Assam 24

Assam 24 Latest News and Updates! Dive into the heartbeat of Dibrugarh city and beyond with Assam 24, Stay connected with Assam 24. Stay connected with Assam 24.

Assam 24: Your Gateway to Dibrugarh's Latest News and Updates! Dive into the heartbeat of Dibrugarh city and beyond with Assam 24, follow Assam 24 for timely and insightful local news coverage. From breaking stories to in-depth features, community events to cultural showcases, Assam 24 delivers a comprehensive view of the pulse of Dibrugarh and its vibrant surroundings.

29/01/2025

এবছৰে অনুষ্ঠিত নহ'ল সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
দুবাৰকৈ বৃদ্ধি কৰিলে পৰিষদৰ কাৰ্যকাল
শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী সোনোৱাল কছাৰী ছাত্র সন্থাৰ

28/01/2025

ডিব্ৰুগড়ৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান Dr Radakrishnan School Of Arts, Commerce and Science ৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান

28/01/2025

চিলাপথাৰত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেচনৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তূতি তুংগত ।

28/01/2025

ডিব্ৰুগড় বগীবিল চাউলখোৱাৰ কেইগৰাকীমান মহিলাৰ প্ৰশংসনীয় পদক্ষেপ৷ কেটাৰিংৰ গোট খুলি স্বনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস

Treatment of Kidney stone removal using Laser technology without any cuts or stitches using laser technology.Visit Apeks...
28/01/2025

Treatment of Kidney stone removal using Laser technology without any cuts or stitches using laser technology.
Visit Apeksha Hospital for laser treatment of kidney stone removal.

27/01/2025

ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ কুকীৰ্তিৰ এক ভয়ংকৰ কাণ্ড। হাজাৰ হাজাৰ খালি মেগা জিঅ'বেগ পেলাই দিছে ব্ৰহ্মপুত্ৰত। ব্ৰক্ষপুত্ৰইদি উটি আহিছে বাণ্ডিলে বাণ্ডিলে মেগা জিঅ’বেগ

25/01/2025

চিলাপথাৰ মিছিংপুৰ চিলটিয়া গাওঁত দুজনকৈ কৃষকৰ খেৰীঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ। নিমিষতে জলি চাই হল গোটাই ৰখা এবছৰৰ পহুধনৰ খাদ্য।

25/01/2025

বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহ আৰু যুৱ সাংবাদিক তপন কুমাৰ শইকীয়াক বিশেষ সম্বৰ্ধনা মটক ছাত্ৰ সন্থাৰ

25/01/2025

সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ আতিথ্যত বিশাল সাংস্কৃতিক শোভাযাত্ৰা.......

24/01/2025

ৰক্তদান মহান দান। আপোনাৰ এটুপি তেজে কাৰোবাক দিব পাৰে জীৱন দান। তেনে মহৎ এক উদ্দেশ্য আগত ৰাখি শুকুৰবাৰে ডিব্ৰুগড় ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰোগ্য ভৱন ৰক্ত কেন্দ্ৰৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়

23/01/2025

।assam linguistic minorities development board বেংগলী পৰিষদ অসমৰ উদ্যোগতো দিনজোৰা কাৰ্য্যসুচীৰে পৰাক্ৰম দিৱস উদযাপন কৰা হয়।

23/01/2025

সমগ্ৰ বিশ্বৰ লগতে আজি চিলাপথাৰতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম জয়ন্তী পালন।

23/01/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা বৰবৰুৱা শাখাৰ প্ৰতিবাদী পদ যাত্ৰা কৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন।

23/01/2025
22/01/2025

শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাসগৃহত উপস্থিত CRPF ৰ DIG প্ৰভাকৰ ত্ৰিপাঠী : খবৰ ল'লে পৰিয়ালৰ : ছাত্ৰ-ছাত্ৰীৰ লগত মত-বিনিময়

Address


Alerts

Be the first to know and let us send you an email when Assam 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam 24:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share