আজি শোকস্তব্ধ দেৰগাঁৱৰ উপকন্ঠ বৃহত্তৰ চৰাই চাপৰি। অঞ্চলটোৰ প্ৰত্যেকগৰাকী লোক দুখত ম্ৰিয়মান। সুমধুৰ গীত গাবলৈ আৰু সাৰে নাই গাঁওবাসীৰ আপোন বিশ্বজিৎ ভূঞা।
দেৰগাঁৱৰ বানাক্ৰান্ত চৰাই চাপৰিৰ নাৰমাৰিৰ এটা বাসগৃহত এতিয়া কান্দোনৰ ৰোল
দেৰগাঁৱৰ বানাক্ৰান্ত চৰাই চাপৰিৰ নাৰমাৰিৰ এটা বাসগৃহত এতিয়া কান্দোনৰ ৰোল
২ জুলাইৰ পৰা আৰম্ভ হ'ল দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীণ নাট্য কৰ্মশালা।
বানৰ সংহাৰী ৰূপৰ মাজতে শগুনপাৰা চাপৰিত উদ্ধাৰ হয় এটি হৰিণা পহু।বৰ্তমান ন-পমুৱা শলমাৰী গাঁৱত সুৰক্ষিত অৱস্থাত ৰখা হৈছ পহুটো। বন বিভাগক চমজাই দিয়া হ'ব পহুটো।
সোমবাৰৰ পৰা দেৰগাঁৱৰ সৃষ্টি সংগীত একাডেমীত আৰম্ভ হ'ল সংগীতৰ এক কৰ্মশালা।
কৰ্মশালাখনত হিন্দী গীত আৰু জিকিৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
সোমবাৰে কৰ্মশালাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক নুৰুল চুলতানে।
দেৰগাঁৱৰ চৰাইচাপৰিত ভয়ংকৰ ঘটনা
দেৰগাঁৱৰ চৰাইচাপৰিত ভয়ংকৰ ঘটনা
ব্ৰহ্মপুত্ৰত উঠি গৈছে এজন যুৱক
যুৱকজন বিশ্বজিত ভূঞা বুলি জানিব পৰা গৈছে
দেৰগাঁও সমষ্টিৰ বৃহৎ অঞ্চলত এতিয়া ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ তীব্ৰ সংহাৰী ৰূপ দেখা গৈছে।
দেৰগাঁও সমষ্টিৰ বৃহৎ অঞ্চলত এতিয়া ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ তীব্ৰ সংহাৰী ৰূপ দেখা গৈছে।
এটা দিনৰ ভিতৰতে বানত বুৰ গ'ল সমষ্টিটোৰ অৰ্ন্তগত চৰাই চাপৰি আৰু চিৰিশটিকাৰ ১০ খনৰো অধিক গাঁও।
⬜হেডলাইনচ দেৰগাঁৱৰ বিশেষ অনুষ্ঠান "মনৰ বতৰা"
এজন আদৰ্শ শিক্ষকে নিবনুৱা সকলৰ বাবে লৈ আহিছে উৎকৃষ্ট নিদৰ্শন।
⬜ দেৰগাঁৱৰ নাহৰণি কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন।
⬜ বিধায়ক মৃণাল শইকীয়াৰ অনাই বনাই খুমটাই।
⬜ মাজুলী উত্তৰ কমলাবাৰী সত্ৰত ৰাস মহোৎসৱ।
⬜ঢেকীয়ালত সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতি দিৱস উদযাপন।
⬜সমাজপ্ৰাণ উপাধিৰে বিভূষিত দেৰগাঁৱৰ সমাজকৰ্মী অতুল গোস্বামীৰ দেহাৱসান।