Entertain Axom

Entertain Axom We Deals In Broadcast Any Kind of Cultural Program From The Entire Assam

14/01/2025
আপোনালোক আটাইকে ভোগালীৰ উৰুকাৰ শুভেচ্ছা জনালোঁ ৷
13/01/2025

আপোনালোক আটাইকে ভোগালীৰ উৰুকাৰ শুভেচ্ছা জনালোঁ ৷

"শুভ দিৱালী"ৰ উজ্জ্বল আলোকে আপোনাৰ জীৱন আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ কৰক। শ্ৰদ্ধা আৰু ভালপোৱাৰ এই পবিত্ৰ উৎসৱত, আকাশত জ্বলন...
31/10/2024

"শুভ দিৱালী"ৰ উজ্জ্বল আলোকে আপোনাৰ জীৱন আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ কৰক। শ্ৰদ্ধা আৰু ভালপোৱাৰ এই পবিত্ৰ উৎসৱত, আকাশত জ্বলন্ত দীপৰ দৰে আপোনাৰ জীৱন আনন্দময় হৈ উঠক।

ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰী, মহান স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেল দেৱৰ জন্ম জয়ন্তীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
31/10/2024

ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰী, মহান স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেল দেৱৰ জন্ম জয়ন্তীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

২০০৮ চনৰ ৩০ অক্টোবৰ ।আজিৰ দিনটোতে গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গণেশগুৰিৰ লগতে বৰপেটা ৰোড,কোকৰাঝাৰ, বঙাইগাঁৱত সং...
30/10/2024

২০০৮ চনৰ ৩০ অক্টোবৰ ।

আজিৰ দিনটোতে গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গণেশগুৰিৰ লগতে বৰপেটা ৰোড,কোকৰাঝাৰ, বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ। সেই অভিশপ্ত দিনটোত অকালতে প্ৰাণ হেৰুওৱা প্ৰতিজনকে সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ অসমৰ শিল্পকলাৰ চহকী পথাৰখনলৈ অৱদান আছিল অপৰিসীম৷ 'অসম সৌৰভ' সন্মানেৰে বিভূষিত বৰুৱ...
28/10/2024

প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ অসমৰ শিল্পকলাৰ চহকী পথাৰখনলৈ অৱদান আছিল অপৰিসীম৷ 'অসম সৌৰভ' সন্মানেৰে বিভূষিত বৰুৱাদেৱৰ শিল্প নিপুণতাই সীমাৰ পৰিধি ভাঙি দেশ-বিদেশতো উজলাইছিল অসমৰ নাম৷ আজি এইগৰাকী বৰেণ্য অসমীয়াক পুণ্যতিথিত যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি৷

অসমৰ আলোচনী সাহিত্যলৈ এক নতুন ধাৰাৰ সৃষ্টি কৰা 'বিস্ময়' ৰ স্ৰষ্টা তথা সম্পাদক শশী ফুকন দেৱৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে।...
26/10/2024

অসমৰ আলোচনী সাহিত্যলৈ এক নতুন ধাৰাৰ সৃষ্টি কৰা 'বিস্ময়' ৰ স্ৰষ্টা তথা সম্পাদক শশী ফুকন দেৱৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে।
শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

𝐊 𝐊 (𝐊𝐫𝐢𝐬𝐡𝐧𝐚𝐤𝐮𝐦𝐚𝐫 𝐊𝐮𝐧𝐧𝐚𝐭𝐡) 🎤🎸🎶
25/10/2024

𝐊 𝐊 (𝐊𝐫𝐢𝐬𝐡𝐧𝐚𝐤𝐮𝐦𝐚𝐫 𝐊𝐮𝐧𝐧𝐚𝐭𝐡) 🎤🎸🎶

   🏏
24/10/2024

🏏

Address

Borgang, Biswanath
Biswanath Chariali

Telephone

+919859211178

Website

Alerts

Be the first to know and let us send you an email when Entertain Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Entertain Axom:

Videos

Share