Daisy Yein Lahkar

Daisy Yein Lahkar The future depends on what we do in the present .......

সুপ্ৰভাত🙏………জীৱন বাটৰ একেবেঁকা পথৰ কেঁকুৰি বোৰ পাৰ হওঁতে লগ পোৱা কিছুমান অভিজ্ঞতাই মনত বহুত সাঁচ বহুৱাই যায় । কিছুমান মধ...
17/11/2023

সুপ্ৰভাত🙏

………জীৱন বাটৰ একেবেঁকা পথৰ কেঁকুৰি বোৰ পাৰ হওঁতে লগ পোৱা কিছুমান অভিজ্ঞতাই মনত বহুত সাঁচ বহুৱাই যায় । কিছুমান মধুৰ কিছুমান ধূসৰ। অচিন চিনাকিজনেও কেতিয়াবা সঠিক পথ আঙুলিয়াই দিয়ে অথচ পুৰনি বন্ধুজনেও কেতিয়াবা সহযোগ কৰিবলৈ অপৰাগ হয় । বহুদূৰ বাট যোৱাৰ পৰত মনত যি সাহস বৃদ্ধি পায় তেতিয়া অৱশ্যে কোনেও বাধা দিব নোৱাৰে অকলে হ'লেও লক্ষ্য স্থানত উপনীত হ'বলৈ মনোবল বাঢ়ি যায় ।।
# #জীৱন_জিন্দাবাদ

Good morning everyone
08/11/2023

Good morning everyone

৯০ দশকৰ ছোৱালীবোৰৰ চাগে মনত আছে …… ইয়াৰ অবিহনে সৰস্বতী পূজালৈ যোৱাটোৱে যেন অসম্ভৱ আছিল………
05/11/2023

৯০ দশকৰ ছোৱালীবোৰৰ চাগে মনত আছে ……
ইয়াৰ অবিহনে সৰস্বতী পূজালৈ যোৱাটোৱে যেন অসম্ভৱ আছিল………

ভূমিপুত্ৰ মিছিং সকলৰ অতি আদৰৰ "আলি আয়ে লৃগাং" ৰ দিনতোত এইবাৰো চৰকাৰে বন্ধ ঘোষনা নকৰিলে ।দূৰ্গাপূজাত অসমীয়াত বেনাৰ নিলিখা...
03/11/2023

ভূমিপুত্ৰ মিছিং সকলৰ অতি আদৰৰ "আলি আয়ে লৃগাং" ৰ দিনতোত এইবাৰো চৰকাৰে বন্ধ ঘোষনা নকৰিলে ।
দূৰ্গাপূজাত অসমীয়াত বেনাৰ নিলিখাৰ বাবে কোনো কোনো সংগঠনে অসমীয়াগিৰি দেখুৱাইছিল। কিন্তু অসমৰ অন্যতম মূল জনজাতি মিছিং সকলৰ এই প্ৰাপ্যৰ বিষয়ে কিয় মাত নামাতে ?
অসমৰ হাৱা পানী খায় ডাঙৰ হোৱা সকলৰ বিভিন্ন জন্ম জয়ন্তী,পূজা,ভাতৃ দিৱস বোৰত দিয়া বন্ধৰ প্ৰতি আমাৰ দ্বিমত নাই কিন্তু এই সহজ সৰল জনজাতিতোৰ প্ৰতিএই বিদ্বেষ ভাব কিয় ?
এই বিষয়ে আপোনাৰ মন্তব্য কি?

Good morning.......
03/11/2023

Good morning.......

Good morning ☀️
31/10/2023

Good morning ☀️

আজিও মনত পৰিলে ভয় খায় উঠো…………🙏
30/10/2023

আজিও মনত পৰিলে ভয় খায় উঠো…………🙏

সকলোলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো । মা লক্ষ্মীৰ বসতি সকলোৰে ঘৰতে  হওক তাৰেই কামনা কৰিছো🙏।
28/10/2023

সকলোলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো ।
মা লক্ষ্মীৰ বসতি সকলোৰে ঘৰতে হওক তাৰেই কামনা কৰিছো🙏।

কি টেঙা হয়  বাৰু ??১/ মৌচাম্বী২/চকলা টেঙা৩/কমলা ৪/গোলনেমু
26/10/2023

কি টেঙা হয় বাৰু ??
১/ মৌচাম্বী
২/চকলা টেঙা
৩/কমলা
৪/গোলনেমু

এইবাৰলৈ বিদায় মা 🙏
24/10/2023

এইবাৰলৈ বিদায় মা 🙏

আজি মহা সপ্তমীৰ দিনা ডিব্ৰুগড়ৰ বকুল বাগানৰ ঐতিহাসিক দূৰ্গা পূজা ভাগ…………
21/10/2023

আজি মহা সপ্তমীৰ দিনা ডিব্ৰুগড়ৰ বকুল বাগানৰ ঐতিহাসিক দূৰ্গা পূজা ভাগ…………

Positive thinking ❤️❤️ .......
19/10/2023

Positive thinking ❤️❤️ .......

সকলোলৈ কাতি বিহুৰ ওলগ জনালো🙏
18/10/2023

সকলোলৈ কাতি বিহুৰ ওলগ জনালো🙏

Health is wealthFree test for 15th October Medical Camp 1.Fasting/PP/Random Blood Sugar.2.HBA1C3.Liver Function Test4.Ur...
12/10/2023

Health is wealth
Free test for 15th October Medical Camp
1.Fasting/PP/Random Blood Sugar.
2.HBA1C
3.Liver Function Test
4.Uric Acid
5.Spriometery Lung Function Test

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী।আশা কৰিছো নিৰ্দ্ধাৰিত সময়মতে সকলো পৰীক্ষা শেষ হয় যেন।
09/10/2023

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী।
আশা কৰিছো নিৰ্দ্ধাৰিত সময়মতে সকলো পৰীক্ষা শেষ হয় যেন।

Plz help the little one 🙏
09/10/2023

Plz help the little one 🙏

08/010/2023আজি দেওবাৰটোডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ লোক সকলৰ মাজত ।    ❤️
08/10/2023

08/010/2023
আজি দেওবাৰটোডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ লোক সকলৰ মাজত ।
❤️

দুমুঠি মান ঢেকীয়া শাক বেচিলৈ অহা মানুহজন ধনৰ দুখীয়া হ'লেও মানসিক ভাৱে যথেষ্ট টনকিয়াল।আজি পুৱাৰ এটা ভাল লগা দৃশ্য ❤️🙏এইবো...
07/10/2023

দুমুঠি মান ঢেকীয়া শাক বেচিলৈ অহা মানুহজন ধনৰ দুখীয়া হ'লেও মানসিক ভাৱে যথেষ্ট টনকিয়াল।
আজি পুৱাৰ এটা ভাল লগা দৃশ্য ❤️🙏
এইবোৰ হে প্ৰচাৰ হ'ব লাগে । হয় নে নহয় ?

সকলোলৈ পুৱাৰ সম্ভাষণ  জনালো🙏…মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ,   জীৱনৰ গানবোৰ সুৰদিবলৈ,   সাগৰৰ ঢৌবোৰ জোঁৱাৰ হ'বলৈ,    তুমি/মইৰ ...
27/09/2023

সকলোলৈ পুৱাৰ সম্ভাষণ জনালো🙏

…মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ,

জীৱনৰ গানবোৰ সুৰদিবলৈ,

সাগৰৰ ঢৌবোৰ জোঁৱাৰ হ'বলৈ,

তুমি/মইৰ পৰা আমি হ'বলৈ……❤️

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻

মোৰ সকলো বন্ধু বান্ধৱীক মোৰ এই পেজ টোলৈ আদৰণি জনাইছো । নৱৰস নহলেও সাধাৰণ মানুহৰ জীৱনৰ লগত সংগতি থকা বিভিন্ন ভাল লগা কাম কাজ , হাঁহি ধেমালি,ৰন্ধাবঢ়া ,বাগিছাৰ যতন ,ফুৰিবলৈ যোৱা আদি দেখুৱাবলৈ যত্ন কৰিম ।

09/09/2023

Dear friends and followers plz do follow me on Daisy Pranab # Pranab
As I m going to deactivate this account soon .
Thank you ❤️

ভালপোৱা এনেকুৱাই………
09/09/2023

ভালপোৱা এনেকুৱাই………

🙏🙏🙏🙏
20/06/2023

🙏🙏🙏🙏

 #  #  both are juwels of Assam . Proud of you #  #  #  ❤️❤️
01/04/2023

# # both are juwels of Assam . Proud of you #
# # ❤️❤️

01/04/2023

# # # #
Good evening friends ...... ❤️❤️❤️

Send a message to learn more

ডিব্ৰুগড়ৰ বৰপথাৰত অনুস্থিত হোৱা লুৰীণজ্যোতি ফেন ক্লাৱৰ দ্বাৰা আয়োজিত টেনিচ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ ফাইনেল খেল খনত নি...
26/01/2023

ডিব্ৰুগড়ৰ বৰপথাৰত অনুস্থিত হোৱা লুৰীণজ্যোতি ফেন ক্লাৱৰ দ্বাৰা আয়োজিত টেনিচ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ ফাইনেল খেল খনত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকো।

ভোগালী বিহুৰ আন্তৰিক ওলগ জনালো …………(কোনটো মাছ ল'ম ?😊)
14/01/2023

ভোগালী বিহুৰ আন্তৰিক ওলগ জনালো …………

(কোনটো মাছ ল'ম ?😊)

Happy new year to all 🎉🎉
02/01/2023

Happy new year to all 🎉🎉

ভীমকান্ত দেৱলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো
27/12/2022

ভীমকান্ত দেৱলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো

সুপ্ৰভাত………ৰাজহুৱা কামকাজৰ লগত  জড়িত ব্যক্তি সকলে "মই" টোক এৰি "আমি" বুলি প্ৰত্যেকতো কামত আগবাঢ়ি যাব পৰা মনোভাব ৰাখিব পৰ...
17/10/2022

সুপ্ৰভাত………

ৰাজহুৱা কামকাজৰ লগত জড়িত ব্যক্তি সকলে "মই" টোক এৰি "আমি" বুলি প্ৰত্যেকতো কামত আগবাঢ়ি যাব পৰা মনোভাব ৰাখিব পৰাতোহে
গুৰুত্বপূৰ্ণ কথা……

ৰাজ্য খনৰ সাংস্কৃতিক জগতৰ অন্যতম বাটকতীয়া  ঢোলৰ ওজা তুলসী ওজাই  আজি পুৱা সকলো গুণমুদ্ধক এৰি থৈ অনন্তধামলৈ গতি কৰে । তেখে...
02/07/2022

ৰাজ্য খনৰ সাংস্কৃতিক জগতৰ অন্যতম বাটকতীয়া ঢোলৰ ওজা তুলসী ওজাই আজি পুৱা সকলো গুণমুদ্ধক এৰি থৈ অনন্তধামলৈ গতি কৰে । তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো । 🙏

বিদায় ………বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏
02/07/2022

বিদায় ………
বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏

সৈনিক শিল্পী কমৰেড বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মোৰ সকলো বন্ধু বান্ধৱীলৈ বিষ্ণুপ্ৰসাদ ৰা...
20/06/2022

সৈনিক শিল্পী কমৰেড বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
মোৰ সকলো বন্ধু বান্ধৱীলৈ বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ আন্তৰীক শুভকামনা জনাইছোঁ।

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Daisy Yein Lahkar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in Dibrugarh

Show All