ধুবুৰীত কংগ্ৰেছৰ খহনীয়া । ধুবুৰীৰ জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকৰ পদত্যাগ ।
ধুবুৰীৰ জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকৰ পদত্যাগ।
আৰক্ষী কেতিয়াও শত্ৰু নহয় ৰাইজৰ ।
ঘটনাটো কত সংঘটিত হৈছে, এতিয়ালৈকে জানিব পৰা হোৱা নাই। ভিডিও সংগ্ৰহ ছছিয়েল মিডিয়া(Facebook)
প্ৰশাসনে আমাক সুৰক্ষা দিয়ে। ইয়াৰ পৰিবৰ্তে এই ঘটনাটো কৰা কিমান গ্ৰহন যোগ্য ???
ধুবুৰীৰ জিলাৰ চাপৰত ডিগনিটি ডেন্টেল কেয়াৰ মুকুলি।
পেট্ৰল- ডিজেলৰ দাম হ্ৰাস।
*চাপৰত দুই চোৰাং চিকাৰী সহ দুস্পাপ্য কেটেলে পহু জব্দ।*
ধুবুৰীৰ জিলাৰ চাপৰ-চৈৱাৰী চাহ বাগিছাত শ্ৰমিক আৰু আছা কৰ্মীৰ উত্তাল প্ৰতিবাদ।
চাপৰত বিদ্যুতৰ অনিয়মীয়া যোগান ব্যৱস্থাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া ।
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু অষ্টেলীয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমন্ডছৰ।
ধুবুৰী জিলাৰ চাপৰ আৰক্ষী চকীৰ বিষয়া দিজেন্দ্ৰ মেধীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰাইজৰ সহযোগত আটক কৰিলে এক ধৃত ড্ৰাগচ ব্যৱসায়িক । জানিব পৰামতে ড্ৰাগচ ব্যৱসায়ীজনে গুৱাহাটী বেলতলাৰ পৰা ড্ৰাগচ ক্ৰয় কৰি বাছত লৈ আহি চাপৰ বজাৰত নামিছিল।
হুছেইন আহমেদৰ পুত্ৰ ৰাজা আলী নামৰ এই ড্ৰাগচ ব্যৱসায়ী জনৰ ঘৰ ধুবুৰী জিলাৰ চাপৰৰ মৌৱাটাৰীত । ড্ৰাগচ ব্যৱসায়ীজনৰ পৰা নগদ ৯৫০ টকা আৰু ২০৮ গ্ৰাম, ১১৯ গ্ৰাম আৰু ১৯৩ গ্ৰামৰ তিনিটা ড্ৰাগচৰ পেকেট উদ্ধাৰ হয় । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ ।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত গুৱাহাটী ক্লাৱৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ ।
ঈদুল ফিতৰ উপলক্ষে ধুবুৰী জিলাৰ চাপৰত ব্যাপক প্ৰস্তুতি ।
মৌৱাটাৰী-খৰিদাগোসাই গাওঁ জামে মছজিদৰ ইমামৰ বাৰ্তা ।
ধুবুৰী জিলাৰ চাপৰত ধৰ্ষনৰ দৰে জঘন্য কাণ্ড।
ধুবুৰী জিলাৰ ৰঙামাটিত অৱস্থিত শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা এদিনীয়া কৃষি মেলা ।
ধুবুৰী জিলা উপায়ুক্ত কোনভয়ৰ গাড়ীৰ খুন্দাত চাপৰত এজন লোকৰ মৃত্যু।
চাপৰ চৈৱাৰী চাহ বাগিছাৰ নৱ নিৰ্মিত আদৰ্শ বিদ্যালয়ত ধুবুৰী জিলা উপায়ুক্তৰ পৰিদৰ্শন।
ৰঞ্জিত সাহাৰ হত্যাকাণ্ডৰ অভিযোগত আৰক্ষীযে গ্ৰেপ্তাৰ কৰিলে তিনিজন কৈ অভিযুক্তক।
ধুবুৰী জিলা কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ।
শিলাবৃষ্টি আৰু ধুমুহাই বিধৱসী ৰুপে মুহুৰ্ততৰ ভিতৰত তছনছ কৰি থৈ গল ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ লগতে চাপৰ- ৰঙামাটি ছাছলাপাৰা অঞ্চল।
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। অধ্যক্ষ শ্বাহ আলম খান, চাপৰ আই,টি,আই 🙏