ইটানগৰৰ দৃশ্য।
চাওঁক কিমান ভয়ংকৰ পৰিৱেশ।
কপিলী নদীৰ ভয়ংকৰ ৰূপ।
সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান।
ঈদৰ দিনা জলা কলা দিছে পানীয়ে।
▪️নৈ পৰীয়া অঞ্চলৰ বাবে বানপানী কিমান ভয়ংকৰ হব পাৰে এই ভিডিঅ চালে অনুমান কৰিব পাৰিব।
▪️পকা ঘৰ উটুৱাই লৈ গল বানে।
গুৱাহাটীত কৃত্ৰিম বানপানী।
চাওঁক গুৱাহাটীৰ অৱস্থা।
▪️সাগৰ সদৃশ পৰিবেশ।
▪️গাওঁৰ মানুহৰ কষ্ট।
▪️চৰকাৰৰ কোনোধৰণৰ কানষাৰ নাই।
▪️বছৰেকীয়া উৎসৱৰ দৰে প্ৰতিবছৰ হয় বানপানী।
তেওঁ যেন এই ব্ৰহ্মাণ্ডৰ ৰজা।
স্থান - গুৱাহাটী বিশ্ববিদ্যালয়।
আপুনি আৰু ময়েই সমাজৰ পৰা
আত্মহত্যাৰ দৰে এক অভিশাপক ৰক্ষা কৰিব পাৰোঁ - আব্দুল ৱাদুদ শ্বেখ , প্ৰবক্তা , USTM, মেঘালয়।
▪️শিহৰণকাৰী দৃশ্য।
▪️পৰীক্ষা দিবলৈ গৈ আহিব নোৱাৰা অৱস্থা।
▪️পানীত ককবকাইছে ছোৱালীজনীয়ে।
▪️দৃশ্যটো হোজাই জিলাৰ
▪️চাওঁক ভিডিঅটো
▪️হোজাই জিলাৰ প্ৰায় কেইখন গাওঁ বান পানীৰ কবলত।
▪️সকলোৰে ঘৰ পানীৰ তলত।
▪️প্ৰশাসনৰ পৰা এতিয়াও কোনো ধৰণৰ সহাঁৰি নাই পোৱা গাওঁবাসীয়ে।
▪️অতি শীঘ্ৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান অঞ্চলবাসীৰ।
▪️কপিলী নদীৰ বানৰ সন্ত্ৰাসী ৰূপ।
▪️হোজাই অঞ্চলৰ মানুহক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান।
▪️প্ৰতি বছৰে বান পানীয়ে উটুৱাই নিয়ে এই অঞ্চলবোৰ।
কহিমাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য।
Video - Hussain Ahmed
Location - West Khasi Pahar
▪️আপোনাৰ সাচি গছ আছে নেকি ?
▪️আপোনাৰ সাচি গছত পোক লগা নাই নেকি ?
▪️ তেনেহলে চাওঁক এই ভিডিঅ।