কেন্দ্রীয় চৰকাৰেৰ লগতে অসম চৰকাৰে কেএলঅ'ৰ সমস্যা সমাধান কৰি দেওয়াৰ আহবান প্ৰাক্তন কেএলঅ'ৰ।
📌 কৈলাশ কোচ'ক উপদেষ্টা আৰ কেএলঅ'ৰ মুখ্য সেনাধ্যক্ষ কোচ পাভেলক সন্মুখত ৰাখিয়া শান্তি আলোচনা কৰি দেওয়াৰ আহবান প্ৰাক্তন কেএলঅ'ৰ।
📌 বঙাইগাঁও জিলা আয়ুক্তৰ জৰিয়তে অসমেৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক প্ৰত্ৰ দিল প্ৰাক্তন কেএলঅ'ৰ বিষয়ববীয়াই।
#SonarkamatapurnewsDigital
#bongaigaondc #CMAssam
#govtofindia #AmitShah #narendarmodi #KLOPeaceAccord
#news #BreakingNews #Kamatapur
বিজেপি অসম প্ৰদেশেৰ সভাপতি ৰূপে আজিকা নিৰ্বাচিত হোৱা দিলীপ শইকীয়াক উষ্ম আদৰণি।
#SonarkamatapurnewsDigital
#DilipSaikia #HimantaBiswaSarma
#BJPAssamPradesh #news newsu #NewsUpdate
কোচ ৰাজবংশী জাতীয় পৰিষদেৰ মাড়েয়া বিশ্বজিৎ ৰায়েৰ সংবাদমেল ।
#SonarkamatapurnewsDigital
#AKRSU # News #NewsUpdate
গৌৰীপুৰত কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ উদ্যোগত পাতা সোণাৰায় পূজা আৰ পুষুণা মেলাত উপস্থিত সমাজসেৱক ডঃ ইতেশ বৰদলৈ।
📌 কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ে কৈ'ল অনেক কাথা।
#SonarkamatapurnewsDigital
#KochRajbongshi #FolkAcademy
#Gouripur #Dhubri #Bongaigaon
বঙাইগাঁৱেৰ বৃহত্তৰ ৰাখালডুবিত শিল্পী দিৱস উৎযাপন
📌 শিল্পী দিৱসত উপস্থিত থাকে বৰপেটা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী আৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়।
#SonarkamatapurnewsDigital
#Bongaigaon #news #NewsUpdate
আক্ৰাছুৰ ১২ ঘন্টীয়া অসম বন্ধৰ বাদে বিপিএফেৰ অধিৱেশনেৰ দিন সলনি কৰিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
#SonarkamatapurnewsDigital
#AKRSU #BPF #HagramaMohilary
#News #NewsUpdate #BreakingNews
২১ জানুৱাৰীত ১২ ঘন্টীয়া অসম বন্ধৰ আহবান : আক্ৰাছুৰ
📌 গোটায় ৰাইজকে এই বন্ধ পালন কৰাৰ কাৰণে সংবাদমেল দিয়া আহবান জানাইল আক্ৰাছুৰ গড়েয়া সুনীল ৰায় আৰ মাড়েয়া সুনাধৰ ৰায়ে।
#SonarkamatapurnewsDigital
#AKRSU #news #NewsUpdate
গোৱালপাৰাৰ জুৰিগাঁও বৰ্মনপাৰাত এক ব্যতিক্রমী কাৰ্যসূচীৰে পালন কৰিল কোচ ৰাজবংশী জনগোষ্ঠীৰ আদৰেৰ উৎসৱ পুষুণা তথা দোমাসী।
#SonarkamatapurnewsDigital
#KochRajbongshi #pushuna
#domashi #bihu2025 #NewsUpdate
📌 দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজিকা বিজেপিৰ অসম প্ৰদেশেৰ পৰৱৰ্তী ৰাজ্যিক সভাপতিৰ বাদে মনোনয়ন পত্র দাখিল কৰাৰ দৃশ্য।
#SonarkamatapurnewsDigital
#mpdilipsaikia #BJPAssamPradesh
#CMOASSAM #HimantaBiswaSarma
Dilip Saikia Himanta Biswa Sarma
বঙাইগাঁও জিলাৰ টেঙাইগাঁৱত গোটায় ডাংতল আঞ্চলিক আক্ৰাছুৰ উদ্যোগত দোমাসী উপলক্ষে জ্যেষ্ঠজনক সম্বৰ্ধনা জানোৱাৰ লগতে দৈ-চিৰা খাওৱা অনুষ্ঠান।
#SonarkamatapurnewsDigital
#News #BreakingNews #kac
#domashi #Bongaigaon
তামুলপুৰেৰ শিমুলুবাৰী দৰঙ্গাপাৰত অনুষ্ঠিত হ'ব সপ্তম বাৰ্ষিক পুষুণা মেলা
📌 আইসা ২৭ জানুৱাৰীৰ পাৰা ২ ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হ'ব এই পুষুণা মেলা।
📌 পুষুণা মেলাত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি-সাংস্কৃতিক সাজ-পোচাক লগতে খাদ্য সম্ভাৰ আদি প্ৰদৰ্শন কৰিব।
📌 পুষুণা মেলাৰ লাই খুটা গাৰিল তামুলপুৰেৰ বিধায়ক জলেন দৈমাৰীয়ে।
#SonarkamatapurnewsDigital
#kochrajbongsh*tribe #northeast
#KochRajbongshi #Domashi
#pushuna #mela #Kamatapur
#news #BreakingNews