক্...
21/10/2024

❌ফণীভূষণ চৌধুৰী অৱশেষত ভুল কৰিলে কিয়?

বৰ্তমান সময়ৰ ৰাজ্যৰ ৰাজনীতিৰ এজন‌ ভদ্ৰ, সত, সাধাৰণ ৰাইজৰ নেতা হিচাপে পৰিচিত ব্যক্তি অগপ নেতা তথা বঙাইগাঁওৰ ৫বাৰৰ বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফনীভুষন চৌধুৰী ।

অৱশেষত জীৱনৰ শেষ ৰাজনৈতিক সময়ত ইচ্ছাকৃতভাৱে হওক বা অনা ইচ্ছাকৃতভাৱে অগপৰ শক্তিশালী শেষ দুৰ্গ বঙাইগাঁওৰ পৰা অগপ দল‌ শেষ কৰি অহা ২০২৬ ৰ নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় দলক আসনখন সাজূ কৰি দিলে ।

বৰ্তমান উপ নিৰ্বাচনত নিজৰ পত্নীক টিকট দি অগপ দলক বঙাইগাঁওৰ পৰা শেষ কৰাৰ পৰিকল্পনা আজিৰ পৰা কিছু মাহ আগৰ লোক সভাৰ নিৰ্বাচনৰ আগতে তৈয়াৰ কৰা হৈছিল । কোনে কৰিছিল সকলোৱে জানে মাথো বয়োজেস্ঠ সেইসময়ৰ বিধায়ক ফনীভুষন চৌধাৰীএ জনা নাছিল নেকি? অগপৰ মুখ্য নেতা অতুল বৰা আৰু কেশব মহন্তই জনা নাছিল?😆

সন্মানীয় ফনীভুষন চৌধাৰী ডাঙৰীয়া নিজ পত্নীক মাএ ১৮ মাহ মানৰ বাবে বিধায়িকা কৰাৰ ভুল নকৰি বঙাইগাঁওত অগপক আৰু ১৮ বছৰ শক্তিশালী কৰি ৰখাৰ চিন্তা কৰক । কিয়নো অহা ২০২৬ ৰ নিৰ্বাচনত এনেয়ো আপোনাৰ পত্নীক টিকট নিদিব গতিকে ১৮ মহীয়া বিধায়িকা হোৱাৰ লোভ এৰক ।

এজন সত, ভদ্ৰ, সাধাৰণ ৰাইজৰ নেতা হিচাপে পৰিচিত আপুনি গতিকে নিজৰ এই পৰিচয় বজাই ৰাখিবলৈ চেষ্টা কৰক

#ফণীভূষণচৌধুৰী #অগপ

13/10/2024

সৰ্ববৃহৎ মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন

13/10/2024

Live মা দুৰ্গা বিসৰ্জন

03/10/2024

📍অৱশেষত এটি ভাল খবৰ
😀অসমৰ সকলো লটাৰী নিষিদ্ধ ঘোষণা কৰিল গুৱাহাটী উচ্চ ন্যায়ালয়ে

03/10/2024

এখন এখনকৈ প্ৰায় সকলো কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ পৰা আছুৰ বিদায় অৱস্থা কিয়?

26/09/2024

অৱশেষত অন্ধবিশ্বাস ৰানীৰ বিৰুদ্ধে গোচৰ ৰুজু
চয়তানৰ তেজ খোৱা কাহিনী প্ৰচাৰ কৰে কেলা😡
ধন্যবাদ

21/09/2024

দুৰ্গা পূজা আহিলে হোটেল ৰেস্তোৰাঁৰ খাদ্যৰ মূল্য সলনি কিয়?

18/09/2024

Destination আয়োজন বৰ বিপদজনক
এগৰাকীয়ে Destination wedding পাতি জেলত গ'ল
আৰু এজনে Destination Birthday আয়োজন কৰি সদৌ অসম @ #&£€ সন্থাৰ সম্পাদক তথা প্ৰাথমিক সদস্য পদ হেৰুৱালে

15/09/2024

ADRE পৰীক্ষাত চেকিঙৰ নামত হোৱা চুড়ান্ত ব্যাভিচাৰিতা🥲
এগৰাকী পৰীক্ষাৰ্থীয়ে নিজে মুখে কি বৰ্ণনা কৰিলে চাওকচোন

Centre -Swahid smriti senior secondary school, Belsor,Nalbari

15/09/2024

ADRE 2.0 Guwahati road situation

14/09/2024

2.0
আধুনিক স্বচ্ছ নিকা চৰকাৰখনে নেটৱৰ্কক জেমাৰ বুলি বস্তু এটিৰ বিষয়ে কিয় নাজানে?
সাধাৰণ ৰাইজে নিজৰ টকাৰে ৰিচাৰ্জ কৰা নেটৱৰ্ক বন্ধ কৰাৰ অধিকাৰ চৰকাৰৰ নাই

12/09/2024

🚨নজনাকৈ লটাৰী টিকট নিকিনিব
📌আগতে জানি লওক কোন ৩৫ খন লটাৰী খেল আদালতে বন্ধ কৰিছে
📌অসম পুলিচে সোনকালে বন্ধ কৰা বাকী ৩৪ খন লটাৰী খেলৰ নাম ৰাজহুৱা কৰিব লাগে

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Apunar TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Apunar TV:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share