HKTV India

HKTV India भरोसेमंंद न्यूजचैनल HKTV India की आधिकारिक ?

 নিৰজ দাস ওৰফে কালা গুণ্ডা নিহতঅনিমেশ ভূঞা হত্যা কাণ্ডৰ মুখ্য অপৰাধী আছিল নিৰজ দাস। পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত আৰ...
01/12/2021


নিৰজ দাস ওৰফে কালা গুণ্ডা নিহত
অনিমেশ ভূঞা হত্যা কাণ্ডৰ মুখ্য অপৰাধী আছিল নিৰজ দাস। পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত আৰক্ষীৰ এছক'ৰ্ট বাহনএখনে তেওঁক খুন্দা মাৰে।তেওঁক জেএমচিএইচত মৃত ঘোষণা কৰা হৈছে ৷

12/10/2021

সৌ সিদিনা পাকিস্তান এক দুই ঘণ্টাৰ বাবেঅন্ধকাৰত ডুব গৈছিল আমি হাঁহিছিলোচীন অন্ধকাৰত ডুব গৈছিল আমি হাঁহিছিলো।এতিয়া ??????...
10/10/2021

সৌ সিদিনা পাকিস্তান এক দুই ঘণ্টাৰ বাবে
অন্ধকাৰত ডুব গৈছিল আমি হাঁহিছিলো

চীন অন্ধকাৰত ডুব গৈছিল আমি হাঁহিছিলো।

এতিয়া ???????

এইজনেই সেই দয়া শৰ্মা !সত্যবোৰ শুনিবলৈ হজম কৰিবলৈ কঠিন ... #লিখক দিগন্ত শৰ্মাৰ "চাউলখোৱাঃ১৯৮৩” গ্ৰন্থৰ এটা পৃষ্ঠা
05/10/2021

এইজনেই সেই দয়া শৰ্মা !সত্যবোৰ শুনিবলৈ হজম কৰিবলৈ কঠিন ...
#লিখক দিগন্ত শৰ্মাৰ "চাউলখোৱাঃ১৯৮৩” গ্ৰন্থৰ এটা পৃষ্ঠা

আচাৰ্য জী আপুনি আত্মহত্যা কৰিব নালাগে।ভাৰত আচলতে এখন হিন্দুৰাষ্ট্ৰ হয়। কাৰণ...১/ ৰাতিপুৱা ৰাষ্ট্ৰীয় অনাতৰ আৰু দূৰদৰ্শন...
03/10/2021

আচাৰ্য জী আপুনি আত্মহত্যা কৰিব নালাগে।
ভাৰত আচলতে এখন হিন্দুৰাষ্ট্ৰ হয়। কাৰণ...

১/ ৰাতিপুৱা ৰাষ্ট্ৰীয় অনাতৰ আৰু দূৰদৰ্শন
কেন্দ্ৰৰ আৰম্ভণি ভজনৰে হয়।
২/ সকলো চৰকাৰী কাৰ্যসূচীৰ আৰম্ভণি হিন্দু
পূজা অৰ্চনাৰে হয়।
৩/ চৰকাৰী চিকিৎসালয়ৰ প্ৰতিটো কোণত
হিন্দু দেৱ দেৱীৰ মুৰ্তি বা প্ৰতিচ্ছবি স্থাপিত কৰা
হয়।
৪/ প্ৰতিখন আৰক্ষী চকীৰ প্ৰবেশ দ্বাৰত একো
একোটা মন্দিৰ স্থাপন কৰা হয়।
৫/ চৰকাৰী কাৰ্যালয় সমূহত হিন্দু দেৱ দেৱীৰ
পূজা কৰা হয়।
৬/ বিদেশৰ পৰা বিমান কিনি আনিলে হিন্দু
ৰীতি নীতি মতে পূজা অৰ্চনা কৰা হয়।
৭/ বিদেশী আলহী আহিলে হিন্দু ৰীতি নীতি
মতে আদৰা হয়।
৮/ হিন্দু আস্থাক সন্মান জনাই মন্দিৰ নিৰ্মাণ
কৰাৰ অনুমতি দিয়া হয়।
৯/ দেশৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰী, ৰাজ্যপাল
আৰু মুখ্য বিচাপতিলৈকে হিন্দুৱে হয়।
১০/ সেনা প্ৰধানৰ পৰা আৰক্ষী প্ৰধানলৈকে
হিন্দুৱে হয়।
১০০ কৌটি হিন্দুৰ লগত এমুঠি মুছলমান আৰু
খ্ৰীষ্টিয়ানে কোনোপধ্যে ফেৰ মাৰিব নোৱাৰে
সেইটো আপুনিও জানে। হিন্দু সংকটত বুলি
আপোনালোকক মিছাতে ভয় খুৱাই বহু মূল্যৱান
ভোটকেইটা বিজেপিয়ে অতি সহজতে লৈ আছে।
মুছলমানৰ বিৰোধ নকৰিলে ভাৰতৰ এটাও হিন্দু
ভোট বিজেপিয়ে নাপায় বুলি আপুনিও জানে।

এৰা! ভাৰত এখন হিন্দু ৰাষ্ট্ৰই হয়.........

অসমৰ সকলো আৰক্ষী জোৱান লৈ আৰক্ষী দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।
01/10/2021

অসমৰ সকলো আৰক্ষী জোৱান লৈ আৰক্ষী দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।

"চাউলখোৱা, গৰুখুঁটি আদিত হাজাৰ হাজাৰমিঞাক হত্যা কৰা সকলৰ মাজৰ একাংশআক্ৰমণকাৰীক আত্মৰক্ষাৰ বাবে হত্যা কৰাহৈছিল আৰু তেওঁলো...
30/09/2021

"চাউলখোৱা, গৰুখুঁটি আদিত হাজাৰ হাজাৰ
মিঞাক হত্যা কৰা সকলৰ মাজৰ একাংশ
আক্ৰমণকাৰীক আত্মৰক্ষাৰ বাবে হত্যা কৰা
হৈছিল আৰু তেওঁলোককে শ্বহীদ আখ্যাৰে
বিভূষিত কৰি ইতিহাসক বিকৃত কৰা হৈছে।
জয়নাথ শৰ্মাৰ ভাতৃয়ে হাতত বন্দুক লৈ
ঘোঁৰাত উঠি গৰুখুঁটিত মিঞা মাৰিব গৈছিল,
তেওঁক জালেৰে ধৰি হত্যা কৰা হৈছিল কেৱল
আত্মৰক্ষাৰ বাবে, তেওঁ যে বহুতক গুলীয়াই
হত্যা কৰিছিল তেওঁলোকক ন্যায় কোনে দিব?
হত্যাকাৰী কোনোপধ্যে শ্বহীদ হব নোৱাৰে
চাউলখোৱা, গৰুখুঁটি আদিত মিঞাক হত্যা কৰা
হত্যাকাৰী সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যবস্থা
ললে?" শ্বেৰমান আলী আহমেদ।

24/09/2021

এইজন পুলিচ বিষয়াৰ আচৰণ আৰু কথা কোৱাৰ ধৰণ ইমান অভদ্ৰ নে???
তেওঁৰ কাৰ্যালয়ত দহ জন মানুহ যাব লাগে তেওঁ ৰাইজৰ অভিযোগ খিনি সমাধান কৰিবলৈ চেষ্টা কৰিব ৱাহ! ৱাহ..... সেই বৈধ নাগৰিক সকলক উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে কিয় উচ্ছেদ নকৰিলে?? যদি অবৈধ নাগৰিক আছে বিদেশী বিতাড়ণ কৰাৰ সাহস হবনে অসম চৰকাৰৰ।।।

23/09/2021

হয়, তেঁও অসমৰ এজন পমুৱা মুছলমান।

বৃটিছ ইন্ডিয়াৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতে ১৮৩৪ চন মানৰ পৰাই ইংৰাজে এফালে যেনেকৈ উজনি অসমত চাহ খেতি কৰিবৰ বাবে সুদূৰ চেন্ট্ৰেল প্ৰভিন্সেচৰ পৰা হিন্দু আদিবাসী শ্ৰমিকক অসমলৈ লৈ আহিছিল, ঠিক তেনেদৰেই নামনি অসমৰ বিভিন্ন নদীপৰিয়া অঞ্চলতো ( সেই সময়ত কলিকতাৰ লাভজনক মৰাপাট উদ্যোগৰ বাবে প্ৰচুৰ কেঁচামালৰ প্ৰয়োজন আছিল) মৰাপাটৰ খেতি কৰিবলৈ ইষ্ট বেঙ্গলৰ ঘাইকৈ মৈমনসিং জিলাৰ পৰা মুছলমান শ্ৰমিকক অসমলৈ লৈ আনি পুনৰ্সংস্থাপন দিছিল।

আমি কোনেও দায় সাৰিব নোৱাৰোঁ। শিক্ষা আৰু বিজ্ঞানমনষ্কতাৰে উদ্বুদ্ধ উপযুক্ত নেতৃত্বৰ অভাৱতেই হয়তো এই নদীপৰিয়া মানুহ বিলাকৰ সাধাৰণ জীৱনযাত্ৰা সদায়েই দুৰ্বিসহ হৈ আহিছে। বাৰে বাৰে নদীৰ গড়াখহনীয়া আৰু বানপানীয়ে তেঁওলোকৰ থকা ঠাইবিলাক নিচ্ছিন্ন কৰি আহিছে। তেঁওলোকৰ উঠি অহা প্ৰজন্মৰো সপোনবিলাক সদায় থান বান হৈ আহিছে। নদীভঙ্গ এই মানুহবিলাক আজি জীয়াই থাকিবলৈ যাব ক'লৈ ?

নিজে হাড়ভঙা পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰি থকা ঠাইখিনিৰ পৰাও কোনোবাই যদি তেঁওলোকক সৰ্ব্বস্বান্ত কৰে, তেঁওলোকৰ খঙ নুঠিবনে বাৰু ? তেঁওলোকৰ মনৰ বেদনা কোনোবাই বুজিবলৈ চেষ্টা কৰিছেনে ? তেঁওলোক হিন্দু, নে মুছলমান, নে কেৱল মানুহ ! আমি তেঁওলোকক কেৱল মানুহ হিচাবেই গণ্য কৰিব নোৱাৰোঁনে ?

এই পমুৱা মুছলমান জনেও ভবা নাছিল চাগে যে মৃত্যুৰ পিছতো কোনোবাই এক পৈশাচিক উল্লাসত বাৰে বাৰে তেঁওৰ দেহৰ ওপৰতে জপিয়াই নিষ্প্ৰাণ দেহটোক এনেধৰণে উপৰ্যুপৰি আঘাত কৰিব পাৰিব ! তেঁও কিন্তু সদায় অসমীয়াৰ ৰঙা আচুঁদিয়া গামোচা খনকেই মুৰত মেৰিয়াই আহিছিল। আজিও তেঁওৰ নিষ্প্ৰাণ দেহৰ কাষতে তেঁওক অসমীয়া বুলি পৰিচয় দিয়া সেই গামোচাখনো অনাদৃত ভাবে পৰি ৰৈছিল।

  গৰুখুঁটি কাণ্ডত বৰ্বৰভাৱে আক্ৰমণ কৰা ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক আটক আৰক্ষীৰ।
23/09/2021

গৰুখুঁটি কাণ্ডত বৰ্বৰভাৱে আক্ৰমণ কৰা ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক আটক আৰক্ষীৰ।

প্ৰসংগ ; ঘৃণা বনাম হিন্দু আৰু মুছলমান।তেওঁলোকৰ অন্তৰত মিঞাৰ প্ৰতি ইমানেই ঘৃণাআছে পাৰিলে কলিজা পৰ্য্যন্ত খাই পেলাব।নেলীটো...
23/09/2021

প্ৰসংগ ; ঘৃণা বনাম হিন্দু আৰু মুছলমান।

তেওঁলোকৰ অন্তৰত মিঞাৰ প্ৰতি ইমানেই ঘৃণা
আছে পাৰিলে কলিজা পৰ্য্যন্ত খাই পেলাব।
নেলীটো প্ৰকাশ পাইছিল সেই ঘৃণা। নেলীত এই
প্ৰবৃত্তিৰ মানুহেই মুছলমান শিশুকো হত্যা কৰিছিল
অতি নিৰ্মমভাবে।

মৃত মানুহৰ দেহটো বীৰৰ দৰে জঁপিয়াই তেওঁ
প্ৰমাণ দিলে হিন্দুত্ববাদ কিমান ভয়াবহ হ’ব পাৰে।

বিজয় শংকৰ বণিয়া নামৰ হিন্দু যুৱকজনে কি
কৰিলে আজি ৰাজ্যই দেখিলে। আৰক্ষীয়েও মৃতদেহটোক লাঠীৰে কোবাই পৈশাছিক আনন্দ
ললে। মিঞাৰ শত্ৰু প্ৰত্যেকে।

এনে দিন আহিল যে_ _ এতিয়া এজন কেমেৰামেনেও আৰক্ষীৰ সন্মুখতে নিজ ইচ্ছাত মৃত ব্যক্তিকো গচকিব পাৰে ।😔
23/09/2021

এনে দিন আহিল যে_ _ এতিয়া এজন কেমেৰামেনেও আৰক্ষীৰ সন্মুখতে নিজ ইচ্ছাত মৃত ব্যক্তিকো গচকিব পাৰে ।
😔

অসমৰ অন্যতম ডাঙৰ মাটিৰ দালাল ফণী তালুকদাৰক গামোচা পিন্ধাই যিজনে বিজেপিৰ দললৈ আনিছে তেওঁক ও গ্ৰেপ্তাৰ কৰিব লাগে
22/09/2021

অসমৰ অন্যতম ডাঙৰ মাটিৰ দালাল ফণী তালুকদাৰক গামোচা পিন্ধাই যিজনে বিজেপিৰ দললৈ আনিছে তেওঁক ও গ্ৰেপ্তাৰ কৰিব লাগে

 স্থানীয় ৰাইজৰ ভাষ্য মতে মুছাহাৰী নামৰযুৱকজন হত্যাকাণ্ডৰ এদিন পূৰ্বে আৰক্ষীৰজিম্মাত আছিল এটা পথ দূৰ্ঘটনাৰ সন্মুখীনহৈ। ত...
19/09/2021


স্থানীয় ৰাইজৰ ভাষ্য মতে মুছাহাৰী নামৰ
যুৱকজন হত্যাকাণ্ডৰ এদিন পূৰ্বে আৰক্ষীৰ
জিম্মাত আছিল এটা পথ দূৰ্ঘটনাৰ সন্মুখীন
হৈ। তেওঁ আঘাতপ্ৰাপ্তও আছিল ছবিত স্পষ্টকে
দেখা পোৱা গৈছে।

উৎস: প্ৰতিদিন টাইমছ।

বিষ্ণুৰ ৰাসলীলা, ধৰা পৰাত হ’ল স্ক্ৰু ঢিলা।"তুমি সঁচাই বহুত বহুত চেক্সী, ৰাতি ঘৰতআহিবা, তোমাক মই টপাৰ বনাই দিম, কাকোনকবা ...
16/09/2021

বিষ্ণুৰ ৰাসলীলা, ধৰা পৰাত হ’ল স্ক্ৰু ঢিলা।

"তুমি সঁচাই বহুত বহুত চেক্সী, ৰাতি ঘৰত
আহিবা, তোমাক মই টপাৰ বনাই দিম, কাকো
নকবা কিন্তু " বিষ্ণু।

বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা বিষ্ণু পদ ৰায়
নামৰ লম্পট এজনৰ ছাত্ৰীক উদ্দেশ্যি অশ্লীল
ইংগিত। বহু দিনৰ পৰা দেখাত ধুনীয়া ছাত্ৰী
গৰাকীক দি আহিছিল অসৎ মেচেজ। নিজ গৃহত
ৰাতি অকলে মাতিছিল ছাত্ৰীক। সন্মানত আঘাট
পোৱা ছাত্ৰীয়ে তাইৰ লগত হোৱা সকলো ঘটনা
মাকক বিবৰি কোৱাত আৰক্ষীৰ দ্বাৰস্থ হয়
পৰিয়াল। বৰ্তমান আৰক্ষীৰ জিম্মাত লম্পট বিষ্ণু।

ৰাজ্যৰ মহিলা যুৱতী সকলক অনুৰোধ এইঋতুৰাজ গগৈ নামৰ লোকজনৰ পৰা ভবিষ্যতেঅতি সাৱধানতা অৱলম্বন কৰিব। এই ভদ্ৰলোকজনে ডিব্ৰুগড়ৰ ...
16/09/2021

ৰাজ্যৰ মহিলা যুৱতী সকলক অনুৰোধ এই
ঋতুৰাজ গগৈ নামৰ লোকজনৰ পৰা ভবিষ্যতে
অতি সাৱধানতা অৱলম্বন কৰিব। এই ভদ্ৰ
লোকজনে ডিব্ৰুগড়ৰ এটা বেংকত অৰ্থাৎ
ৰাজহুৱা স্থানতে পেণ্টৰ চেইন খুলি গৰু ছাগলীৰ
দৰে এগৰাকী মহিলাক পিছপিনৰ পৰা যৌন
আঘাত কৰি আছিল।

08/09/2021

আপুনি মই জৰিমনা কিয় দিম এনে দুইনম্বৰি সংস্থাক ৷ এবাৰ Video টো চাওক ৷

আনৰ গাড়ীৰ প্ৰদূষণৰ প্ৰমাণ পত্ৰৰ বাবে জৰিমণা বিহে। কিন্তু, তেওঁলোকৰে নাই প্ৰদূষণৰ প্ৰমাণ পত্ৰ, বীমা।

Address

Paltan Bazar Guwahati
Delhi
781008

Telephone

+918855221144

Website

Alerts

Be the first to know and let us send you an email when HKTV India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to HKTV India:

Videos

Share

HKTV India

Online news


Other News & Media Websites in Delhi

Show All

You may also like