![খবৰ টো বেয়া লাগিল শুনি । ইমান প্ৰকৃতি প্ৰেমী থকাৰ পাছতো কেনেকৈ লৈ যাব পাৰে এনেদৰে এম্বুলেন্সত উঠাই। আচৰিত কথা নহয় নে ।...](https://img4.medioq.com/895/254/933650098952546.jpg)
20/01/2025
খবৰ টো বেয়া লাগিল শুনি । ইমান প্ৰকৃতি প্ৰেমী থকাৰ পাছতো কেনেকৈ লৈ যাব পাৰে এনেদৰে এম্বুলেন্সত উঠাই। আচৰিত কথা নহয় নে । ২৩ টা হাটি কিন্তু বৰ দুখেৰে অসম এৰিছে । ইমানবোৰ জনতা নিমাত বৰ লাজৰ কথা । যিকিনহওক অসমৰ হাতী কেইটা ঘূৰাই লাগে নহ'লে অসমৰ জনতা জাগি উঠিব । এনেও জাতি-মাটি ভেটি বিক্ৰী কৰি শেষ কৰিচ ।