NKTV Assam

NKTV Assam Welcome to NKTV India – the digital English page of Satellite News Channel, NKTV 24X7. News update NKTV India is in English & Hindi language.
(1)

NKTV India is a page for the evolved and informed news consumer seeking information and news of Assam in particular and the northeast of India in general. It is local in essence and seeks to reach a global audience with news, views and opinions on a variety of topics related to Assam; it creates content for the consumption of the citizens of the world who are interested in keeping themselves abrea

st of Assam and northeast India. The page delivers news and information through the whole gamut of delivery vehicles that it sources from its parent Assamese satellite TV channel, NKTV 24X7. The page contains videos and web links for dissemination of the news that matter, creating palatable content for the global news consumer. NKTV the channel and its subsidiary digital media, are promoted by successful entrepreneur Nipon Kumar Talukdar and its young, dynamic group of journalists are steered by the able leadership of veteran and renowned journalist Manoj Kr Goswami.

12/12/2023

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

▶️কৰ আয়ুক্ত পল্লৱ গোপাল ঝাক সাময়িকভাৱে কামৰূপ (মঃ)ৰ আয়ুক্তৰ দায়িত্ব। ৯ৰ পৰা ১৫ ডিচেম্বৰলৈ ছুটীত আছে কামৰূপ (মঃ)ৰ আয়ুক্ত ...
11/12/2023

▶️কৰ আয়ুক্ত পল্লৱ গোপাল ঝাক সাময়িকভাৱে কামৰূপ (মঃ)ৰ আয়ুক্তৰ দায়িত্ব। ৯ৰ পৰা ১৫ ডিচেম্বৰলৈ ছুটীত আছে কামৰূপ (মঃ)ৰ আয়ুক্ত সুমিত ছাত্তাৱান। এই সময়ছোৱাৰ বাবে ঝাক জিলাখনৰ ভাৰপ্ৰাপ্ত আয়ুক্তৰ দায়িত্ব অৰ্পণ।

Protech Guwahati Premier Football League starts
11/12/2023

Protech Guwahati Premier Football League starts

Protech Guwahati Premier Football League starts. The Protech Guwahati Premier Football League kicks off. Here's the brief score-DBI vs Young AmateurClubYoung Amateur Club defeated DBI by 4-2ScorersFor Young Amateur ClubBrojen Mushahary 17 mins and 58

▶️ত্ৰিপুৰা পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ ৰূপে নিযুক্তি দিয়া হৈছে সৌৰভ গাংগুলীক।
11/12/2023

▶️ত্ৰিপুৰা পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ ৰূপে নিযুক্তি দিয়া হৈছে সৌৰভ গাংগুলীক।

▶️ পূৰ্ণগতিত অব্যাহত আছে অযোধ্যা বিমান বন্দৰৰ নিৰ্মাণকাৰ্য।
11/12/2023

▶️ পূৰ্ণগতিত অব্যাহত আছে অযোধ্যা বিমান বন্দৰৰ নিৰ্মাণকাৰ্য।

11/12/2023

খাৰিজ হ’ব নেকি বন্দনা কলিতাৰ জামিনৰ ৰায়?
পুনৰ জে’ললৈ যাব নেকি ঘাতক বন্দনা?
কি কাৰণত বন্দনা কলিতাই লাভ কৰিলে জামিন?
চাৰ্জশ্বীটত ভুল ব্যাখ্যা নে বিসংগতি?
কাৰ হাতলৈ যাব মৃত শংকৰী-অমৰৰ বিশাল সম্পত্তিৰ চাবি-কাঠী?
অমৰজ্যোতিৰ নাৰেংগীস্থিত বাসগৃহত কি চলিছে এতিয়া?
এবছৰে ভাৰাতীয়াই কিয় পৰিশোধ কৰা নাই ভাৰা?
সকলো সামৰি সুকল্যাণ আৰু শ্যামলীৰ সৈতে ‘ৰিপ’ৰ্টাৰ্ছ ফাইল’

11/12/2023

মোদীৰ লগত লাচিতৰ কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে?
ৰাজ্য কঁপোৱা ‘কা’ আন্দোলনৰ চাৰিটা বছৰ
তেতিয়া কঁপিছিল, এতিয়া নিটাল মাৰিলে
দল-সংগঠনে পাহৰিলে ‘কা’ৰ কথা!
জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানেই বলৱৎ হ’ব
উচ্চতম ন্যায়ালয়ৰ ৰায়ত কাৰ কি প্ৰতিক্ৰিয়া?
‘অখ্যাত’ মোহন যাদৱ কাৰ বলত হ’ল মধ্য প্ৰদেশৰ CM?
কংগ্ৰেছ সাংসদৰ ঘৰত ওলায়েই আছে শ শ কোটি টকা
টকা গণি ভাগৰিছে অৰ্ধশতাধিক কৰ্মচাৰী
ইটোৰ পিছত সিটোকৈ বিকল হৈছে টকা গণা মেচিন
APSC কেলেংকাৰিৰ গ্ৰেপ্তাৰৰ সংখ্যা ৬লৈ বৃদ্ধি
গ্ৰেপ্তাৰৰ তালিকাত আৰু কাৰ কাৰ নাম?
কয়লা-চুপাৰি ছিণ্ডিকেট পুৰণি হ’ল...
এইবাৰ গুৱাহাটীত ‘টেক্সি’ ছিণ্ডিকেট'

11/12/2023

কেশৱ মহন্তৰ বিভাগৰ বিষয়া-কৰ্মচাৰীক ধমক পীযূষৰ
ৰাজহুৱা সভাতেই চাকৰিৰ পৰা নিলম্বন কৰাৰ ধমক
দিল্লীত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মোদীৰ লগত লাচিতৰ কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে?
ৰাজ্য কঁপোৱা ‘কা’ আন্দোলনৰ চাৰিটা বছৰ
তেতিয়া কঁপিছিল, এতিয়া নিটাল মাৰিলে
দল-সংগঠনে পাহৰিলে ‘কা’ৰ কথা!
জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানেই বলৱৎ হ’ব
উচ্চতম ন্যায়ালয়ৰ ৰায়ত কাৰ কি প্ৰতিক্ৰিয়া?
‘অখ্যাত’ মোহন যাদৱ কাৰ বলত হ’ল মধ্য প্ৰদেশৰ CM?
কংগ্ৰেছ সাংসদৰ ঘৰত ওলায়েই আছে শ শ কোটি টকা
টকা গণি ভাগৰিছে অৰ্ধশতাধিক কৰ্মচাৰী
ইটোৰ পিছত সিটোকৈ বিকল হৈছে টকা গণা মেচিন
APSC কেলেংকাৰিৰ গ্ৰেপ্তাৰৰ সংখ্যা ৬লৈ বৃদ্ধি
গ্ৰেপ্তাৰৰ তালিকাত আৰু কাৰ কাৰ নাম?
কয়লা-চুপাৰি ছিণ্ডিকেট পুৰণি হ’ল...
এইবাৰ গুৱাহাটীত ‘টেক্সি’ ছিণ্ডিকেট
‘কমলাক্ষ দে’ পুৰকায়স্থ কোন?’
আনৰ নহয়, এইবাৰ প্ৰশ্ন কংগ্ৰেছ বিধায়কৰেই
কথাতে কয়, ‘কপাল নহয় এয়া চোতাল’
১০০ টকাত ৰেঞ্জ ৰ’ভাৰ পালে ট্ৰেক্টৰ চালকে

11/12/2023

▶️ ৰাজ্যৰ এটা বহুচৰ্চিত বিষয় ন-অসমীয়া বা নতুন অসমীয়া
▶️ পূৰ্ববংগৰ পৰা আহি অসমৰ বায়ু-পানীত জীন যোৱাসকল ন-অসমীয়া
▶️ এই আখ্যা দিছিল ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱীয়ে
▶️ হোমেন বৰগোহাঞিয়েও এইসকলক অভিহিত কৰিছিল ন-অসমীয়া বুলি
▶️ ন-অসমীয়াৰ সংজ্ঞা সৃষ্টিৰ আঁৰত একাংশ বুদ্ধিজীৱী: মুখ্যমন্ত্ৰী
▶️ সন্দেহযুক্ত বাংলাদেশীক মাটি বিক্ৰী নকৰিবলৈও আহ্বান মুখ্যমন্ত্ৰীৰ
▶️ ‘NRC পুনৰীক্ষণৰ বাবেও প্ৰচেষ্টা হাতত ল’ব চৰকাৰে’
▶️ মুখ্যমন্ত্ৰীৰ বক্তব্যই পমুৱা মুছলমানৰ অসমীয়াকৰণত বাধা দিব নেকি?
▶️ ‘অন্য ৰাজ্য’ৰ পৰা অহা ন-অসমীয়াসকলৰ কি হ’ব?
▶️ হিমন্ত বিশ্ব চৰকাৰৰ এয়া দ্বৈত স্থিতি নেকি?
▶️ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াকো বাধা দিব নেকি মুখ্যমন্ত্ৰীৰ বক্তব্যই?
▶️ সবিশেষ আলোচনা ‘দৰবাৰ’ত – ন-অসমীয়াক লৈ নতুন ৰাজনীতি
▶️ শাসক-বিৰোধীৰ বিতৰ্কৰে Consulting Editor প্ৰণয় বৰদলৈৰ অনুষ্ঠান ‘দৰবাৰ’

11/12/2023

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত এখন নতুন মুখ
শিৱৰাজ সিং, জ্যোতিৰাদিত্যক আঁতৰাই কোন এই নতুন CM ডাঃ মোহন যাদৱ?
ৰাজেন্দ্ৰ শুক্লা, জগবীৰ দেউৰা মধ্য প্ৰদেশৰ নতুন উপ মুখ্যমন্ত্ৰী
নৰেন্দ্ৰ সিং তোমৰ হ’ব ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ
কাইলৈ চূড়ান্ত হ’ব ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম
এই ঘোষণা ৰাজস্থানৰ পৰ্যৱেক্ষক ৰাজনাথ সিঙৰ
খুঁটি এৰা নাই বসুন্ধৰাই, অধ্যক্ষ পদতো নবহে তেওঁ
মঙলবাৰে বিধায়িনী বৈঠকত লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত
APSC কেলেংকাৰি : অন্যতম অভিযুক্ত নন্দবাবু সিন্হাক গ্ৰেপ্তাৰ
কেলেংকাৰিত অভিযুক্ত আন ৪ ৰাজপত্ৰিত বিষয়াকো জেৰা SITৰ

11/12/2023

Assam Chief Minister Dr. Himanta Biswa Sarma met Prime Minister Narendra Modi at Parliament House here on Monday and discussed a gamut of issues with him.In course of the interactions, the Chief Minister briefed the Prime Minister on the ongoing pro-

11/12/2023

Minister for Housing and Urban Affairs Ashok Singhal today conducted a thorough inspection of pivotal development projects in Tezpur Town. Commencing the day's agenda, he scrutinized the meticulous implementation of the Forest Rights Act, 2006, in So

11/12/2023

জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানেই বলৱৎ হ’ব। ২০১৯ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে জন্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যা...

11/12/2023

টকা গণি গণি ভাগৰিছে অৰ্ধশতাধিক কৰ্মচাৰীঅহৰহ চলি আছে ২৫ টকা গণা মেচিন৩৫৩ কোটি টকা গণনা শেষ হৈছে...কংগ্ৰেছৰ ঝাৰখণ্ড....

11/12/2023

তেজপুৰ চহৰত নিৰ্মীয়মান ১০০০ আসনযুক্ত টাউন হল আৰু সংহত ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰশোণিতপুৰ জি...

কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আৱেদন পত্ৰ সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ
11/12/2023

কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আৱেদন পত্ৰ সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ

11/12/2023

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত এখন নতুন মুখ
শিৱৰাজ সিং, জ্যোতিৰাদিত্যক আঁতৰাই কোন এই নতুন CM ডাঃ মোহন যাদৱ?
ৰাজেন্দ্ৰ শুক্লা, জগবীৰ দেউৰা মধ্য প্ৰদেশৰ নতুন উপ মুখ্যমন্ত্ৰী
নৰেন্দ্ৰ সিং তোমৰ হ’ব ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ
কাইলৈ চূড়ান্ত হ’ব ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম
এই ঘোষণা ৰাজস্থানৰ পৰ্যৱেক্ষক ৰাজনাথ সিঙৰ
খুঁটি এৰা নাই বসুন্ধৰাই, অধ্যক্ষ পদতো নবহে তেওঁ
মঙলবাৰে বিধায়িনী বৈঠকত লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত
APSC কেলেংকাৰি : অন্যতম অভিযুক্ত নন্দবাবু সিন্হাক গ্ৰেপ্তাৰ
কেলেংকাৰিত অভিযুক্ত আন ৪ ৰাজপত্ৰিত বিষয়াকো জেৰা SITৰ
ধীৰাজ কুমাৰ জৈন, দীপাংকৰ দত্ত লহকৰ, অমিত ৰাজ চৌধুৰীক জেৰা
আকৌ ঘোচ লৈ হাত দাঙিলে লাটমণ্ডলে
এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত বঙাইগাঁৱৰ লাটমণ্ডল সুধীৰ পাল
জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰৰ সিদ্ধান্তক অনুমোদন উচ্চতম ন্যায়ালয়ৰ
কাশ্মীৰত সুকীয়া সংবিধান নহয়, বলৱৎ ৰ’ব ভাৰতীয় সংবিধান
অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ সিদ্ধান্তক বৈধ আখ্যা SCৰ

11/12/2023

Assam Chief Minister Dr.Himanta Biswa Sarma called on Union Minister for Railways, Ashwini Vaishnaw at Rail Bhawan here on Monday. The Chief Minister and the Union Minister for Railways had discussion on the roadmap to enhance and modernise rail infr

11/12/2023

APSC কেলেংকাৰি : অন্যতম অভিযুক্ত নন্দবাবু সিন্হাক গ্ৰেপ্তাৰ
কেলেংকাৰিত অভিযুক্ত আন ৪ ৰাজপত্ৰিত বিষয়াকো জেৰা SITৰ
ধীৰাজ কুমাৰ জৈন, দীপাংকৰ দত্ত লহকৰ, অমিত ৰাজ চৌধুৰীক জেৰা
আকৌ ঘোচ লৈ হাত দাঙিলে লাটমণ্ডলে
এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত বঙাইগাঁৱৰ লাটমণ্ডল সুধীৰ পাল
জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰৰ সিদ্ধান্তক অনুমোদন উচ্চতম ন্যায়ালয়ৰ
কাশ্মীৰত সুকীয়া সংবিধান নহয়, বলৱৎ ৰ’ব ভাৰতীয় সংবিধান
অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ সিদ্ধান্তক বৈধ আখ্যা SCৰ
জম্মু-কাশ্মীৰক ভাৰতৰ অভিন্ন অংগ অভিহিত উচ্চতম ন্যায়ালয়ৰ
জম্মু-কাশ্মীৰত ৩০ ছেপ্টেম্বৰৰ ভিতৰত হ’ব বিধানসভা নিৰ্বাচন
CJI ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায়
ৰাজ্যত আকৌ এনকাউণ্টাৰ, আৰক্ষীৰ গুলী চলিল দেৰগাঁৱত
গভাইত চোৰ লাগান চাহানীক এনকাউণ্টাৰ দেৰগাঁও আৰক্ষীৰ
নিযুক্তি পায়েই নিলম্বিত হ’বলগীয়া হ’ল ৫ আৰক্ষী জোৱান

11/12/2023

নিযুক্তি পায়েই নিলম্বিত হ’বলগীয়া হ’ল ৫ আৰক্ষী জোৱান
বাৰ্মিজ চুপাৰি ছিণ্ডিকেটক সহযোগ, নিলম্বিত ৫ নৱ-নিযুক্ত আৰক্ষী
ছিণ্ডিকেটত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৫ জোৱান
জাতীয় দল-সংগঠনে পাহৰিলে CAAৰ কথা
CAA আন্দোলনৰ ৪ বছৰ পূৰ্তিত নিৰ্বিকাৰ দল-সংগঠন
৬টাকৈ বান্দৰ চিকাৰ কৰি জে’ললৈ গ’ল হাইলাকান্দিৰ ৬জন
মিজোৰামলৈ বান্দৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কেউজন
বন বিভাগৰ অভিযানত জব্দ ৩টা বন্দুকসহ এখন বাহন
মাকুমৰ বেতজান চাহবাগিচাত এগৰাকী মহিলাক শিৰশ্ছেদ
হত্যাত অভিযুক্ত দীপক বৰাইকৰ মাকুম থানাত আত্মসমৰ্পণ

11/12/2023

এই মুহূৰ্তৰ BIG BREAKING

11/12/2023

BIG BREAKING
মধ্য প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ

11/12/2023

▶️ জম্মু-কাশ্মীৰত বলৱৎ হ’ব ভাৰতৰ সংবিধান
▶️ উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায়
▶️ ‘কেব’ গৈ ‘কা’ হোৱা ৪টা বছৰ অতিক্ৰম কৰিলে।
▶️ ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনটোতে সংসদত গৃহীত হৈছিল ‘কা’
▶️ পূৰ্ণগতিত চলিছে APSC কেলেংকাৰিৰ তদন্ত
▶️ আজি SITএ ৪ অভিযুক্তক চলাই জেৰা
▶️ নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত উত্তেজনা
▶️ চিকিৎসকৰ বিৰুদ্ধে মহিলাক অশালীন ব্যবহাৰৰ অভিযোগ

11/12/2023

আপুনি চাই আছে মন্থন

11/12/2023

আপুনি কেনেদৰে হ’ব সফল?
যিকোনো ক্ষেত্ৰত আপুনি কিদৰে সফলতাক আঁকোৱালি ল’‍ব?
ব্যৰ্থতাক আঁতৰাবলৈ আপুনি কি কি কৰিব লাগিব?
সকলো ব্যক্তিৰে জন্ম হয় সাফল্য লভিবলৈ
Born to Win এই কথাষাৰ সকলো ব্যক্তিৰ ক্ষেত্ৰত খাটে
কিন্তু Born to Winৰ মৰ্মাৰ্থ একাংশ ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হয়
কিয় সকলোৱে জীৱনত সাফল্য অৰ্জন কৰিব নোৱাৰে?
কিয় আপুনি-মই ‍Born to Win হ’ব নোৱাৰো?
সকলো সফল ব্যক্তিও জীৱনত সন্মুখীন হয় বাধাৰ
জীৱন পৰিক্রমাত সন্মুখীন হয় বিভিন্ন চাপৰ
বিভিন্ন সময়ত সন্মুখীন হ’‍বলগীয়া হয় হতাশাৰ
চাপৰ প্রত্যাহ্বান আপুনি কিদৰে জিনিব?
হতাশাক আপুনি কিদৰে বিদূৰ কৰিব?
আপুনি জীৱনত সফল হোৱাৰ মন্ত্র জানিব বিচাৰে নেকি?
কি পদক্ষেপে আপোনাক লৈ যাব উন্নতিৰ শিখৰলৈ?
নতুন উদ্যোগ আৰম্ভ কৰাৰ পূৰ্বে কি প্রস্তুতিৰ প্রয়োজন?
ব্যৰ্থতাক এৰি সফলতাৰ পথত কেনেকৈ আগুৱাব?
জানিবলৈ চাওক NKTVৰ ইতিবাচক বিষয়ৰ অনুষ্ঠান YES WE CAN
ষ্টুডিঅ’ত MOTIVATIONAL SPEAKER, বিজনেছ গুৰু পৱন আগৰৱালা
CONSULTING EDITOR প্রণয় বৰদলৈৰ সৈতে YES WE CAN

11/12/2023

▶️ এইমুহূৰ্তৰ BIG BREAKING

11/12/2023

▶️ 'আকৌ নতুন প্ৰভাত হ'ব'

11/12/2023

▶️ ১০০টকাত লাভ কৰিলে ৭৬ লাখটকীয়া বিলাসী গাড়ী
▶️ হাউলীৰ ৰাস মহোৎসৱৰ লটাৰীত ট্ৰেক্টৰ চালকে পালে ৰেঞ্জ ৰ'ভাৰ

11/12/2023

▶️ দেৰগাঁৱত গভাইত চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা
▶️ অসম আৰক্ষীত পুনৰ চুপাৰিৰ চেকা
▶️ চুপাৰি ছিণ্ডিকেটৰ ধন লৈ নিলম্বন হ’ল কাছাৰৰ ৫ আৰক্ষী।
▶️ বক্ৰ পথেৰে APSCৰ চাকৰি লোৱা ২ ৰাজপত্ৰিত বিষয়াক আজি জেৰা SITৰ
▶️ SITৰ তলবৰ পিছতে CIDত হাজিৰ বক্ৰ পথেৰে চাকৰি লোৱা ধীৰাজ কুমাৰ জৈন আৰু দীপাংকৰ দত্ত লস্কৰ
▶️ অসমবাসীৰ মতক উপেক্ষা কৰি নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ ৪ বছৰ
▶️ ২০১৯ চনৰ ১১ ডিচেম্বৰত উত্তৰ–পূববাসীৰ ওপৰত কেন্দ্ৰই জাপি দিছিল এই বিতৰ্কিত আইন

11/12/2023

▶️ পাৰিজাতৰ সৈতে 'নান্দনিক'

11/12/2023

দুটা জীয়া কাহিনী
কাহিনীৰ নায়ক ২ বৃদ্ধ দম্পতী
কাহিনী আবেগৰ, কাহিনী সংগ্ৰাম আৰু সমস্যাৰ
জীৱনৰ বিয়লিবেলাত বিষাদ
চাইকেল ঠেলি ঠেলি ৮৩ বছৰীয়া ককাৰ সংগ্ৰাম
অশীতিপৰ আইতাও ককাৰ সহযোদ্ধা
এটুপি পানীৰ বাবে হাহাকাৰ ককা-আইতাৰ
বইটামাৰীৰ ককা-আইতাক লৈ সৰ্বত্ৰ চৰ্চা
চৰকাৰলৈ কি কি আহ্বান বৃদ্ধ দম্পতীৰ
কোনে বুজিব ককা-আইতাৰ বিষাদ কাহিনী?
বিশ্বজ্যোতি শৰ্মাৰ সৈতে ‘বিয়লিৰ বিষাদ’
‘ৰিপ’ৰ্টাৰ্ছ ফাইল’

11/12/2023

▶️ দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ
▶️ জল্পনা-কল্পনাৰ অন্ত পেলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী নিশ্চিত কৰিলে বিজেপিয়ে
▶️ মৃত্যুদূতত পৰিণত ঘণ কুঁৱলী
▶️ APSC কেলেংকাৰিৰ অন্যতম খলনায়ক নন্দ বাবু সিনহাক জেৰা SITৰ
▶️ অসমবাসীৰ মতক উপেক্ষা কৰি নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ ৪ বছৰ

11/12/2023

▶️ আজিৰ 'প্ৰথম পৃষ্ঠা'ত কি আছে?
▶️ কোনটো বাতৰিয়ে দখল কৰিলে শিৰোনাম?
▶️ পুৱাতে প্ৰতিটো প্ৰান্তৰ খবৰৰ বাবে চাওক 'প্ৰথম পৃষ্ঠা'

11/12/2023

পুৱাৰ খবৰ

10/12/2023

▶️ বহু জনপ্ৰিয় গীতৰ কণ্ঠশিল্পী তেওঁ
▶️ নিজৰ সুৰীয়া কণ্ঠেৰে তেওঁ সকলোকে কৰে সন্মোহিত
▶️ কেৱল কণ্ঠশিল্পীয়েই নহয়, তেওঁ এগৰাকী শিক্ষাবিদো
▶️ এইগৰাকী বিশিষ্ট শিল্পী মৃদুলা দাস
▶️ অজিত কুমাৰ ভূঞাৰ সৈতে ‘NK মন্থন’ত মৃদুলা দাস

10/12/2023

▶️ চৰ-চাপৰিয়ে চুব খোজা এটা অঞ্চল
▶️ খেতিপথাৰৰ বাবে দিনটো উৎসৰ্গিত হয় পৰিয়াল
▶️ সুবিধা অনুসৰি পৰিয়ালৰ সন্তান যায় স্কুললৈ
▶️ প্ৰতিভাৰ শেষ নাই, প্লেটফৰ্মহে বিচাৰি নাপায়
▶️ অনগ্ৰসৰ অঞ্চলটোক আমি তুলি ধৰিছোঁ কেমেৰাত
▶️ অঞ্চলটোৰ নাম টুপামাৰী
▶️ নগৰবেৰাৰ ভিতৰুৱা এক অঞ্চল
▶️ সেই অঞ্চলতে আছে এখন যাউতিযুগীয়া চৰকাৰী বিদ্যালয়
▶️ ৰংগেশ্বৰ টুপামাৰী উঃ মাঃ বিদ্যালয়ত প্ৰতিভাৰ স্ফূৰণ
▶️ অনুপম চক্ৰৱৰ্তীৰ সৈতে ‘আকৌ নতুন প্ৰভাত হ’ব’

10/12/2023

▶️ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ
▶️ আগুৱাব পাৰে নেকি এইবাৰৰ লোকসভা নিৰ্বাচন?
▶️ নিৰ্বাচনলৈ প্রস্তুতি চলিছে দল তথা সম্ভাব্য প্রাৰ্থীৰ
▶️ জনতায়ো লৈছে সাংসদৰ কামৰ হিচাপ
▶️ জনতাই ৰখা আস্থাৰ প্রতিফলন হ’লনে সাংসদৰ কাম-কাজত?
▶️ ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে NKTVৰ সাংবাদিকৰ পৰ্যবেক্ষণ
▶️ কেনে আছে সাংসদ? কেনে আছে সমষ্টি?
▶️ আজি চৰ্চাত কোকৰাঝাৰ লোকসভা সমষ্টি
▶️ কোকৰাঝাৰৰ নিৰ্বাচিত সাংসদ গণ সুৰক্ষা পাৰ্টীৰ নৱ কুমাৰ শৰণীয়া
▶️ সাংসদ শৰণীয়াক ১০ৰ ভিতৰত কিমান নম্বৰ?
▶️ কেনে তেওঁৰ স্ক’ৰ কাৰ্ড? কি কয় সমষ্টিবাসীয়ে?
▶️ ক্ষেত্রভিত্তিক অধ্যয়নেৰে NKTV টীমৰ মিছন ’24
▶️ জগদীশ আৰু জবাৰ সৈতে মিছন ’24

Address

GS Road, Ganeshguri, Guwahati
Gauhati
781005

Telephone

+913617135657

Website

Alerts

Be the first to know and let us send you an email when NKTV Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Media/News Companies in Gauhati

Show All