News EAK 24×7

News EAK 24×7 783371 9365414350

28/05/2022

ধুবুৰীৰ জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকৰ পদত্যাগ।

24/05/2022

ঘটনাটো কত সংঘটিত হৈছে, এতিয়ালৈকে জানিব পৰা হোৱা নাই। ভিডিও সংগ্ৰহ ছছিয়েল মিডিয়া(Facebook)
প্ৰশাসনে আমাক সুৰক্ষা দিয়ে। ইয়াৰ পৰিবৰ্তে এই ঘটনাটো কৰা কিমান গ্ৰহন যোগ্য ???

Please Like & Share 🙏
23/05/2022

Please Like & Share 🙏

23/05/2022

ধুবুৰীৰ জিলাৰ চাপৰত ডিগনিটি ডেন্টেল কেয়াৰ মুকুলি।

22/05/2022

পেট্ৰল- ডিজেলৰ দাম হ্ৰাস।

21/05/2022

ওৱাজুদ্দিন সেখৰ পুত্ৰ সহিদুল ইছলাম নামৰ এই পাষণ্ডজনে নিজ পত্নী অৰ্জিনা বেগমৰ ঘৰৰ পৰা দুই লাখকৈ টকা আৰু সম্পত্তিৰ ভাগ দাবী কৰে কিন্তু পত্নীৰ ঘৰৰ পৰা এই দাবীসমূহ পূৰণ কৰিব নোৱাৰাত ,
এই হৃদয়বিহীন পাষণ্ড সহিদুল ইছলামে পত্নী-পুত্ৰৰ ওপৰত শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছে ।
মানৱ সমাজক লজ্যানত কৰা এই লম্পট-টোৱে মাতৃ আৰু পুত্ৰক সম্পৰ্ককে পৰকীয়া প্ৰেমৰ সম্পৰ্ক বুলি সংবাদ মাধ্যমৰ আগত মিচাকৈ প্ৰচাৰ কৰায় ।
ঘটনাৰ বিৱৰণমতে এমাহমান পূৰ্বে সহিদুল ইছলামে তেওঁৰ পত্নী আৰু পুত্ৰক মাৰ-ধৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে । কিন্তু সহিদুল ইছলামে প্ৰথম পত্নীৰ লগত বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহ কৰাৰ বাবে প্ৰস্তুতি চলায়। এই খবৰ পাই পত্নী-পুত্ৰই সহিদুলৰ ঘৰত অৰ্থাৎত নিজ স্বামীৰ ঘৰত উপস্থিত হোৱাত অৰ্জিনা বেগমৰ স্বামী গৃহৰ সকলোৱে মিলি নিৰ্মমভাৱে মাৰ-ধৰ কৰি হত্যাৰ চেষ্টা চলায় ।

19/05/2022

*চাপৰত দুই চোৰাং চিকাৰী সহ দুস্পাপ্য কেটেলে পহু জব্দ।*

17/05/2022

কৃষকে হুক হুকাই কান্দিলে ।

16/05/2022

ধুবুৰীৰ জিলাৰ চাপৰ-চৈৱাৰী চাহ বাগিছাত শ্ৰমিক আৰু আছা কৰ্মীৰ উত্তাল প্ৰতিবাদ।

16/05/2022

চাপৰত বিদ্যুতৰ অনিয়মীয়া যোগান ব্যৱস্থাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া ।

15/05/2022

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু অষ্টেলীয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমন্ডছৰ।

14/05/2022

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী চকীৰ বিষয়া দিজেন্দ্ৰ মেধীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰাইজৰ সহযোগত আটক কৰিলে এক ধৃত ড্ৰাগচ ব্যৱসায়িক । জানিব পৰামতে ড্ৰাগচ ব্যৱসায়ীজনে গুৱাহাটী বেলতলাৰ পৰা ড্ৰাগচ ক্ৰয় কৰি বাছত লৈ আহি চাপৰ বজাৰত নামিছিল।
হুছেইন আহমেদৰ পুত্ৰ ৰাজা আলী নামৰ এই ড্ৰাগচ ব্যৱসায়ী জনৰ ঘৰ ধুবুৰী জিলাৰ চাপৰৰ মৌৱাটাৰীত । ড্ৰাগচ ব্যৱসায়ীজনৰ পৰা নগদ ৯৫০ টকা আৰু ২০৮ গ্ৰাম, ১১৯ গ্ৰাম আৰু ১৯৩ গ্ৰামৰ তিনিটা ড্ৰাগচৰ পেকেট উদ্ধাৰ হয় । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

07/05/2022

একমাত্ৰ বিজেপি নেতা হোৱাৰ বাৱেই সাৰি যাৱ নেকি চাপৰৰ ৰঞ্জিত সাহাৰ হত্যাকাণ্ডৰ মুল অভিযোগকাৰী ।

06/05/2022

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত গুৱাহাটী ক্লাৱৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ ।

Address

Chapar
783371

Telephone

+919365414350

Website

Alerts

Be the first to know and let us send you an email when News EAK 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News EAK 24×7:

Videos

Share