News HuB অসম

  • Home
  • News HuB অসম

News HuB অসম প্ৰতিপল ৰাইজৰ পক্ষত ৰাইজৰ স্বাৰ্থত

15/07/2025

*পলাশবাৰীৰ দখলাৰ বৃদ্ধা আইতাক জৰুৰীভাৱে চৰকাৰী আৱাস গৃহ অনুমোদন দি শিলান্যাস কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই।*

13/07/2025

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলৰ উদ্যোগত মিৰ্জাৰ ছোৱালী হাইস্কুলত “কৃষ্ণচুড়া কবি সন্মিলন” সমিতি গঠন, সভা তথা কবিতাৰ আবেলি কাৰ্যসূচী অনুষ্ঠিত৷

11/07/2025

দক্ষিণ কামৰূপৰ ঝাৰোৱড়ীত কাঠৰ কুণ্ডা ভৰ্তী বাহনৰ খুণ্ডাত আহত এজন লোক ৷

10/07/2025

পলাশবাৰীত শ্ৰমিক সন্থাৰ ধৰ্মঘট ৷

09/07/2025

*ভাগৱতীপাৰাৰ এটি পানী উদ্যোগৰ বিৰুদ্ধে প্ৰচাৰিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ উদ্যোগ কৰ্তৃপক্ষৰ।*

09/07/2025

*ৰাণী ভোলাগাওঁ গাওঁ পঞ্চায়ত সমবায় সমিতি লি:ৰ অন্তৰ্গত শিকাৰহাটীস্থিত ক্ষুদ্ৰ সঞ্চয় কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি *

08/07/2025

মিৰ্জাত ইতিহাস থিয়েটাৰৰ আখৰা গৃহ মুকলি।

07/07/2025

গুৱাহাটী বিমানবন্দৰস্থিত prepaid counterৰ অধিনস্থ টেক্সী চালকসমূহৰ ক্ষোভ।

Prepaid counterৰ স্বতাধিকাৰী দীপক বৰুৱা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন।

06/07/2025

*জালুকবাৰী সমষ্টিৰ মাজিৰগাঁওত মণ্ডল কংগ্ৰেছ সমিতি গঠন ও যোগদান কাৰ্যসূচী৷*

05/07/2025

পলাশবাৰী সমষ্টিৰ ৫৭ নং দখলা গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে জয়যুক্ত হয় অনামিকা তালুকদাৰ ৷

04/07/2025

দক্ষিণ কামৰূপৰ মিৰ্জাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ সমাধান হোৱা বুলি সংবাদ মাধ্যমৰ আগত ক'লে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।

04/07/2025

পলাশবাৰীৰ ৪৭ নং উত্তৰ ভোলাগাও গাও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত জয়ী হল কবিতা মালী দাস

Address


Website

Alerts

Be the first to know and let us send you an email when News HuB অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share