Public News NE

  • Home
  • Public News NE

Public News NE আমি নিৰপেক্ষ নহয়,আমি সত্যৰ পক্ষত ✊
(3)

11/01/2026

⭕ কোকৰাঝাৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক আৰক্ষীৰ এনকাউন্টাৰ।
⭕ আৰক্ষীৰ গুলীত আহত অভিযুক্ত ৰফিকুল ইছলাম।
⭕ ধৰ্ষণৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ হৈছিল ৰফিকুল ইছলাম।
⭕ গোচৰৰ তদন্তৰ সময়ত আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা ৰফিকুল ইছলামৰ।
⭕ বৰ্তমান কোকৰাঝাৰ RNB অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অভিযুক্ত ৰফিকুল ইছলাম।

⭕ কোকৰাঝাৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক আৰক্ষীৰ এনকাউন্টাৰ। ⭕ আৰক্ষীৰ গুলীত আহত অভিযুক্ত ৰফিকুল ইছলাম। ⭕ ধৰ্ষণৰ অভিযোগত শনিবাৰে...
11/01/2026

⭕ কোকৰাঝাৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক আৰক্ষীৰ এনকাউন্টাৰ।
⭕ আৰক্ষীৰ গুলীত আহত অভিযুক্ত ৰফিকুল ইছলাম।
⭕ ধৰ্ষণৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ হৈছিল ৰফিকুল ইছলাম।
⭕ গোচৰৰ তদন্তৰ বাবে লৈ যোৱাৰ সময়ত আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা ৰফিকুল ইছলামৰ।
⭕ বৰ্তমান কোকৰাঝাৰ RNB অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অভিযুক্ত ৰফিকুল ইছলাম।

11/01/2026

⭕ বাসুগাঁ‌ও আঞ্চলিক আক্ৰাছুৰ কাৰ্য্যলয়ত দোমাসী উৎসৱ আৰু ৰাখালভাত অনুষ্ঠানৰ আয়োজন।
⭕ আজি লাইখূটা স্থাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বাসুগাঁ‌ও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধক্ষ্য লোকনাথ বৰ্মনে।

11/01/2026

⭕ আজি অৰ্থাৎ ১১ জানুৱাৰী তাৰিখে ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৬ বজালৈ বিশ্ব হিন্দু মহাসংঘৰ ১২ ঘন্টীয়া কোকৰাঝাৰ চহৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

⭕ হিন্দু যুৱতীৰ সৈতে জঘন্য কাণ্ড কৰাক লৈ অধিক উওপ্ত কোকৰাঝাৰ।⭕ ১১ জানুৱাৰী তাৰিখে ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৬ বজালৈ ১২ ঘ...
10/01/2026

⭕ হিন্দু যুৱতীৰ সৈতে জঘন্য কাণ্ড কৰাক লৈ অধিক উওপ্ত কোকৰাঝাৰ।
⭕ ১১ জানুৱাৰী তাৰিখে ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৬ বজালৈ ১২ ঘন্টীয়া কোকৰাঝাৰ চহৰ বন্ধ ঘোষণা বিশ্ব হিন্দু মহাসংঘৰ কোকৰাঝাৰ জিলা সমিতিৰ।

10/01/2026

⭕ হিন্দু যুৱতীৰ সৈতে জঘন্য কাণ্ড কৰাক লৈ অধিক উওপ্ত কোকৰাঝাৰ।
⭕ ধুবুৰী জিলাৰ বালাজানৰ পৰা পিকনিক খাবলৈ অহা গাড়ীত কোকৰাঝাৰত আক্ৰমণ দূৰ্বৃত্তৰ।
⭕ বাচখনত আছিল স্কুলীয়া ছাত্ৰ ছাত্ৰী।
⭕ কোকৰাঝাৰত নিশা পৰিস্থিতি অধিক ভয়াৱহ হোৱাত জাৰি কৰা হৈছে BNSS 163 ধাৰা।
⭕ কোকৰাঝাৰত মোতায়ন বিশাল আৰক্ষী বাহিনী।
⭕ সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰখাই আহ্বান প্ৰশাসনৰ।

⭕ কোকৰাঝাৰ জিলাত BNSS 163 ধাৰা জাৰি।
10/01/2026

⭕ কোকৰাঝাৰ জিলাত BNSS 163 ধাৰা জাৰি।

10/01/2026

⭕ কোকৰাঝাৰ সদৰ থানা ঘেৰাও স্থানীয় ৰাইজৰ।
⭕ থানা ঘেৰাওৰ পিছতে থানাৰ সন্মুখতে পথ অৱৰোধ কাৰ্যসূচী স্থানীয় জনতাৰ।
⭕ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত পাথৰঘাটত এগৰাকী মানসিক বিকাৰগ্ৰস্থ যুৱতীক এজন বিশেষ সম্প্ৰদায়ৰ লোকে ধৰ্ষণ কৰাৰ অভিযোগ।

10/01/2026

⭕ গোসাঁইগাঁৱৰ জয়মাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মকড্ৰিল।
⭕ গেছ বা জুইৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰে সজাগতা।

10/01/2026

⭕ উত্তৰ দিনাজপুৰ জিলাৰ মেহেন্দীগাওঁ প্ৰাইমাৰী স্কুল খেলপথাৰত ৫ দিনীয়াকৈ কোচৰাজবংশী লোকনৃত্যৰ কৰ্মশালা অনুষ্ঠিত।
⭕ উক্ত কোচৰাজবংশী লোকনৃত্যৰ কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে।
⭕ কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অসমৰ কোচৰাজবংশী লোকশিল্পী লক্ষ্মী দেৱী,সহ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কুমকুম ৰায় আৰু বিস্তি বৰ্মন।

09/01/2026

⭕ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য ডাঃ ৰণোজ পেগুৰ।
⭕ ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন।

09/01/2026

⭕ গোসাঁইগাঁও পৌৰসভাৰ নৱগঠিত সমিতিখনৰ আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ আৰু কাৰ্য্যভাৰ হস্তান্তৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

Address


Website

Alerts

Be the first to know and let us send you an email when Public News NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Public News NE:

  • Want your business to be the top-listed Media Company?

Share