Assam Time

Assam Time news media

08/12/2023

বিলাসীপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

বয়জেৰ আলগা সষ্টম খণ্ড গাঁৱত এজন অচিনাকী যুবক চিপ লৈ আত্মহত্যা কৰে ।

আত্ম হত্যাৰ কাৰণ এতিয়াওঁ জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত বন্দী হানা আৰক্ষী আৰু আঠ আনী চক্ৰ বিষয়া , ঘটনা স্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়

আৰক্ষীৰ তদন্তহে ওলাব আত্মহত্যাৰ আচল ৰহিশ্য কি।

07/12/2023

বিলাসীপাৰাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান

হত্যাৰ অভিযুক্ত ৮ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷

06/12/2023

বয়জেৰ আলগা পঞ্চম খণ্ডৰ উত্তৰ বয়জেৰ আলগা প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা হয়৷বিলাসীপাৰা শিক্ষা খণ্ডৰ জেষ্ঠ ছিআৰছিছি সেখ ফৰিদ’জেহেৰুল নচলাম আৰু হাৰুণ আলী ৰছিদৰ লগতে প্ৰধান শিক্ষকে চৰকাৰৰ নিৰ্দেশনামতে সমিতি গঠন কৰে৷সভাপতি ছাজাহান আলী আহমেদ আৰুউপ সভাপতি হিচাপে উলুফা খাতুনক নিৰ্বাচিত কৰা হয়৷

06/12/2023

সাগৰৰ তাণ্ডৱত চেন্নাইৰ এয়াৰপৰ্ট তচনচ৷

05/12/2023

গোলকগঞ্জত পিস্তলসহ এজনক আটক ৷ব্যাপক চাঞ্চল্য৷

05/12/2023

কামাৰপাৰাত আদৰ্শ অংগনাবাদী কেন্দ্ৰৰ আধাৰশিলা ’শুভোদ্বন কৰে নায়েৰ আলগা উন্নয়ন বিষয়া“ ছিডিপিঅ ’আন আন ব্যক্তি সকল৷

04/12/2023

বিলাসী পাৰাৰ বাৰোৱাৰী গাৱত স্বামী স্ত্ৰী দুয়োজনে ৰহস্যজনক বাবে চিপজৰীলৈ আত্মহত্যা।

বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত গুটিপাৰা সপ্তম খণ্ডৰ বাৰোৱাৰী গাৱত অঘটন এটা দম্পতীৰ স্বামী স্ত্ৰী দুয়োজনে ৰহস্যজনক বাবে চিপজৰীলৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷পুৱাত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া’ নায়েৰআলগা আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ যোৰ তদন্ত চলাই আছে৷আত্মহত্যাৰ কাৰণ জানিব পৰা নাই৷স্বামীৰ নাম মোনোৱাৰ হোছেন’ পত্নী জাহানাৰ বেগম৷অনুমান ২৭ আৰু ২৫

03/12/2023

বিশ্ব এইডচ দিবসৰ লগত সংগতি ৰাখি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব AIDS দিৱস পালন কৰা হয়।

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়াৰ পৰিচালনাত

সমগ্ৰ বিশ্বৰ লগতে ধুবৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগণত বিশ্ব AIDS দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে AIDS'ৰ পৰা সাত সাৰি থাকিবলৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেই বিভিন্ন ধৰণৰ বাটৰ নাট আদি প্ৰদৰ্শন কৰে, AIDS আক্ৰান্ত ৰোগী সকলৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, এই ব্যাধীৰ পৰা বাচি থাকিবলৈ কৰণীয় বিষয় বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ সজাগতা মূলক ব্যাখ্যা দাঙি ধৰে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।
সেই সন্দৰ্ভত উপস্থিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষা ড: অংকুমনি শইকীয়া কয়,এইডচ ৰ নিচিনা ভয়ম্কৰ বেমাৰ বৰ্তমান বিশ্বৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে। কেবল মাএ নিয়ম নীতি ৰ মাজত চলিলে এই বেমাৰৰ পৰা ৰক্ষা পোৱা যায়।
সভাত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা, ছাত্ৰ -ছাএী, চিকিৎসক সকল উপস্থিত থাকে।

02/12/2023

বিপিএফ দলৰ দুই সহস্ৰ কৰ্মী সমৰ্থক ইউ পি পি এল দলত যোগদান গোসাঁইগাঁও মহকুমাৰ বালাপাৰা খেল পথাৰত আজি বিয়লি বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ইউ পি পি এল দলৰ কৰ্মী সভাত বিপিএফ দলৰ উপৰি অন্যান্য দলৰ দুই হেজাৰ অধিক নেতা কৰ্মী ইউ পি পি এল দলত যোগদান কৰে। দলীয় কৰ্মী সভাৰ অন্তত বিপিএফ দলৰ নেতা কৰ্মী যোগদান কৰে। বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো আঁকোৱালি লয়। উক্ত যোগদান কাৰ্যসূচীত বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য উইলচন হাসদা, ৰেওৰেওবা নাৰ্জিহাৰী, নিলোৎ স্বৰ্গয়াৰী, উখিল বসুমতাৰী , পৰিষদৰ সদস্য সজল কুমাৰ সিংহ আৰু ইউ পি পি দলৰ কেন্দ্ৰীয় নেতৃত্বত উপস্থিত থাকে।
বিটিচি অঞ্চলত বিজেপি - ইউ পি পি এল চৰকাৰখনে শান্তি প্ৰতিষ্ঠা কৰিছে। বিজেপি - ইউ পি পি এল চৰকাৰৰ দীৰ্ঘ ম্যাদী হওঁক সকলো জাতি জনগোষ্ঠী শান্তি সম্প্ৰতি বিচাৰি হিল দল ভাঙি ওলাই আহিছে।বিটিচি চৰকাৰখনক সকলোৱে আঁকোৱালি লৈছে। উন্নয়ন বিচাৰিছে। যাৰ ফলত আজি ৰাইজে ওলাই আহি ইউ পি পি এল দলত যোগদান কৰিছে।

যুগনায়ক স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফালৈ প্ৰণিপাত।
02/12/2023

যুগনায়ক
স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফালৈ প্ৰণিপাত।

28/11/2023

নায়েৰোআলগা তৃতীয় খণ্ডৰ বাজাৰ পাৰাৰ ধৰ্মপ্ৰাণ বিশেষ ব্যক্তি মুন্সী মোস্তফা আলী (৮৫)আজি ইহলিলা ত্যাগ কৰেl

ধৰ্মীয় মোস্তফাৰ মৃত্যুত নায়েৰ আলগাত শোক৷
নায়েৰ আলগা২৮নবেম্বৰঃ বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নায়েৰোআলগা তৃতীয় খণ্ডৰ বাজাৰ পাৰাৰ ধৰ্মপ্ৰাণ বিশেষ ব্যক্তি মুন্সী মোস্তফা আলী (৮৫)আজি ইহলিলা ত্যাগ কৰে৷উল্লেখ্য যে আলীয়ে কিছুদিন আগতে টিউবলৰ পৰা পানী সংগ্ৰহ কৰোতেই হঠাতে পৰি যায়৷তাতেই মুৰত আঘাত পাই আহত হয়৷পিছে গুৱাহাটীৰ জিএমচিত চিকিৎসাধীন হয় যদিও আজি পুৱা প্ৰায়৫বজাত নিজ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে৷তেওঁ এজন ধৰ্মীয় ব্যক্তি আছিল৷স্হানীয় ধৰ্মীয় অনুষ্ঠানৰ লগত জৰিত আছিল ৷তেওঁৰ কেবাজন সন্তানৰ ভিতৰতে আব্দুল ছালাম নামৰ জেষ্ঠ পুত্ৰই এজন অভিযন্তা হিচাপে শিক্ষা বিভাগত কৰ্মৰত আছে৷এলেকাত শোক বিৰাজ কৰিছে পুৱা দহ বজাত নায়েৰ আলগা ৰাজহুৱা কবৰস্থানত হাবিজ কেৰামত আলীয়ে জানাজা নামাজ সপন্ন কৰে৷সহস্ৰাধিক লোকৰ সমাগম হয়৷৷

28/11/2023

জীৱন সকলোৰে বাবে একে নহয় ।

টকাৰ অভাৱত কোনোবাই হস্পিতালত ভর্তি হ'ব পৰা নাই।

আন কোনোবাই যুজিছে জীৱন মৰণৰ সৈতে।

আনহাতে মন্ত্রীয়ে লাখ টকাৰ চোলা পিন্ধি উপভোগ কৰিছে খেল, ✈️ , হেলিকপ্তাৰ,50 লাখ টকাৰ 🚗 car and many more etc

28/11/2023

I don't understand what they are doing in the char areas these days to become the president of the SMC committee of the school. They tip their thumbs and still need the presidency. The government should take some action on this.

মই এটা কথা বুজি নাপাও চৰঅঞ্চলত আজি কালি স্কুলৰ SMC কমিটিৰ সভাপতি হোৱাৰ বাবে কি যে আৰাম্ভ কৰিছে। বুড়া আঙুলিত টিপ দিয়ে তথাপিও সভাপতি পদ লাগিব। চৰকাৰে ইয়াৰ ওপৰত কিবা ব্যবস্থা গ্রহণ কৰিব লাগে।

27/11/2023

নায়েৰআলগা উন্নয়ন খণ্ডৰ বয়জেৰ আলগা পঞ্চম খণ্ড গাবৰ ৰাজহুৱা কবৰস্থানৰ বাউণ্ডাৰী নিৰ্মাণৰ শুভোৰাম্ভ ।

নায়েৰআলগা উন্নয়ন খণ্ডৰ বয়জেৰ আলগা পঞ্চম খণ্ড গাবৰ ৰাজহুৱা কবৰস্থানৰ বাউণ্ডাৰী নিৰ্মাণৰ শুভোৰাম্ভ কৰে বিধায়ক ৱাজেদ আল আঞ্চলিক সদস্যা মামনি বেগমৰ উন্নয়ন পুজি পঞ্চদশ বিত্তীয় আয়োগৰ কেবা লাখ টকা মুকলি কৰা হয়৷উদ্বোধনীত সহযোগ কৰে কংগ্ৰেছ দলৰ বিশেষ নেতা জয়নুদদিন আহমেদ’ মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলো উপস্থিত থাকে৷উক্ত কামত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

26/11/2023

ধুবুৰী জিলাৰ গোলকগঞ্জৰ কৈমাৰী পঞ্চম খণ্ড গাৱৰ ৪০বছৰীয়া মহিলা এগৰাকী যোৱা ২২নবেম্বৰ তাৰিখৰ পৰা নিখোজ হৈছে৷অনুসন্ধান পালে এই নম্বৰ8822887022 যোগাযোগ কৰিব৷
নাম হোচনাৰা বিবি’স্বামী সুজাৰুদদিন সেখ৷

26/11/2023

নায়েৰআলগাত দিবা নৈশ ভলীবল খেল সমপন্ন l

নায়েৰআলগা ২৬নবেম্বৰঃনায়েৰআলগা উন্নয়ন খণ্ডৰ বৃহৎ এলেকা নায়েৰআলগা৷ পশ্চিম নায়েৰআলগা ইয়ং স্পৰ্ট ক্লাৱৰ উদ্যোগত যোৱা নিশা দিবা নৈশ ভলীবল প্ৰতিযোগীতা সমপন্ন হৈ যায়৷খেলৰ ৰঙা ফিতা কাটি শুভোদ্বোন কৰে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ৷খেল উদ্বোধনী ভাষণত ’সামপ্ৰতি খেল এটি ভাল কেৰিয়াৰ বুলি ৱাজেদে কয়৷শেষত কয় যে ’ বদৰ উদ্দিন আজমল এই বেলি ধুবুৰীৰ পৰা বিদায় লব সেয়া নিশ্চিত৷চিৰাকুটা জিলা পৰিষদৰ সমস্য আৰশ্বাদ আলীও খেলৰ বিষয়ে মুল্যবান ভাষণ আগবঢ়ায় ৷প্ৰতিযোগীতাত ১৬টাকৈ ক্লাৱ যোগদান কৰে৷নায়েৰ আলগা ইয়োং ক্লাৱ প্ৰথম স্হান লাভ কৰি ট্ৰফিৰ লগত ১৫হেজাৰ টকা লাভ কৰে৷দ্বিতীয় স্হানত বন্দী হানাৰ দলে লাভ কৰিবলৈ সক্ষম হয়৷ খেল পৰিচালনাত অভিজ্ঞ ব্যক্তি সকল সহায় কৰে৷জিলাকংগ্ৰেছ সেৱা দলৰ নেতা’ আমছুৰ প্ৰাক্তন কেন্দ্ৰীয় উপ সভাপতি মোনোৱাৰ হোছেন আৰু কেবা সহস্ৰাধিক দশৰ্কে শীতৰ মাজতে খেলৰ আমেজ উপভোগ কৰে

25/11/2023

বয়জেৰ আলগা আঞ্চলিক কংগ্ৰেছ কৰ্মীৰ সভাত প্ৰতিক্ৰিয়া’।

বয়জেৰ আলগা আঞ্চলিক কংগ্ৰেছ কৰ্মীৰ সভাত প্ৰতিক্ৰিয়া’৷নায়েৰ আলগা ব্লক কংগ্ৰেছৰ সভাপতি ছফিকুল ইচলামে বয়জেৰ আলগাত দলীয় সভাত ৯জনৰ তালিকাৰ পৰা অনুপোযোগী জামাল উদদিনক গোপন বুজাবুজিৰে মন্ডল কংগ্ৰেছৰ সভাপতি বাছনি কৰাত দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সুত্ৰপাত হয়৷আজি পুৱাত দলীয় কৰ্মীৰ সভাত জামলক বৰ্জন কৰি আগৰ সভা পতি গিয়াচুদ্দিনক বাহাল ৰখাৰ জোৰকৈ দাবী জনায়৷সকলো কৰ্মীয়ে সহাৰি জনাই প্ৰস্তাৱ গৃহীত কৰে৷

24/11/2023

ষ্টাৰবেৰি খেতিত আৰ্থিকত লাভৱান হোৱাৰ নিৰ্দশন গোসাইগাৱৰ কামাৰপাৰা গাৱৰ যুৱক তৰুণ বসমুতাৰী৷

19/11/2023

ধুবুৰী ত উলহ‌ মালহৰে ছট পূজা পালন ।ধুবুৰীত উলহ মালহৰে সূৰ্য দেৱতাৰ পূজা ছট পূজা আজিৰ পৰা দুদিনীয়া কাৰ্যসূচী ৰে আৰম্ভ হৈছে ্্।

17/11/2023

Hi everyone . please follow this page

Address

Bilasipara

Website

Alerts

Be the first to know and let us send you an email when Assam Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Bilasipara

Show All