Anju deka

Anju deka my life my rules no one can change me

11/08/2023
30/07/2023
Morning kamakhya devalaya
28/06/2023

Morning kamakhya devalaya

17/06/2023

প্ৰথমতে চব ঠিকেই থাকে তলৰ ফালে শ্বেয়াৰ কৰক মনৰ আশা পূৰণ হব বুলি কোৱা খিনি দেখা লগে লগে মাথা গৰম হৈ যায়
কি বাৰু এইটো কওক চোন

17/06/2023
16/06/2023

ঘৰত চাহপাত নহলে চেনী ভাজি চাহপাতৰ ৰং দি চাহ বনাই বা খাই পাইছে নে আপোনালোকে

06/06/2023

মেডিকেল বোৰত এডমিত থাকিলে ওচৰত থকা বিছনাৰ মানুহ বিলাকৰ লগত দুই এদিনতে ভাল সম্পৰ্ক গঢ় লৈ উঠে লাগিলে সেয়া সন্তেকীয়া য়ে হওঁক চাহ আনি দিয়া বা দৰৱ আনি দিয়া

23/05/2023

অকল নিজৰ সুখক গুৰুত্ব দিলে হয়তো বহুত সুখী হব পাৰি
কিন্তু
যদি নিজৰ সুখকে গুৰুত্ব দিওঁ তেনেহলে মা দেউতাৰ সুখৰ দায়িত্ব কোনে লব
মই নিজৰ সুখ বোৰ এখন কিতাপত বন্ধ কৰি থৈছোঁ যেতিয়া অনুভব হব যে ঘৰ খনক অন্তত অলপ সুখ দিব পাৰিছো তাৰ পিছত হে মোৰ নিজৰ পৃষ্ঠা বোৰ খুলিম আৰু পখিলা হৈ উৰিম

16/05/2023

জীয়াই থাকোঁতে মানুহৰ বেয়া গুণ গায় তত নাপাই কিন্তু
মৃত্যুৰ পিছত ভাল আছিল ভাল আছিল কৈ কি লাভ
মানুহৰ জীৱনৰ মূল্য মৃত্যুৰ পিছত হে পাই নেকি ?

15/05/2023

তামোল হল এনেকুৱা এটা বস্তু যিটো চকুৰ আগত কাটি থোৱা থাকিলে এখনৰ পিছত এখন মুখত সোমায় থাকে

14/05/2023

ভাল কাকো পাও বুলি পোৱা নাযায় নিজে নিজে ভাল লগা হৈ যায় আৰু যদি এবাৰ ভাল লগা হৈ গল হাজাৰ বেয়া গুণ আছে বুলি জনাৰ পিছতো এৰিব পৰা নাযায়

14/05/2023

এই যে সৰু সৰু লৰা ছোৱালী বোৰে like cmnt আৰু viewers কাৰণে ইমান বেয়া video বনোৱা কৰিছে সেইসকল ছোৱালীক বয়স অনুযায়ী শাস্তি প্ৰদান কৰিব লাগে নহলে নতুন প্ৰজন্মই অনাগত দিনত কোন দিশে গতি কৰিব ভাবিবলে ভয় লগা হৈছে
এইটো বিষয়ত চাৰ আৰু মহোদয়ক দৃষ্টি গোচৰ কৰিবলৈ অনুৰোধ জনালোঁ

13/05/2023

Follow to follow back in my coment

11/05/2023

মাইকী জনী হেনো যিমান ধুনীয়া হলেও মানুহ জনৰ চকু সদায় বেলেগৰ মাইকী ওপৰত

11/05/2023

মই নাভাবো যে মাক দেউতাকক ভৰিত ধৰি সেৱা কৰা মানেই শ্ৰদ্ধা কৰা
যদিহে আপুনি মা দেউতাক আপোনাৰ সামৰ্থ অনুযায়ী শুশ্ৰুষা কৰা নাই

10/05/2023

বৰ্তমান মই trainot আছোঁ এহাল পুৰুষ মহিলা মোৰ ওচৰতে ৰোমাঞ্চ কৰি আছে ওচৰত কোন আছে কোন নাই সিহঁতে গমে নাপায় মোৰ সন্দেহ হৈছে এইকেইটা hsbn wife ne বেলেগৰ মাইকী পলাই আনিছে কাৰণ hsbn wife হোৱা হলে trainot ইমান এনেকুৱা কে নাযায় মানে আচৰিত দৃশ্য

09/05/2023

Lora bure gutka khale bea lora buli navabibo bohut deri aku nakhale ba nusubale mukh khn bea lage aru mukhor gundho ulua nisina anuvob hoi hei karone he khai

Address

Dispur

Alerts

Be the first to know and let us send you an email when Anju deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share