Headlines Dergaon

Headlines Dergaon আমাৰ খৱৰ, শুদ্ধ খৱৰ।
(8)

HEADLINES
DERGOAN

আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। সমগ্ৰ ৰাজ্যৰ সামাজিক, শৈক্ষিক তথা সাংস্কৃতিক, বিষয়বোৰক প্ৰধান বিষয়বস্তু হিচাপে লৈ "হেডলাইন্চ দেৰগাঁও" নামে এটা ৱেব পৰ্টেল মুকলি কৰা হৈছে। এই ৱেব পৰ্টেলৰ জড়িয়তে অসমৰ উল্লেখিত বিষয় সমূহ চৰকাৰ তথা জনসাধাৰণৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়াস কৰা হ'ব। জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহক তথ্যসহকাৰে উপস্থাপন কৰাৰ লগতে শৈক্ষিক,সামাজিক,সাংস্কৃতিক আৰু ৰা

জনৈতিক দিশত আগ্ৰহী সকলৰ বাবে দিয়া হ'ব এখন সুকীয়া মঞ্চ। সাংবাদিকতাৰ ক্ষেত্ৰখনক ভাল পোৱা যুৱপ্ৰজন্মৰ প্ৰতিনিধি সকলক আমি দিম প্ৰতিভা বিকাশৰ সুবিধা। অন্যহাতে বিশেষভাবে সক্ষম লোকসকলৰ মাজত থকা সন্ধানী খৱৰ, প্ৰতিভাধৰ কিশোৰ-কিশোৰী,বিষ্ময় বালক, আদিকে আৰম্ভ কৰি কৃষক,শিল্পী,শিপিনী সকলো সামৰি সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আমি দিম শুদ্ধ খবৰ। ৰাজ্যৰ প্ৰতিটো অঞ্চলত থাকিব আমাৰ একোজনকৈ সংবাদ প্ৰতিনিধি। ৰাইজৰ আশীষ কামনাৰে নতুন চিন্তাৰে নতুন ৰুপত Headlines Dergaon .

Address

Dergaon
785614

Alerts

Be the first to know and let us send you an email when Headlines Dergaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Headlines Dergaon:

Share


Other News & Media Websites in Dergaon

Show All