আস্ফালন:এক মৌনতা

আস্ফালন:এক মৌনতা Creatively works on News and Society and Social Issues

22/03/2020

নিস্তব্ধ মহানগৰী💕💕

21/03/2020

💕💕

16/03/2020

ব্যতিক্ৰম!
কৰ'না ভাইৰাছৰ বাবে এতিয়া সৰ্বত্ৰ মাস্কৰ নাটনিৰ সময়তে গহপুৰত এইদৰে গামোছাৰ পৰা সাজি উলিওৱা হৈছে মাস্ক ৷ এইদৰে মাস্ক নাপালে কেইবাতৰপৰ গামোচা এনেকৈ প্ৰস্তুত কৰি ডেটল পানীৰে ধুই আপুনিও ব্যৱহাৰ কৰিব পাৰে ৷

12/03/2020

জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাৰ পত্নীৰ বিয়োগ। এই দুঃখবৰে মৰ্মাহত কৰিছে তেওঁৰ অনুৰাগীসকলক। বুধবাৰে দিনৰ প্ৰায় ১২ বজাত এটি পুত্ৰ সন্তান জন্ম দিছিল ৰূপম ভূঞাৰ পত্নী মানশ্ৰী বৰুৱাই। এই সুখবৰটো ৰূপম ভূঞাই ছচিয়েল মিডিয়াৰ জৰিয়তে সকলোকে জনাইছিল।

কিন্তু এয়া আছিল ক্ষণিকৰ সুখ। নিষ্ঠুৰ নিয়তিৰ পৰিহাস। সন্তান জন্ম দি মৃত্যুক আঁকোৱালি ল’লে ৰূপম পত্নী মানশ্ৰীয়ে। এই দুঃখবৰে সকলোকে কন্দুৱাইছে। ৰূপম ভূঞা তথা শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জনাইছে গুণমুগ্ধসকলে।

11/03/2020

অসমীয়া পুৰণি গীতৰ মাদকতা

06/03/2020

িতাপে_পাইছে_চৰ্চা
#কৰোনাৰ_ভৱিষ্যতবানী_৪০_বছৰ_পূৰ্বে

বিশ্বজুৰি এতিয়া ন'ভেল কৰ'না ভাইৰাছৰ আতংক। চীনত সৰ্বগ্ৰাসী ৰূপ লৈ এতিয়া অন্য দেশতো চলিছে কৰ'নাৰ সন্ত্ৰাস। ভাৰততো কেইবাজনো সন্দেহজনক কৰ'না আক্ৰান্ত।
এই সময়তে এতিয়া চৰ্চালৈ আহিছে এখন বিশেষ কিতাপ। ১৯৮১ চনতে প্ৰকাশিত এই কিতাপ খনত লেখিকা চিলভিয়া ব্ৰাউনে ভৱিষ্যৎ বানী কৰিছিল যে ২০২০ চনত সমগ্ৰ বিশ্বতে চৰ্দী জাতীয় এক মহামাৰীয়ে আতংক সৃষ্টি কৰিব। তেওঁ ইয়াকো কৈছে যে নিজে নিজে নিঃশেষ হ'ব এই ভাইৰাছৰ সন্ত্ৰাস। অৱশ্যে এই ৰোগ ১০ বছৰ পিছত পুণৰ আবিৰ্ভাৱ হৈ আতংক চলাব আৰু তেতিয়াও নিজেই আতৰি যাব। "এণ্ড অৱ্ দেয়জ" অৰ্থাৎ দিনৰ শেষ নামৰ এই কিতাপ খনত পৃথিৱীৰ ভৱিষ্যৎ বৰ্ণনা কৰা হৈছিল। ইতিমধ্যে বাৰ্ড ফ্লু, ছোৱাইন ফ্লু সম্পৰ্কেও এই কিতাপত উল্লেখ আছিল যিটো সত্য প্ৰমাণিত হৈছে। এইবাৰ কৰ'নাৰ ভৱিষ্যৎ বাণীও বাস্তৱত পৰিণত হ'ল। কিতাপ খন এতিয়াও অনলাইন বজাৰত উপলব্ধ।

05/03/2020

কাৰ্তিক বৈশ‍্যৰ কবিতাত
পূজাশ্ৰী আৰু অনুপমৰ অভিনয়

23/02/2020
13/02/2020

মোৰ #সহপৰিচালনা আৰু #অভিনয়েৰে
ভাষ্কৰজ‍্যোতি শৰ্মাৰ কাহিনী আৰু কুলেন্দ্ৰ ৰায় চৌধুৰীৰ পৰিচালনাৰে
#মোৰসেন্দুৰেকান্দিছে
গুৱাহাটী জিলা পুথিভৰালত ২৭ফেব্ৰুৱাৰীত সন্ধিয়া ৫বজাত মঞ্চস্থ কৰাৰ উদ্দেশ‍্যেৰে আপোনাসৱক আমন্ত্ৰণ জনালোঁ
সকলোকে লগ পোৱাৰ আশাৰে

ধন‍্যবাদ
🙏পূজাশ্ৰী বৰগোহাঁই

06/02/2020

#শিল্পীৰ_দুচকুত_অযুত_সপোন_কিন্তু_শৰীৰত...
#হিমন্ত_বিশ্ব_শৰ্মালৈ_কাতৰ_অনুৰোধ..
#মোক_জীয়াই_থাকিবলৈ_অকনমানসহায়_কৰক

পিতৃ দিলীপ শইকীয়াৰ SBI চতিয়া শাখাত থকা A/C No 31153824434 IFS-SBIN00129272. আৰ্থিকভাবে সহায় কৰিব পাৰে।

04/02/2020

অসম সাহিত‍্য সভাৰ স্মৃতি গ্ৰন্থত ভাষাৰ শ্ৰাদ্ধ।

29/01/2020

ধৈৰ্য,একাগ্ৰতা,প্ৰবল আত্মবিশ্বাস থাকিলে জীৱন বাটত আগুৱাই যোৱাত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে।তাৰ এক জলন্ত উদাহৰণ হ'ল বাংগালুৰ এইগৰাকী বাচ কণ্ডাক্টৰ যিয়ে এইবাৰ উৰ্ত্তীণ হৈছে UPSC ৰ মেইনচ পৰ্যায়।বোলে কথাটে কয় নহয় পৃথিৱী খন শুৱনী সেই সকলৰ বাবেহে যি সকলে জীৱন যুজত কাহানীও হাৰ নামানে।নাম এওৰ মধু।২৯ বছৰীয়া মধু পেচাত এগৰাকী বাছ কণ্ডাক্টৰ।পেছাত যদিও এগৰাকী বাছ কণ্ডাক্টৰ তথাপি তেঁওৰ আত্মবিশ্বাস,একাগ্ৰতা আজি প্ৰেৰণাৰ উৎস লক্ষ লক্ষ জনৰ বাবে। কামৰ পৰা আহিয়ে মধুৱে দৈনদ্দিন অধ্যয়ন কৰিছিল ৫-৮ ঘন্টাকৈ সময়।লক্ষ্য এটাই নিজৰ গভীৰ জ্ঞান,আত্মবিশ্বাসক সাৰথি কৰি এজন প্ৰশাসনীক বিষয়া হোৱাৰ।দৈনদ্দিন নিজ কামৰ পৰা আহি কেইবা ঘণ্টা অধ্যয়ন কৰি প্ৰিলিমিনেৰী আৰু মেইনছৰ পৰ্যায় অতিক্ৰম কৰিলে আৰু এতিয়া মধু অপেক্ষাৰত আগন্তুোক মাৰ্চত অনুষ্ঠিত হব লগীয়া মূল সাক্ষাৎকাৰলৈ।অলপতে প্ৰকাশ পোৱা মেইনচৰ উৰ্ত্তীণ তালিকাত মধুৱে যেতিয়া নিজৰ ৰোল নং টো দেখে তেতিয়া তাৰ আনন্দৰ সীমা নাইকীয়া হৈ গৈছিল।অৱশ্যে প্ৰতি গৰাকী ছাত্ৰৰ বাবেই সেই মূৰ্হুত জীৱনৰ আটাইতকৈ সুখ,আনন্দৰ মূৰ্হুত যদিও মধুৰ আনন্দ আছিল বাকী সকলতকৈ সুকীয়া।বৈদেশিক সৰ্ম্পক আৰু ৰাজনীতি বিজ্ঞান আছিল মধুৰ বিষয়।কানাড়া ভাষাত প্ৰিলিমিনেৰী উৰ্ত্তীণ হৈ মেইনছৰ পৰীক্ষা দিছিল ইংৰাজী ভাষাত।
দৰিদ্ৰ পৰিয়ালৰ মধুয়ে ১৯ বছৰ বয়সৰ পৰাই বাছ কণ্ডাক্টৰ ৰূপে কৰ্মৰত।দূৰৱতী শিক্ষাৰ জৰিয়তে মধু উৰ্ত্তীণ গৈছে স্নাতক আৰু স্নাতকোত্তৰ।উত্তীৰ্ণ হৈ মধুৱে কলে"মোৰ মা দেউতাই নাজানে মই কি পৰীক্ষা পাছ কৰিলো।মই হলো আমাৰ পৰিয়ালৰ প্ৰথম শিক্ষিত"
সচায় পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একোৱে নাই।কেৱল প্ৰয়োজন নিজৰ ওপৰত দৃঢ় বিশ্বাস।আত্মবিশ্বাসী জন হেনো এই সংসাৰত কাহানী কোনো ক্ষেত্ৰতে পৰাজয় নহয়।সমাজৰ উঠি অহা প্ৰজন্মৰ বাবে মধু হ'ল প্ৰেৰণাৰ উৎস।প্ৰতিগৰাকী অভিভাৱকলৈ অনুৰোধ থাকিল যে নিজৰ সন্তানটিক মধুৰ জীৱন গাথা এবাৰ হলেও শুনোৱাব।চাব জীৱনত বহু উৎসাহ পাব।
শেষত মধুলৈ থাকিল অযুত অভিনন্দন।ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে মধু মূল সাক্ষাৎকাৰত উৰ্ত্তীণ হৈ এজন সুদক্ষ প্ৰশাসনীক বিষয়া হয়।

25/01/2020

10th national voters day

25/01/2020

10th national voters day2020

24/01/2020

সেই গছজোপা

23/01/2020

এখন ঘৰ দুটি নিষ্পাপ জীৱন নিমিষতে শেষ হৈ গ’ল। ঈশান আৰু ইবন নামৰ দুটি কণমানিয়ে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে মহানগৰীৰ বেলতলাত। কেনেকৈ সংঘটিত হ’ল অগ্নিকাণ্ড সেয়া এতিয়াও অজ্ঞাত। কিন্তু কণমানি মৰমলাগা শিশু দুটিৰ এনে কৰুণ মৃত্যুত বাকৰুদ্ধ সকলো।

21/01/2020

সাধাৰণতে ঢোলৰ ওজা বুলি ক’লে পুৰুষ ওজাৰ কথাহে মনলৈ আহে৷ এয়া চাওঁক এজনী অসমীয়া জীয়ৰীৰ ঢোলবাদন৷নামঃপ্ৰিয়াংকী শইকীয়া৷ কৰি উৎসাহ জনাব৷

20/01/2020

আন্দোলন নহয়।।অসমৰ বাহিৰত 10 বছৰ থাকি নিজক প্ৰতিষ্ঠিত কৰাৰ পাছতো অসমবাসীক পাহৰিব নোৱাৰা এজন অসমীয়া।। মনত সদায় অসমীয়া হোৱাৰ গৌৰৱ।যাৰ লক্ষ্য Bollywoodত নিজকে action actor হিচাপে প্ৰতিষ্ঠিত কৰাৰ।।। সগ্ৰাম আমাৰ অধিকাৰ।।কৰিব লাগে।।কিন্তু সমান্তৰাল ভাৱে আহক আগুৱাই লৈ যাও আন এজন অসমীয়াক।।যাৰ নাম এটা দিনত পৰিচয় হব এইয়া অসমৰ অনুপ।।।।

20/01/2020

খেল' ইণ্ডিয়াত চাৰিটাকৈ স্বৰ্ণ পদকেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা শিৱাংগিনী শৰ্মালৈ ৰ্আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ নতুন জলপৰী গৰাকীয়ে ফ্ৰী ষ্টাইল ৮০০, ২০০, ৪০০, ১০০ মিটাৰত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে....
জয় আই অসম.....

20/01/2020

দিল্লীৰ জনতাক অৰবিন্দ কেজিৰৱালৰ ১০ টা গেৰাণ্টি

20/01/2020

অসমীয়া শিপিনীয়ে তাঁতশালত কি কৰিব নোৱাৰে?

পশ্চিম যোৰহাটৰ চাৰিঙীয়া গাওঁ নিৱাসী শ্ৰী জ্যোতি বৰা দত্তই তাঁতশালত বৈ উলিয়াইছে গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ "গুণমালা " ৷

16/01/2020

খেল' ইণ্ডিয়াত ল'ন বলৰ ২১ বছৰ অনুৰ্দ্ধৰ প্ৰতিযোগিতাৰ ছিংগলছত লখিমপুৰ জিলাৰ শিমলুগুৰিৰ সুৰজিত বুঢ়াগোহাঁইৰ স্বৰ্ণ পদক লাভ।
অভিনন্দন সুৰজিত....
তোমাৰ উজ্জ্বল ভবিষ্যতৰ কামনাৰে.....

15/01/2020

গ্ৰাম‍্যানুভূতি
লখিমপুৰৰ সন্তান Dikpal lahon ৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এক ব‍্যতিক্ৰমী চিন্তাৰে এখন ঘৰ।
সংৰক্ষণ কৰা হৈছে বহু পুৰণি সামগ্ৰী💓💓

13/01/2020

চীনত অসমৰ বিহু।
চীনা গাভৰুৱে গালে বিহুগীত।

13/01/2020

বৰ সুন্দৰ জীৱনটো
💓❤️

11/01/2020

CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

11/01/2020

💓

10/01/2020

শুভ জন্মদিন স্বৰ্ণ কন্যা

09/01/2020

RSS আৰু BJP য়ে CAAৰ সমৰ্থনত উলিওৱা বাইক ৰেলীক গৰু পিটন কেৰেলাৰ জনতাৰ। চেল্যুট কেৰেলাবাসী।অসমীয়াৰ বাবে আদৰ্শ।

সংগৃহীত

09/01/2020

ধেমাজিৰ লগত ধেমালি নহয় !!!!

19 টা বিধান সভা সমষ্টি,7খন জিলাৰ মানুহক 5খন ট্ৰেইন,1000 গাড়ী আৰু 2 খন হেলিকপ্টাৰলৈ ধেমাজিত শান্তি সমদল কৰিবলৈ ভাড়াতীয়া লৈ আহিছিল চৰকাৰী পৃষ্ঠপোষকতাত গেৰুৱা বাহিনীয়ে।
তাৰ 12 ঘন্টাৰ পাছতে ধেমাজি বাসীয়ে চৰকাৰী শান্তি সমদলৰ প্ৰতিক্ৰিয়া দেখুৱাই দিলে ।
ছাত্ৰ সন্থাই কেৱল আহ্বান জনাইছিল,প্ৰতিকুল বতৰক নেওচি হাজাৰ হাজাৰ মানুহে স্বত:ফুত ভাৱে খোজকাঢ়ি,পকেটৰ টকা খৰচ কৰি ব্যক্তিগত গাড়ীৰে অংশগ্ৰহণ কৰি দেখুৱাই দিলে ধেমাজিত স্বাভিমানী অসমীয়া মানুহ থাকে,চৰকাৰী প্ৰলোভন-দমন আৰু চেচ্ছাৰিতা ইয়াত নচলে ।

09/01/2020

কথা কোৱাৰ ধৰণ
দেশৰ গৃহমন্ত্ৰীৰ😉

06/01/2020

Pray for

Address

Gauhati

Telephone

+916000626447

Website

Alerts

Be the first to know and let us send you an email when আস্ফালন:এক মৌনতা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Social Media Agencies in Gauhati

Show All