দৰংৰ শিয়ালমাৰী বজাৰত ভয়ানক অগ্নিকাণ্ড !
প্ৰকৃতিৰ কাল ৰূপ ধাৰণ ।
বৰপেটাত গুৰ্ণী বতাহ সাৱধানতা অৱলম্বন কৰক সকলোৱে।😭😭😭
মঙ্গলদৈৰ মাজমজিয়াত বাঘৰ আতংক।
আক্ৰমণত আহত বনকৰ্মী।
#TigerAttack
#kharupetiatime
#kharupetianewss
#FollowKharupatiatime
দলগাওঁ সমষ্টীৰ সন্মানীয় বিধায়ক মজিবুৰ ৰহমানে সমষ্টীৰ শিক্ষাৰ ক্ষেত্ৰত বিধান সভাত এনেদৰে মাত মতা দেখা যায় ! ধন্যাবাদ ৷
#MLAdalgaonassembly
#maziburrahman
#kharupetiatime
#kharupetianewss
#followkharupetiatime
Divine Trust ৰ সহযোগত CSE(APSC/UPSC) আৰু how to face interview প্ৰাৰম্ভিক (Prelims) পৰীক্ষাৰ পাঠ্যক্ৰমৰ (Syllabus) ওপৰত আলোচনা কৰা হয়৷
Hijab is Dignity of Muslim women...
I support Hijab
How to face interview # CAREER GUIDANCE AND CAUNSELLING CELL &IQAC ৰ সৌজনতDivine trust ৰ সহযোগত খাৰুপেটীয়া মহাবিদ্যালত এখন সভাৰ আয়োজন কৰা হয় উক্ত সভাত ছাত্ৰ-ছাত্ৰী সকলে interview কেনেকৈ দিব লাগে ইতাদি প্ৰয়োজনীয় কথা বোৰ আলোচনা কৰা হয়৷
খাৰুপেটীয়া মহাবিদ্যালয়ত নাম ভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ।
খাৰুপেটীয়া মহাবিদ্যালয়ত 2021-22 বৰ্ষৰ BA প্ৰথম ষাণ্মাসিকত নামভৰ্তিৰ বাবে আবেদন কৰি বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
দৰং জিলা NSUI সমিতিৰ কাৰ্যকৰী সভাপতি ও উপ- সভাপতিৰ তৎপৰতাত যৌথভাৱে পেট্ৰল-ডিজেলৰ, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত বেছিমাৰিত এনেদৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় ৷
Follow page
Kharupetia Time/times
Subscribe YouTube channel
Times kharupetia
https://youtube.com/channel/UCF6RZr7lcqwkeD3ta-j-8fQ
খাৰুপেটীয়া ৰাজীৱ ভৱনত দৰং জিলা NSUI ৰ শ্ৰদ্ধাঞ্জলি ৷
ৰৌমাৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ।
#কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।
#স্থানীয় লোকৰ তৎপৰাতাত জুই নমাবলৈ সক্ষম।
খাৰুপেটীয়াৰ বৃহৎ বালুগাঁও বজাৰত পুৱাই উচ্ছেদ অভিযান ।
আজি ৰাতিপুৱা হঠাত দৰং জিলাৰ দলগাওঁ আঞ্চলৰ এখন ধানখেতি পথাৰত গড় উলোৱা দেখা পায় ৰাইজৰ মাজত লাগিছে দৌৰা দৌৰি৷ দলগাও ৰাইজ এতিয়া বিপদত ৷
খাৰুপেটীয়াত আমছুৰ প্ৰাক্তন উপদেষ্টা আজিজুৰ ৰহমান ৰাইজৰ দলৰ প্ৰাথী আৰব আলীৰ হৈ নিৰ্বাচনি প্ৰচাৰ আৰু ৰাইজৰ দল গঠন হোৱাৰ কিছু কথা৷
আজি সন্ধিয়া ৫ বজাত খাৰুপেটিয়া টাউন খেল পথাৰত ৰাইজৰ দলৰ মনোনিত প্ৰাৰ্থী আৰব আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ আমছু(AMSU)ৰ প্ৰাক্তন উপদেষ্টা আজিজুৰ ৰহমান ডাঙৰীয়া।
ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কংগ্ৰেছ মহাজোটৰ হৈ নিৰ্বাচনি প্ৰচাৰ৷
দলগাওঁ সমষ্টিৰ নেপালী বজাৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত উপস্থিত থাকে যুৱ নেতা তথা কলিয়াবৰ লোকসভাৰ সাংসদ মাননীয় গৌৰব গগৈ ।
#kharupetiaTIME
Kharupetia college field live