Jiyadhol Vlogs

Jiyadhol Vlogs daily Vloging A to Z

পানী নোহোৱাকৈ কেনেকৈ গা ধুব লাগে 😂😂
12/02/2025

পানী নোহোৱাকৈ কেনেকৈ গা ধুব লাগে 😂😂

07/02/2025

Follow HIGH MINDS CLOTHING

07/02/2025
আজি পবিত্ৰ মংগলবাৰ, জয় প্ৰভু বজৰংবলী কৃপা কৰিবা 🙏🏻 সকলো ভক্তৰে মনোকামনা পূৰণ কৰিবা 🙏🏻 পবিত্ৰ মনেৰে সকলোৱে শ্বেয়াৰ কৰক ...
07/01/2025

আজি পবিত্ৰ মংগলবাৰ, জয় প্ৰভু বজৰংবলী কৃপা কৰিবা 🙏🏻
সকলো ভক্তৰে মনোকামনা পূৰণ কৰিবা 🙏🏻
পবিত্ৰ মনেৰে সকলোৱে শ্বেয়াৰ কৰক 🙏🏻

01/01/2025

টিকলাৰ কথা শুনি হাঁহি হাঁহি পেট বিষাই গৈছে কিযে হব 😂😂😂😂

29/12/2024

#ইয়াৰে_আপোনালোকৰ_প্ৰীয়_কোন_জন ?????

Streamed fish
10/12/2024

Streamed fish

10/12/2024

বিশ্বাসতো এক মাত্ৰ তাকেই কৰা যায়, যাৰ বিশ্বাসৰ যোগ্য আছে। তাক কেনেকৈ বিশ্বাস কৰিম, যাৰ বিশ্বাসৰ যোগ্যই নাই।

10/12/2024

এটা সময় হেৰাই যায়, বহু সময়ৰ মাজত, এটা সম্পৰ্ক শেষ হৈ যায় এটা ভুলৰ ফলত, এটা মন ভাঙি যায় সৰু এটা অপমানৰ ফলত, এটা জীৱন শেষ হৈ যায় অলপ অভিমানৰ ফলত।।

10/12/2024

জীৱনত সুযোগ তেওলোকেই পাই। যিসকলে সুযোগৰ মূল্যটো বুজি পায়।যিসকলে সুযোগ পাই গুৰুত্ব নিদিয়ে। সেই সকলে সুযোগৰ মূল্য বুজি নাপাই।

10/12/2024

প্ৰিয় মানুহজনে এৰি থৈ গলেও ইমান কষ্ট নহয়, যিমান কষ্ট আপোন মানুহজন সলনি হ’লে হয়।

10/12/2024

মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায় যিবোৰে আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে

10/12/2024

জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত জীৱনো উভটি নাহে, মানুহবোৰো এভটি নাহে

10/12/2024

সময়ৰ সোঁতত যেতিয়া মানুহৰ চৰিত্ৰবোৰ সলনি হয় তেতিয়া বহু মানুহ হৃদয়ৰ পৰা ওলায় পৰে।

10/12/2024

যিজনে আপোনাৰ অনুভৱখিনিক সন্মান কৰিব নাজানে তেওঁৰ কাষত অভিমান অভিযোগ কৰি লাভ নাই তেনে কৰিলে কেৱল মনত কষ্টহে পাব৷

10/12/2024

সমন্ধ এটা তেতিয়াহে জীয়াই থাকে, যেতিয়া সমন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়।

Address

Sil Ali Maj Goan
Dhemaji
787057

Alerts

Be the first to know and let us send you an email when Jiyadhol Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category