02/02/2020
অসম সাহিত্য সভাৰ আজিৰ দিনটোৰ কাৰ্য্যসূচী
====================
দিনাংক:: ১৮ মাঘ , ১৪২৬ ভাস্কৰাব্দ
( ২ ফেব্ৰুৱাৰি , ২০২০ খ্রীষ্টাব্দ ) , দেওবাৰ
=======((==========
পুৱা ০৮ - ৪৫ বজাত:: অসম সাহিত্য সভাৰ পতাকা উত্তোলন ।
সোঁমাজত মূল পতাকা । ইয়াৰ চাৰিওকাষে ৭৫ খন পতাকা । এই ৭৫ খনৰ চাৰিওকাষে আন ১০২ খন পতাকা ।
মূল পতাকা উত্তোলক :: ড:: পৰমানন্দ ৰাজবংশী , সভাপতি , অসম সাহিত্য সভা
জনগােষ্ঠীয় সাহিত্য সভা , যুৱ - ছাত্র সংগঠন প্রতিনিধিৰে ৭৫ খন পতাকা আৰু সমগ্ৰ শুৱালকুছি অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ , প্রধান শিক্ষক , জিলা সভাৰ সভাপতি , উপ - সভাপতি , সম্পাদক , শাখা সভাৰ সভাপতি আদি ১০২ গৰাকী বৰেণ্য ব্যক্তি বিশেষৰ দ্বাৰা পতাকা উত্তোলন কৰিব ।
পতাকা উত্তোলকসকল:: ড° হেমন্তকুমাৰ বৰুৱা , বিপ্লৱকুমাৰ শৰ্মা , কনক কুমাৰ বৰা , ড: বলেন্দ্ৰকুমাৰ দাস , নুৰুল চুলতান , ৰত্নেশ্বৰ বসুমতাৰী , ড° মলিনা দেবী ৰাভা , জয়সিং টকবি , ৰমানন্দন বৰা , চহিৰ ভূঞা , বিপুল দেউৰী , আদিত্য শইকীয়া , সঞ্জীৱ কুমাৰ মেধি , শৈলেন ৰাজবংশী , ড : গণেশ পেণ্ড , সঞ্জয়কুমাৰ তাঁতী , কপুৰচান্দ জৈন , হেমেন চক্রবর্তী , গণেশচন্দ্র নাথ , ড ” প্রবীণচন্দ্র দাস , পশু তামুলী , গােপাল জালান , আওঠেন , যতীন গােস্বামী , ইদ্রিছ আলী , কনকচন্দ্ৰ শৰ্মা , পাচুগােপাল চক্রবর্তী , সতীশচন্দ্র চৌধুৰী , ভূপেন শইকীয়া , ড: পৰাগ কুমাৰ ঠাকুৰ , ড: বসন্ত কুমাৰ গােস্বামী , প্রতাপচন্দ্ৰ বৰুৱা , অবনীমােহন চহৰীয়া , সমীৰণ বৰদলৈ , প্রমােদ কাকতি , পাৰি ৰংপি , ডঃ কুতুবুদ্দিন আহমেদ , ডঃ উপেন্দ্রজিৎ শৰ্মা , সুমন্ত চলিহা, মনজিৎ সিং , খগেন্দ্রনাথ তালুকদাৰ , জয়ন্ত তালুকদাৰ , ডাঃ গিৰীশ সন্দিকৈ , ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱ , দেবপ্রসাদ তালুকদাৰ , দাসাে কলিতা , দেকেন কাকতি , ড প্রাতসলতা বুঢ়াগােহাঁই , দামােদৰ তালুকদাৰ , ভৰতচন্দ্র ডেকা , নৰনাৰায়ণ দেৱশৰ্মা , কিশােৰকুমাৰ জৈন , সুধাময় দাস , পণকুমাৰ বৰুৱা , ঠগিত মহন্ত , নিত্যানন্দ বৰা , মৃণাল কুমাৰ হাজৰিকা , জগন্নাথ মহন্ত , মিনু লস্কৰ ঠাকুৰীয়া , তিলকান্ত ফুকন , পশু তামুলী , নৰেন্দ্ৰনাথ কেওঁট , সুভাষ দাস , উমেশ চেতিয়া , ভুপেন শর্মা , চিন্ময়ী তালুকদাৰ , সিংহেশ্বৰ প্ৰসাদৰয় , বিজনকুমাৰ মহাজন , দিগন্ত কুমাৰ ভুঞা , সুৰেন্দ্রমােহন হাজৰিকা , দিলীপ কুমাৰ শৰ্মা , ভৱেশ মেধি , ব্রজেন কাকতি , ঘনশ্যাম নাথ , যতীন্দ্রনাথ সূত , মহেন্দ্র নাথ হাজৰিকা , প্রতাপ হাজৰিকা , বল্লদেৱ শৰ্মা , কুমণি গােস্বামী , মঞ্জু হাজৰিকা , অমৰজিং গােস্বামী , যােগেশ কাকতি , এডিচন আলি , অমৰ শইকীয়া , ৰবীন্দ্ৰনাথ দাস , প্রণবকুমাৰ শান্দিল্য , দীপক কুমাৰ ভাগৱতী , হিৰণ শর্মা , সুৰঞ্জন শর্মা , পৱন কুমাৰ বৰঠাকুৰ , ৰমেশ থাওচেন , ডঃ সত্যেন্দ্রনাথ বর্মন আৰু অন্যান্যসকল ।
( অসম সাহিত্য সভাৰ কার্যনির্বাহকৰ বিষয়ববীয়া আৰু আদৰণি সমিতিয়ে আমন্ত্রণ জনােৱা ব্যক্তিয়ে পতাকা উত্তোলন কৰিব । )
পুৱা ০৯ - ০০ বজাত:: অসমৰ জাতীয় আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান — “ আই তােক কিহেৰে পূজিমে . .
স্থান:: জ্যোতি ক্ষেত্র
মুখ্য বন্তি প্রজ্জ্বলক ::ভগেশ্বৰ মহন্ত , ঈশ্বৰ শ্ৰীশ্ৰীবুঢ়া সত্ৰাধিকাৰ , শুৱালকুছি হাতী সত্ৰ
মুখ্য তৰ্পক:: প্রকাশ দাস , সহকাৰী সম্পাদক , সদৌ অসম ছাত্ৰ সন্থা
=========
পুৱা ০৯ - ৩০ বজাত::
মুখ্য তৰ্পক:: ভৰত চন্দ্ৰ বৈশ্য, মুক্তি যুঁজাৰু
বন্তি প্রজ্জ্বলক:: প্রফুলপ্রাণ মহন্ত , গুৱাহাটী
পুৱা ১০ - ০০ বজাত :: জোনাক ৰাতিৰ আৰতি ও সুশীল শর্মা কবি সন্মিলন
স্থান:: ভাৰতৰত্ন ড° ভূপেন হাজৰিকা মঞ্চ সঞ্চালক:: কিশােৰ কুমাৰ জৈন ।
পৰিচালনা::মণিকা দাস , নৱ ৰাজন
পুৱা ১০ - ৩০ বজাত :: জ্যোতি - বিষ্ণু - পেন্দ্ৰ সোঁৱৰণি সাংস্কৃতিক শােভাযাত্রা — মহাবাহু ব্রহ্মপুত্র
উদ্বোধক:: ড: মুকুন্দকাম শর্মা , অৱসৰপ্ৰাপ্ত ন্যায়াধীশ , উচ্চতম ন্যায়ালয় , নতুন দিল্লী ৷
পুৱা ১১ - ০০ বজাত :: অসম সাহিত্য সভাৰ বিভিন্ন বটা আৰু সন্মান প্রদান অনুষ্ঠান
উদ্বোধক :: সন্মানীয় অতিথি আমন্ত্রিত অতিথি অসম সাহিত্য সভাৰ বিভিন্ন বটা আৰু সন্মান প্রদান অনুষ্ঠান
উদ্বোধক::ড: প্রতাপজ্যোতি সন্দিকৈ , উপাচার্য , গুৱাহাটী বিশ্ববিদ্যালয়
সন্মানীয় অতিথি:: ড: মুকুন্দকাম শর্মা , অৱসৰপ্ৰাপ্ত ন্যায়াধীশ , উচ্চতম ন্যায়ালয় , নতুন দিল্লী ৷
আমন্ত্ৰিত অতিথি:: শংকৰলাল গােৱেঙ্কা
দিনৰ ০১ - ৩০ বজাত:: সাহিত্যাচার্য চৈয়দ আব্দুল মালিক সোঁৱৰণি প্রথম মুকলি অধিৱেশন
স্থান :: অতুলচন্দ্ৰ বৰুৱা মূল মঞ্চ
উদ্বোধক :: ৰংবং তেৰাং , প্রাক্তন সভাপতি , অসম সাহিত্য সভা
( বিদায়ী সভাপতি ড: পৰমানন্দ ৰাজবংশীয়ে নব - নির্বাচিত সভাপতিক আদৰি তেওঁক সভাপতিত্বৰ দায়িত্ব অর্পণ কৰিব । )
মুখ্য অতিথি:: ৰামকুমাৰ মুখোপাধ্যায়
আমন্ত্রিত সন্মানীয় অতিথি:: ড: ধ্ৰুৱজ্যোতি বৰা , প্রাক্তন সভাপতি , অসম সাহিত্য সভা
আমন্ত্রিত নির্দিষ্ট বক্তা:: দীপাংক নাথ , সভাপতি , সদৌ অসম ছাত্ৰ সন্থা ।
সন্মানীয় অতিথি:: গােবিন্দ টাইড , সভাপতি , খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা
তৰেণ বড়াে , সভাপতি , বড়াে সাহিত্য সভা ।
অমল সিং কোচ , সভাপতি , ৰাভা সাহিত্য সভা সৰােজ চাংমা , সভাপতি , গাৰাে সাহিত্য সভা লীলাকান্ত দেউৰী , সভাপতি , দেউৰী সাহিত্য সভা সুৰেন ক্রামজ্জা , সভাপতি , কাৰি সাহিত্য সভা দীনেন্দ্র থাওছেন , সভাপতি , ডিমাছা সাহিত্য সভা
লালসিং মাদাৰ , সভাপতি , তিৱা সাহিত্য সভা গুণেশ্বৰ সােণােৱাল , সভাপতি , সােণােৱাল কছাৰী সাহিত্য সভা
লক্ষীন্দৰ সিংহ , সভাপতি , বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য সভা
মনােমতী কুৰ্মী , সভাপতি , চাহ জনগােষ্ঠী সাহিত্য সভা
ড: দ্বিজেন্দ্রনাথ ভকত , সভাপতি , কোচ ৰাজবংশী সাহিত্য সভা
মছেম মাৰাণ্ডী , সভাপতি , চাওতাল সাহিত্য সভা ডকাৰাম ইবুংহল সিংহ , সভাপতি , মণিপুৰী সাহিত্য পৰিষদ
ডঃ হাফিজ আহমেদ , সভাপতি , চৰ - চাপৰি সাহিত্য পৰিষদ
দুর্গা খাতিৱাৰ , সভাপতি , নেপালী সাহিত্য সভা অবাম দাই , সভাপতি , আদি - বানে কেবাং , পাছিঘাট
ডঃ দয়ানন্দ বৰগােহাঁই , সভাপতি , পূর্বাঞ্চল টাইসাহিত্য সভা
তৰুণ বৰুৱা মৰাণ , সভাপতি , মৰাণ সাহিত্য সভা ডটাগে টাডা , উপ - সভাপতি , অৰুণাচল লিটাৰেৰীচ ' চাইটি
বিশিষ্ট অতিথি:: কনকচন্দ্ৰ শৰ্মা , প্রাক্তন উপ - সভাপতি , অসম সাহিত্য সভা
পাচুগােপাল চক্রবর্তী , প্রাক্তন উপ - সভাপতি , অসম সাহিত্য সভা
ভূপেন শইকীয়া , প্রাক্তন উপ - সভাপতি , অসম সাহিত্য সভা
যতীন গােস্বামী , প্রাক্তন উপ - সভাপতি , অসম সাহিত্য সভা
ইদ্রিছ আলি , প্রাক্তন উপ - সভাপতি , অসম সাহিত্য সভা
সতীশচন্দ্র চৌধুৰী , প্রাক্তন উপ - সভাপতি , অসম সাহিত্য সভা
ড: পৰাগ কুমাৰ ঠাকুৰ , প্রাক্তন ভাৰপ্রাপ্ত উপ - সভাপতি , অসম সাহিত্য সভা
তথা সভাৰ প্রাক্তন প্রধান সম্পাদকসকল ,
সদৌ অসম কৰ্মচাৰী পৰিষদ ,
সদৌ অসম লেখিকা সমাৰােহ আৰু
সদৌ অসম লেখিকা সংস্থা
বিশিষ্ট আমন্ত্রিত সাহিত্যিকঃ যােগেশ বৈদ্য , গুজৰাট
বােধৰায় দেৱশৰ্মা , ত্ৰিপুৰা
ডঃআশীষ কুমাৰ বৈদ্য , ত্ৰিপুৰা সভাৰ
দিনৰ ০২ - ০০ বজাত:: অনুপম কুমাৰ সোঁৱৰণি বহুভাষিক কৰি সন্মিলন
স্থান:: ভাৰতৰত্ন ড° ভূপেন হাজৰিকা মঞ্চ
সঞ্চালক:: শৰৎ বৰকটকী
সন্মানীয় অতিথি:: শংকৰ শইকীয়া
পৰিচালনা:: কন্দর্প কলিতা , ললিত কুমাৰ বসুমতাৰী
সন্ধিয়া ০৫ - ০০ বজাত:: ভাৰত ৰত্ন ড° ভূপেন হাজৰিকালৈ শ্রদ্ধার্ঘসূচক সাংস্কৃতিক সন্ধিয়া বিদায়ী সভাপতি বিশেষ নিবেদনঃ গংগা - গােমতী এহ্মপুত্রৰাক - পদ্মা মৈত্রীবন্ধন — “ আমি একেখন নাৱৰে যাত্রী . . .
স্থান:: অতুলচন্দ্ৰ বৰুৱা মুল মঞ্চ
উদ্বোধক:: সুদক্ষিণা শর্মা , বিশিষ্ট কণ্ঠশিল্পী
আদৰণি বক্তব্য:: ড° পৰমানন্দ ৰাজবংশী , বিদায়ী সভাপতি , অসম সাহিত্য সভা
উদ্বোধনী গীত:: লিয়াকত আলী লাকী ( বাংলাদেশ ) , নুপুৰ বিশ্বাস ( পশ্চিম বংগ ) , বেংগিয়া ঔ টোলুম ( অৰুণাচল ) ,
স্বর্ণালী চৌধুৰী ( বৰাক উপত্যকা )
বাংলাদেশৰ শিল্পীসকল — “ অসম আমাৰ ৰূপহী গুণৰাে নাই শেষ"
বৰাক উপত্যকাৰ নৃত্য , অৰুণাচলৰ নৃত্য , পশ্চিম বংগৰ গীত , বাংলাদেশৰ নৃত্য বৰাক উপত্যকাৰ গীত , অৰুণাচলৰ গীত , পশ্চিম বংগৰ অনুষ্ঠান ।
সন্ধিয়া ০৭ - ০০ বজাত:: বন্তি প্ৰজ্বলন শিল্পীসম্বধনা সংগীতানুষ্ঠান
বন্তি প্ৰজ্বলক:: ধনদা পাঠক , চেতনা দাস , পকেশ দাস
শিল্পী সম্বৰ্ধনা:: গজেন চৌধুৰী , নাদিম দেউৰী , সুব্রত চৌধুৰী আৰু মহেশ ৰাজবংশী
সংগীতানুষ্ঠান :: চৰ - চাপৰি নৃত্য , কোচ ৰাজবংশী নৃত্য । মনােজ দাস আৰু ধূতি গােবিন্দ বৈশ্যৰ খােল আৰু তবলাৰ যুগল বন্দী
দৰঙী কলাকৃষ্টি - বিয়াগীত , দেওধনী নৃত্য , মহােখুন্দা ।
ইণ্ডিয়ান আইডল নাহিদ আফ্রিন , মানসী চহৰীয়া , প্রতীক্ষা ডেকা আৰু শ্ৰতি গােস্বামী, তৰালী শৰ্মা , ৰূপম ভূঞা , চন্দনা বেজবৰুৱা ( গীতৰ শৰাই ) ৷