31/12/2025
#নৱবৰ্ষৰ বাবে এক ভাল খবৰ আগবঢ়াইছে বিলাসীপাৰা পুৰণি বজাৰ অৱস্থিত ডঃ শঙ্কৰ পাল ক্লিনিক
#দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ৰোগী সকলোক প্ৰতি দেওবাৰত ১০ জনকৈ সম্পূৰ্ণ বিনামুলীয়াকৈ ছনোগ্ৰাফী প্ৰদান কৰিব আৰু হাৰ্ডৰ বেমাৰৰ ইউ ছি চি প্ৰদান কৰিব বুলি এক সংবাদ মেল যোগে জানিবলৈ দিয়ে