জনমত ধেমাজি ASSAM

জনমত ধেমাজি ASSAM সকলো খৱৰৰ বাবে আমি দায়বদ্ধ ,
সত্যতা জনাতো আপোনাৰ অধিকাৰ

08/03/2021

ধেমাজি ১১৩ নং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থী নৰেন্দ্ৰ কুমাৰ পাৱ আজি ৰাতিটো ভিতৰতে দল সলাই আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে ।

১১৩ নং ধেমাজি সমষ্টিৰ ৰাইজৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নৰেন্দ কুমাৰ পাৱ ।

07/03/2021

ধেমাজি বিধানসভা সমষ্টিত কোন হব MLA
১/ চিত্তৰঞ্জন বসুমতাৰী(AJP)
২/ ৰনোজ পেগু(BJP)
৩/ শৈলেন সোনোৱাল(Congress)

জনমত ত আহি আছে ১৫ মাৰ্চত সামাজিক মাধ্যমৰ যোগে সমীক্ষা ।
{ সকলোৱে আপোনাৰ মতামত শ্বেয়াৰ আৰু কমেণ্ট যোগে মন্তব্য কৰক)

ধেমাজি১১৩ নং বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে এইবাৰ কাক বিছাৰিছে ৷আপোনাৰ/আপোনালোকৰ মতামত  শ্বেয়াৰ আৰু কমেণ্ট যোগে মন্তব্য ...
07/03/2021

ধেমাজি১১৩ নং বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে এইবাৰ কাক বিছাৰিছে ৷

আপোনাৰ/আপোনালোকৰ মতামত শ্বেয়াৰ আৰু কমেণ্ট যোগে মন্তব্য প্ৰকাশ কৰক ।

১/ চিত্ত বসুমতাৰী (জাহাজ)
২/ ৰনোজ পেগু ( পদূম )
৩/ শৈলেন সোনোৱাল (হাত ) ৷

জনমত ত আহি আছে ১৫ মাৰ্চত সামাজিক মাধ্যমৰ যোগে সমীক্ষা ।

ধেমাজিৰ SBI Branchৰ  ATM Card এখন ৰাতিপুৱা  ATM Manchineত লাগি আছিল ।  Card Holder Name: DIMBESWAR DIHINGIA .Card Holder...
07/03/2021

ধেমাজিৰ SBI Branchৰ ATM Card এখন ৰাতিপুৱা ATM Manchineত লাগি আছিল ।
Card Holder Name: DIMBESWAR DIHINGIA .
Card Holder জনৰ ID Proof এখন দেখুৱাই 6001665840 Numberলৈ Phone কৰি লৈ যাব পাৰিব ।

 #আহি_আছে_চিলাপথাৰলৈ"গৰু" .......; #ছাহজাহান কাহিনীৰ আধাৰত  #হিমাংশু প্ৰসাদ দাস ৰ জনপ্ৰিয় বোলছবি "গৰু"(ধিক্কাৰ এই জীৱন) ...
09/02/2021

#আহি_আছে_চিলাপথাৰলৈ"গৰু" .......;

#ছাহজাহান কাহিনীৰ আধাৰত #হিমাংশু প্ৰসাদ দাস ৰ জনপ্ৰিয় বোলছবি "গৰু"(ধিক্কাৰ এই জীৱন) আহি আছে আপোনাৰ চহৰলৈ ।

আপোনালোকৰ সুভিধা হোৱাকে আগতীয়াকৈ অনলাইন প্ৰৱেশ পত্ৰৰ বাবে 6001665840 নাম্বাৰলৈ বুকিং কৰিব পাৰিব ।

টিকটৰ মূল‍্য তলত নিৰ্ধাৰণ কৰা হৈছে ।
স্থান: চিলাপথাৰ বণিজ্যিক পাম, ৰাজহুৱা প্ৰেক্ষাগৃহ ।
সময় : দিনৰ ১১,১,৩,আৰু সন্ধিয়া ৫,৭ বজালৈ।
তাৰিখ:১৪ ফেব্ৰুৱাৰী, দেওবাৰ ।

#সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ ।

31/01/2021
23/07/2020

:
ধেমাজি জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত নিযুক্তি প্ৰক্ৰিয়ালৈ ধণা কায্যসূচী ৰূপায়ন ।

যোৱা বছৰৰ আগষ্ট মাহত প্ৰকাশ পোৱা নৱগঠিত ২০০ খন বিদেশী ন্যায়াধীকৰণৰ বাচনীভুক্ত ১৬০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিলৈ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগে এটা বিজ্ঞাপনৰ ভিক্তিত বিভিন্ন পদৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে আবেদন জনায় লিখিত আৰু মৌখিক পৰীক্ষাত উত্তীণ হৈ ফলাফল ওলোৱা পাছতো আজি দহ মাহ ধৰি অসম চৰকাৰে নিযুক্তি নিদিয়াত ভুক্তভুগি ছাত্ৰ ছাত্ৰী সকলে ক্ষুণ্ণ হৈ পৰাত আজি আবেদনকাৰী ছাত্ৰ ছাত্ৰীয়ে ধেমাজিত দিনৰ ১১ বজাত ধেমাজি উপায়ুক্ত কায্যলয়ৰ সন্মুখত এক ধণা কায্যসূচী ৰূপায়ণ কৰাৰ উপৰিও জিলা খনৰ উপায়ুক্ত জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লৈ এখন ম্মাৰক পত্ৰ প্ৰদান কৰে ।

েমাজি_ASSAM

23/07/2020

:
অখিল গগৈৰ মুক্তি দাবীত ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল ।

নাগৰিকত্ব সংশোধনী আইন ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ ফলত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ লগতে 'কা' আন্দোলন নামত কাৰাবন্দী হৈ থকা সকলো কাৰাবন্দীক মুক্তি কৰি দিয়া দাবীত ধেমাজিত বৃহস্পতিবাৰে ৰূপায়ণ হল মানৱ শৃংখল ।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি সমিতিৰ উদ্যোগত আৰু ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি নগৰত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

েমাজি_ASSAM

15/07/2020

:
সদৌ তাই আহোম ছাত্র সন্থা(আটাছু) ৩২তম প্ৰতিষ্ঠা দিৱস ।
আজি পুৱা ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থাই ধেমাজিৰ নগৰস্থিত আটাছু মূখ্য কাৰ্যলয়ত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৩২তম প্ৰতিষ্ঠা দিৱস পালন কৰে ।

আটাছু ধেমাজি জিলাৰ উপসভাপতি দেৱ কুমাৰ গগৈয়ে পতাকা উত্তোলন কৰা লগতে শ্বহীদ ত্পণ কৰে সম্পাদক পংকজ বৰগোহাঁই ।

এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈ লগতে আটাছুৰ বহু বিষয়ববীয়া ।

েমাজি_ASSAM

11/07/2020

অখিল গগৈৰ কৰণা পজিটিভ নিগেটিভক লৈ নাটক কৰিছে জেল কৰ্তৃপক্ষই ঃ কমল কুমাৰ মেধি

06/07/2020

:

ধেমাজিত অভিনৱ প্ৰতিবাদে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ডিঙিত পিয়াজ ,আলু মালা পিন্ধি ঘোঁৰা পিঠিত উঠিল ।

সমগ্ৰ দেশত অত‍্যাৱশ‍্যকীয় মূল‍্যবৃদ্ধি লগতে অভাৱনীয় ভাৱে পেট্ৰল-ডিজেল মূলবৃদ্ধি হোৱা প্ৰতিবাদ জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা ৰ উপস্থিতিত ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ ধেমাজি,ধেমাজি নগৰ ,বৰদলনি, মাছখোৱা, চিচিবৰগাঁও, চিলাপথাৰ নগৰ আৰু মুকাংচেলক ব্লক কংগ্ৰেছ কমিটিয়ে আজি ধেমাজি নগৰত ঘোঁৰাগাড়ী চলাই অভিনৱ প্ৰতিবাদে মূল‍্যবৃদ্ধি ৰোধ কৰক , অসম চৰকাৰ গ'বেক, বিজেপি গ'বেক , মোডী চৰকাৰ হাঃ হাঃ, সৰ্বানন্দ সোনোৱাল গ'বেক আদি শ্লো'গানে প্ৰতিবাদী সমদল বাহিৰ কৰে ।

েমাজি_ASSAM

04/07/2020

:
ধেমাজি চিচিবৰগাঁওৰ শোকাৱহ পথ দুৰ্ঘটনা হোৱা টংকেশ্বৰ কলিতাৰ চালৰ মৃতদেহ উদ্ধাৰ ।

যোৱা শুকবাৰে পোৱা ৯ বাজি ৪৫ মিনিটত ধেমাজি চিচিবৰগাঁও গেলুৱা নৈৰ দলঙত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ লখিমপুৰৰ লীলাবাৰী টংকেশ্বৰ কলিতাৰ পৰিয়ালৰ পিতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা পিছত সন্ধানহীন হৈ থকা চালক শৈলেন মাহাতুক আজি পুৱা ছয় বজাত দুৰ্ঘটনা হোৱা ঠাই পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত SDRF , NDRFৰ যৌথ অভিযানত মৃত দেহতো উদ্ধাৰ কৰে ।

েমাজি_ASSAM

 ~ ভাৰতৰ প্ৰথমটো কৰ'না ভাইৰাছৰ ভেকচিন ১৫ আগষ্টৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে এইচিএমআৰে৷ ~ভাৰত বায়'টেক ইণ্টাৰন...
03/07/2020


~ ভাৰতৰ প্ৰথমটো কৰ'না ভাইৰাছৰ ভেকচিন ১৫ আগষ্টৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে এইচিএমআৰে৷
~ভাৰত বায়'টেক ইণ্টাৰনেচনেল লিমিটেড নামৰ ব্যক্তিগত কোম্পানীটোৰ সহযোগত 'ক'ভেক্সিন' নামৰ প্ৰতিষেধকটো তৈয়াৰ কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷

~ ঘৰুৱাভাৱে প্ৰস্তুত কৰা ক'ভিড-১৯ৰ প্ৰতিষেধক বিবিভি১৫২ৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে বহু কোম্পানীয়ে আৱেদন কৰিছে৷


েমাজি_ASSAM

03/07/2020

:
যোৱা কালি ধেমাজি চিচিবৰগাওঁ সমীপৰৰ গেলুৱা দলঙৰ ৰেলিং ভাঙি গাড়ী সহ পাঁচ জনকৈ লোক নদীত পৰে ।
স্থানীয় লোককে এগৰাকী মহিলা আৰু এগৰাকী যুৱতী জীৱন্তে উদ্ধাৰ কৰে । বাকী তিনি গৰাকী সন্ধানহীন হৈ আছিল যদিও আজি পোৱা ভাগত NDRF আৰু SDRF ৰ অভিযান চলাই পিতৃ সহ সৰু কন্যাক মৃত অৱস্থা উদ্ধাৰ কৰে যদিও এতিয়ালৈ গাড়ী চালক জন সন্ধানহীন হৈ আছে ।

পৰিয়ালটো লখিমপুৰৰ লীলাবাৰী টংকেশ্বৰ কলিতা বুলি জানিব পৰা গৈছে । পৰিয়ালটো লখিমপুৰ লীলাবাৰী পৰা চিলাপথাৰলৈ বুলি আছিল ।

েমাজি_ASSAM

02/07/2020

: ধেমাজিত নতুন ভূমি নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ধেমাজি জিলা ছাত্ৰ সন্থাৰ ।

বিজেপি চৰকাৰে উদ‍্যোগ স্থাপনৰ অজুহাতত কৃষিভূমি কাঢ়ি লোৱা আৰু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেট গ্ৰহণ কৰা খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বিৰুদ্ধে ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ।

েমাজি_ASSAM

02/07/2020

: ধেমাজিত পাঁচজন ব্যক্তিৰ দেহত কৰ'ণা পজিটিভ ।
~ইয়াৰে ধেমাজি নগৰত থকা বিশাল মেগা মাৰ্টৰ কৰ্মচাৰীৰ দুজনক ধৰা পৰিছে ।
~ এগৰাকী ধেমাজি উপায়ুক্ত কাৰ্যলয়ৰ কৰ্মচাৰী ।
~ দুজন ধেমাজি অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰী ।

সম্প্ৰতি ধেমাজি প্ৰশাসনে বিশাল মেগা মাৰ্ট খন কন‌‌ইণ্টইমেণ্ট জ'ন হিচাপে ৰাখিছে ।

েমাজি_ASSAM

02/07/2020

:
ধেমাজি চিচিবৰগাওঁৰ সমীপতৰ গেলুৱা দলঙত ভয়ংকৰ দুৰ্ঘটনা ।
দলঙৰ পৰা নদীত পৰি গাড়ী সহ এটা পৰিয়াল ।
গাড়ী খনৰ ভিতৰত আছিল পাঁচ জনকৈ ব্যক্তি,
ব্যক্তি কেইজনৰ ভিতৰত এটা পৰিয়াল লগতে এজন গাড়ী চালক আছিল ।
ওচৰৰ ৰাইজে কোনো মতে পৰিয়ালতো দুগৰাকী মহিলা উদ্ধাৰ কৰি ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
বৰ্তমান লৈকে গাড়ী চালক সহ পৰিয়ালতো দুজন পানীত সন্ধানহীন হৈ আছে ।
জানিব পৰা মতে ব্যক্তিকেজন লখিমপুৰ জিলাৰ লীলাবাৰী পৰা ডিব্ৰুগড়ৰলৈ গৈ আছিল ।

েমাজি_ASSAM

02/07/2020

:
ধেমাজি চিচিবৰগাওঁৰ সমীপতৰ গেলুৱা দলঙত ভয়ংকৰ দুৰ্ঘটনা ।
দলঙৰ পৰা নদীত উটি গল এখন সৰু গাড়ী ।
গাড়ী খনৰ ভিতৰত আছিল পাছ জনকৈ ব্যক্তি,
ব্যক্তি কেইজনৰ ভিতৰত দুজনক উদ্ধাৰ কৰি ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে,
সম্প্ৰতি গাড়ী সহ তিনিজন পানী তলত ।
জানিব পৰা মতে ব্যক্তিকেজন লখিমপুৰ জিলা লীলাবাৰী পৰা চিলাপথাৰলৈ গৈ আছিল ।

েমাজি_ASSAM

29/06/2020

: ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ ।
সমগ্ৰ দেশত অত‍্যাৱশ‍্যকীয় মূল‍্যবৃদ্ধি লগতে অভাৱনীয় ভাৱে পেট্ৰল-ডিজেল মূলবৃদ্ধি হোৱা প্ৰতিবাদত আজি ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ ধণা কাৰ্যসূচী ।

েমাজি_ASSAM

29/06/2020

:
ধেমাজি অসামৰিক চিকিৎসালয়ত চতুৰ্থবৰ্গ স্বাস্থ্যকৰ্মীক স্থানীয় নিযুক্তি নিদিয়াক লৈ প্ৰতিবাদ ।
সমগ্ৰ দেশত কোৰোণা মহামাৰীক সন্মুখৰ পৰা যুঁজ দি অহা স্বাস্থ্যকৰ্মী, চাফাই কৰ্মীক প্ৰতাৰণা কৰি আহিছে স্বাস্থ্য বিভাগে । ধেমাজি অসামৰিক চিকিৎসালয়ত চতুৰ্থবৰ্গ স্বাস্থ্যকৰ্মী ,চাফাই কৰ্মী হিচাপে দহ-পোন্ধৰ বছৰৰ বিনা বেতনে কাম কৰি অহা ৬৩জন কৰ্মীয়ে চতুৰ্থবৰ্গ স্থানীয় নিযুক্তি লৈ চিকিৎসালয় সন্মুখত অনিৰ্দিষ্টকালৈ বহিল প্ৰতিবাদত ।

েমাজি_ASSAM

26/06/2020

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল Uncut

 :~  জোনাইত সন্ধিয়া ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় ~ জোনাইৰ ৰাকুট কেমেৰেত জোনাই নৈত নাও দুৰ্ঘটনা~ ৰশ্মি দেউৰী নামৰ এগৰাকী ...
25/06/2020

:
~ জোনাইত সন্ধিয়া ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়
~ জোনাইৰ ৰাকুট কেমেৰেত জোনাই নৈত নাও দুৰ্ঘটনা
~ ৰশ্মি দেউৰী নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰী সন্ধানহীন
~ জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্থ নাওখনত আছিল ৭ গৰাকী যাত্ৰী
~ উদ্ধাৰ অভিযানত এতিয়াও অব্যাহত আছে SDRF বাহিনীৰ দল

েমাজি_ASSAM

25/06/2020

:
ধেমাজি দুই শিক্ষাৰ্থীৰ শীৰ্ষ স্থান দখল ।
: আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ধেমাজি জিলা খনলৈ অসমৰ ভিতৰত কলা শাখাৰ পঞ্চম স্থান শৰৎ শইকীয়া আৰু অংকিতা ভূঞাই কলা শাখাত দশম স্থান দখল কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

: ধেমাজি ব্যক্তিগত শিক্ষা অনুষ্ঠান পাব্লিক একাডেমী ধেমাজিৰ শিক্ষাৰ্থী শৰৎ শইকীয়াই ৰাজ্য ভিতৰত ৪৭১ নম্বৰ পাই পঞ্চম স্থান লাভ কৰে আনহাতে ধেমাজি কিৰণ একাডেমি জুনিয়ৰ কলেজৰ পৰা অংকিতা ভূঞাই ৰাজ্য ভিতৰত ৪৬৬ নম্বৰ পাই দশম স্থান অধিকাৰ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে । আনহাতে এই দুই মেধাৱী শিক্ষাৰ্থীলৈ ধেমাজি বিভিন্ন দল সংগঠন আৰু ৰাইজে শুভেচ্ছা জনাই ।

েমাজি_ASSAM

 :আজি ধেমাজি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি ক‌‌ক্ষৰ দায়িত্বত থকা এগৰাকী নাৰ্চৰ শৰীৰত কভিড১৯ পজিটিভ ধৰা পৰাৰ পাছত ধেমাজি প্ৰশ...
24/06/2020

:
আজি ধেমাজি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি ক‌‌ক্ষৰ দায়িত্বত থকা এগৰাকী নাৰ্চৰ শৰীৰত কভিড১৯ পজিটিভ ধৰা পৰাৰ পাছত ধেমাজি প্ৰশাসনে অহা কালি ২৫ পৰা ২৭ জুনলৈ অসামৰিক চিকিৎসালয় খনৰ সমগ্ৰ চৌহদ কন্টেইনইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ।

েমাজি_ASSAM

 : ধেমাজি অসামৰিক চিকিৎসালয়ৰ প্ৰথম শাৰীৰ COVID19ৰ যুঁজাৰু এগৰাকী নাৰ্চৰ দেহত পোৱা গৈছে কৰ’না পজিটিভ । নাৰ্চ গৰাকী বিয়লি...
24/06/2020

:
ধেমাজি অসামৰিক চিকিৎসালয়ৰ প্ৰথম শাৰীৰ COVID19ৰ যুঁজাৰু এগৰাকী নাৰ্চৰ দেহত পোৱা গৈছে কৰ’না পজিটিভ ।
নাৰ্চ গৰাকী বিয়লি ১.৩০ বজালৈ চিকিৎসালয়ৰ প্ৰসূতি কক্ষৰ দায়িত্বত আছিল ।

েমাজি_ASSAM

22/06/2020

ধেমাজি জীয়াঢল -কুমতিয়া - চিচিবৰগাঁওত বানৰ সংহাৰী ৰূপ ।
ইফালে ধেমাজি চিচিবৰগাঁও গাই নৈৰ ঢলে উটুৱাই নিলে মথাউৰী , ১০ হাজাৰো অধিক লোক ক্ষতিগ্ৰস্ত ।

েমাজি_ASSAM

 :অসমত পুনৰ নতুনকৈ ৮২জনৰ দেহত কৰ'ণাৰ পজিটিভ । ইয়াৰে।২২জন বাক্সাৰ, ১৪জন কাৰ্বিআংলঙৰ, ১১জন চিৰাঙৰ, ৯জন ডিব্ৰুগড়ৰ৭জন ধুবুৰ...
18/06/2020

:অসমত পুনৰ নতুনকৈ ৮২জনৰ দেহত কৰ'ণাৰ পজিটিভ ।
ইয়াৰে।২২জন বাক্সাৰ, ১৪জন কাৰ্বিআংলঙৰ, ১১জন চিৰাঙৰ, ৯জন ডিব্ৰুগড়ৰ
৭জন ধুবুৰীৰ, ৫জন গোলাঘাটৰ, শিৱসাগৰ, নগাঁও, বৰপেটা, কামৰূপত দুজনকৈ
বিশ্বনাথ, নলবাৰীৰ এজনকৈ, এজন চৰাইদেউৰ, এজন তিনিচুকীয়া
এজন কোকৰাঝাৰৰ, এজন ধেমাজিৰ বুলি জানিব পৰা গৈছে ।
এই কথা ডঃ হিমন্ত বিশ্ব শৰ্মায়ে সদৰী কৰিছে ।

েমাজি_ASSAM

18/06/2020

:
ৰ গেৰুগামুখ প্ৰকল্পত অঘটন ।
~পুনৰ চপৰা চাপৰে খহি পৰিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এখন গাডৱাল ।
~নিভৃকাৰ NHPC কতৃপক্ষ বা চৰকাৰৰ ।
~উত্তৰ অসমৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিবেশ ।

েমাজি_ASSAM

17/06/2020

: জীয়াঢল বানত জলমগ্ন হল পশ্চিম ধেমাজি কেইবাখনো গাওঁ ।

জীয়াঢল নদীয়ে আব্যাহত ৰাখিছে বানৰ সংহাৰী ৰূপ , জীয়াঢল মথাউৰী দুইটা অংশ ভাঙি বুৰালে পশ্চিম ধেমাজি, জীয়াঢল চাৰিআলি , ভুজো গাওঁ , শেঙেলী পথাৰ, দীঘলগৰা , বালিজান আৰু বহু গাওঁ ।
বানত খহিল ১৫ নং ৰাষ্ট্ৰীয় সংযোগী পথ, জলমগ্ন হৈছে শ শ বিঘা কৃষিভূমি , জলবন্দী হৈ আছে বহু লোক, বন্যাতৰ সকলৰ বাবে জিলা প্ৰশাসন বা জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ খৱৰ নোলোৱাত খুৱপ্ৰকাশ ৰাইজৰ ।

েমাজি_ASSAM

 :- 69 new COVID-19 positive cases reported in Assam
14/06/2020

:
- 69 new COVID-19 positive cases reported in Assam

 :~ৰাজ্যত পুনৰ ৪৩জন লোক কৰ'না পজিটিভ চিনাক্ত হৈছে৷ ~আক্ৰান্তৰ ১৪জন নগাঁৱৰ, ১০জনকৈ গোলাঘাটৰ আৰু কামৰূপৰ, দুজনলৈ যোৰহাট, ব...
14/06/2020

:
~ৰাজ্যত পুনৰ ৪৩জন লোক কৰ'না পজিটিভ চিনাক্ত হৈছে৷
~আক্ৰান্তৰ ১৪জন নগাঁৱৰ, ১০জনকৈ গোলাঘাটৰ আৰু কামৰূপৰ, দুজনলৈ যোৰহাট, বাকসা আৰু চিৰাঙৰ আৰু এজনকৈ কাৰ্বি আংলং, ধেমাজি আৰু বঙাইগাঁৱৰ লোক৷
~ মুঠ আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি পালে ৩,৯৪৩জনলৈ৷

েমাজি_ASSAM

 :~ৰাজ্যত পুনৰ ৩৪ জনৰ দেহত পোৱা কৰ'না পজিটিভ। ইয়াৰে লৈ মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩৩১৯ লৈ বৃদ্ধি পালে।
11/06/2020

:
~ৰাজ্যত পুনৰ ৩৪ জনৰ দেহত পোৱা কৰ'না পজিটিভ। ইয়াৰে লৈ মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩৩১৯ লৈ বৃদ্ধি পালে।

 :~ ৰাজ্যত পুনৰ ৪২জন কৰ’না আক্ৰান্ত চিনাক্ত।~ আক্ৰান্তসকলৰ ভিতৰত নগাঁৱৰ ১৯জন, কোকৰাঝাৰৰ ১৬জন, লখিমপুৰৰ ৪জন, যোৰহাটৰ দুজন...
10/06/2020

:
~ ৰাজ্যত পুনৰ ৪২জন কৰ’না আক্ৰান্ত চিনাক্ত।

~ আক্ৰান্তসকলৰ ভিতৰত নগাঁৱৰ ১৯জন, কোকৰাঝাৰৰ ১৬জন, লখিমপুৰৰ ৪জন, যোৰহাটৰ দুজন, ধেমাজিৰ এজন।

~ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩,০৯২জনলৈ।

েমাজি_ASSAM

 :~ৰাজ্যত পুনৰ ৬৯জনৰ দেহত কোৰোণা পজিটিভ পোৱা গৈছে ।~ ইয়াৰে ধেমাজি জিলাৰ চিমেন চাপৰি মহাবিদ্যালয় কোৱাৰাইণ্টাইন থকা ৫ জনৰ ...
09/06/2020

:
~ৰাজ্যত পুনৰ ৬৯জনৰ দেহত কোৰোণা পজিটিভ পোৱা গৈছে ।
~ ইয়াৰে ধেমাজি জিলাৰ চিমেন চাপৰি মহাবিদ্যালয় কোৱাৰাইণ্টাইন থকা ৫ জনৰ দেহত ধৰা পৰিছে ।
~ৰোগী কেইজন ক্ৰমে কুলেন্দ্ৰ কুলি(২৪), ৰবীন পেগু(২৪),চিত্ৰ পেগু(30),ভীম পেগু(22), নাচাল পেগু(২১) বুলি জানিব পৰা গৈছে ।
~ৰাজ্যত পজিটিভ সংখ্যা ২৯৩৭ বৃদ্ধি ।

েমাজি_ASSAM

 :~ৰাজ্যত ৩৩জন লোক পুনৰ কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে৷ ~১৭জন তিনিচুকীয়াৰ, ৪জন যোৰহাটৰ, ৩জন বৰপেটাৰ, দুজনকৈ চিৰাং, কাৰ্বি আ...
09/06/2020

:
~ৰাজ্যত ৩৩জন লোক পুনৰ কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে৷
~১৭জন তিনিচুকীয়াৰ, ৪জন যোৰহাটৰ, ৩জন বৰপেটাৰ, দুজনকৈ চিৰাং, কাৰ্বি আংলং আৰু নগাঁৱৰ ~আনহাতে এজনকৈ বাকসা, গোলাঘটা আৰু মাজুলীৰ ~ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২,৮৬৮জনলৈ বৃদ্ধি৷

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when জনমত ধেমাজি ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Dhemaji

Show All

You may also like