Funny Tv

Funny Tv Please like and share

This is my youtube channel
10/03/2022

This is my youtube channel

08/08/2020

চৈয়দ আব্দুল মালিক সম্পৰ্কত কৰা মন্তব্যৰ বাবে শিলাদিত্যই ৰাজহুৱাভাৱে ক্ষমা খোজক।

16/07/2020

নিউজ টো চাবলৈ অনুৰোধ থাকিল ।

06/06/2020

Different websites to check Assam SEBA HSLC result 2020

results.sebaonline.org
resultsassam.nic.in
examresults.net
examresults.net/assam/
indiaresults.com
exametc.com
iresults.net
yesresult.com
result.shiksha
assam.shiksha
assamonline.in
assamjobalerts.com
assamresult.in
How to Get Asssam HSLC Result 2020 via SMS?
Other than online, students can also send SMS to get their result on their registered mobile number. To get the result on your mobile phone, you shall have to type the following message:

BSNL users type SEBA19 and send to 57766.

For example, if a candidate’s roll number is 829-065 and number is 0987 then type SEBA19 0650987 and send to 57766.

How to Check Assam HSLC (10th) Results 2020 by Android App?
Another way for the students to check their class 10th result is through android app. To get the result, all you need to do is follow the instructions as provided below.

24/05/2020
24/05/2020
বিশাখাপট্টনমত LG পলিমাৰ উদ্যোগত ৰাসায়নিক গেছ নিৰ্গত হৈ ৮ জনৰ মৃত্যু। ,
07/05/2020

বিশাখাপট্টনমত LG পলিমাৰ উদ্যোগত ৰাসায়নিক গেছ নিৰ্গত হৈ ৮ জনৰ মৃত্যু।

,

04/05/2020

LockDown 3.0 :

1. অসমৰ চাৰি জিলাক অৰেঞ্জ জ’ন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি ধুবুৰী জিলা বৰ্তমানে অ'ৰেঞ্জ জোনত আছে৷

2. অৰেঞ্জ জ’নত কেৱল অনুমতি থকা গেলামাল দোকান, ফাৰ্মাচী আৰু শাক-পাচলিৰ দোকানহে নিৰ্দিষ্ট সময়ৰ ভিতৰত খুলা ৰাখিব পাৰিব৷

3.পূৰ্বৰ দৰেই ল'ক ডাইন ১.০ আৰু ল'ক ডাইন ২.০ৰ অনুৰূপে জিলাখনত ল'ক ডাউন ৩.০তো বাহাল থাকিব পূৰ্বৰ নিষেধাজ্ঞাসমূহ

4. খুলি দিয়া হোৱা নাই কোনো জলপথ। ফেৰী সেৱা সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।

CURFEW 6 pm to 6 am:

১) সমগ্ৰ ধুবুৰী জিলাত আজিৰ পৰা পুনৰ নিৰ্দেশ নিদিয়ালৈকে সন্ধিয়া ৬ বজাৰ পৰা পিছদিনা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰী কৰা হৈছে।

২) সান্ধ্য আইনৰ এই সময়ছোৱাত কৰ্তৱ্যৰত চিকিৎসক-নাৰ্ছ, দণ্ডাধীশ, কৰ্তৱ্যৰত বিষয়া, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, সংৱাদ মাধ্যমৰ কৰ্মী আৰু তেখেত সকলে ব্যৱহাৰ কৰা যান-বাহনৰ বাহিৰে অইন ৰাজপথত যিকোনো লোক আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ৷

৩) তদুপৰি প্ৰশাসনিক অনুমতি লাভ কৰা ব্যক্তিগত আৰু অইন বাহনসমূহৰ চলাচলো সান্ধ্য আইনৰ এই সময়চোৱাত নিষিদ্ধ কৰা হৈছে৷

৪) আনহাতে সান্ধ্য আইনৰ এই সময়চোৱাত ৰাষ্ট্ৰীয় ঘাইপথে ব্যৱহাৰ কৰি জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ ন'হব৷

ক'ভিট ১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত ধুবুৰী আৰক্ষীক সহায় কৰক৷

ল'ক ডাউন আৰু সান্ধ্য আইনৰ নিয়মাৱলী মানি চলক৷অন্যথাই আইন ভংগকাৰীসকলৰ বিৰূদ্ধে আৰক্ষী কঠোৰতম আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব৷

আৰু এটা কথা CURFEW দেখিব কেনেকুৱা হৈছে সেইয়া চাবলৈ ও যাতে ওলাই নাহে !!!

04/05/2020

তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ত দিল্লীত কি কি শিথিল কৰা হৈছে ?

04/05/2020

*★লকডাউনৰ সময়ত শিথিল কৰা নিয়মসমূহ প্ৰযোজ্য হ’ব কেৱল গ্ৰীণ জ’নত।*

*★অৰেঞ্জ জ’নত কেৱল গেলামাল দোকান, ফাৰ্মাচী আৰু শাক-পাচলিৰ দোকানহে খুলিব পাৰিব।*

*★অৰেঞ্জ জিলাসমূহত পূৰ্বৰ দৰে থাকিব নিষেধাজ্ঞা।*

*★বঙাইগাঁও জিলাক অৰেঞ্জ জ’নত অন্তৰ্ভুক্ত কৰে ৰাজ্য চৰকাৰে।*

*★অসমৰ চাৰি জিলাক অৰেঞ্জ জ’ন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।*

*★সেই জিলা কেইখন হ’ল-মৰিগাঁও, ধুবুৰী, গোৱালপাৰা আৰু বঙাইগাওঁ।*

★কাৰ্ফিউ ৬ টাৰ পৰা জাৰি কৰা হ’ব যদিও, ৫ বজাতে দোকান-পোহাৰ বন্ধ কৰিব লাগিব

★সোমবাৰৰ পৰা অকলে থকা দোকানসমূহ নগৰ-চহৰ সকলোতে খুলিব পাৰিব আবেলি ৫ বজালৈ।

★পথৰ দুয়োকাষে থকা দোকানসমূহৰ ক্ষেত্ৰত প্রথমখন দোকান খোলা থাকিলে তাৰে দুয়োফালে থকা দুখন দোকান বন্ধ থাকিব লাগিব।

★কিন্তু দুয়োফালে বন্ধ ৰাখিব লগা দোকানসমূহ যদি ফাৰ্মাচী বা গেলামাল দোকান হয় তেন্তে সেই কেইখনক অন্তৰ্ভুক্ত কৰি এক তৃতীয়াংশ দোকান খুলিব লাগিব।

★একেলগে লাগি থকা দোকানসমূহৰ এক তৃতীয়াংশ দোকানহে খোলা থাকিব।

★পুৱা দোকান খোলাৰ পাছত ৫ বজাতে বন্ধ কৰিব লাগিব এই দোকানসমূহ।

★পুৱা পৰা আৱেলি ৫ বজালৈ সকলো কিতাপৰ দোকান খোলা থাকিব।

★সোমবাৰৰ সকলো ধৰণৰ নিৰ্মাণকাৰ্য আৰম্ভ হ’ব ,৫০ শতাংশ শ্ৰমিকৰ জৰিয়তে এই কাম কৰিব লাগিব ,ৰাস্তা-পদূলি, বিল্ডিং, বিদ্যুৎ, নিজৰ ঘৰ আদি সকলোৰে নিৰ্মাণ কাৰ্য কৰিব পাৰিব।

★ৰাজ্যৰ ভিতৰত আন্তঃজিলা আৰু অন্তজিলা দুয়োটাৰ ক্ষেত্ৰত বাছ সেৱা আৰম্ভ কৰা হ’ব

★ব্যক্তিগত খণ্ডৰ বাছো এ এছ টি চিৰ অধীনত চলিব লাগিব। সকলো ধৰণৰ প্ৰাইভেট বাছ ASTC ৰ অনুমতি সপেক্ষেহে চলাব লাগিব ।

★এই বাছসমূহত ৫০ শতাংশ যাত্ৰী যাব পাৰিব।

★ৰেড আৰু অৰেঞ্জ জ’নত কোনো যাত্ৰীবাহী বাছ চলাচল কৰিব নোৱাৰিব।

★ৰেড জ’নৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথেৰে গাড়ী চলাচল কৰিব পাৰিব , কিন্তু সেই স্থানত কোনো গাড়ী ৰখাব নোৱাৰিব।

★মাৰ্কেট এছ’চিয়েশ্যনে আলোচনা কৰি কোনে কোন দিনাখন দোকান খুলিব পাৰিব সিদ্ধান্ত ল’ব লাগিব।

★অট’, ৰিক্সা, টেক্সীত এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰী যাব পাৰিব।

★উবেৰ, অ’লাত এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰী যাব পাৰিব।

★দুচকীয়া বাহনত পিছফালে কাকো বহাব নোৱাৰিব।

★কিন্তু মহিলা বা ১২ বছৰৰ তলৰ শিশু দুচকীয়া বাহনত বহি যাব পাৰিব।

★কিন্তু তিনিজনেই একেলগে দুচকীয়া বাহনত যাব নোৱাৰিব।

★ৰাজ্যৰ ভিতৰত আন্তঃজিলা আৰু অন্তজিলা দুয়োটাৰ ক্ষেত্ৰত বাছ সেৱা আৰম্ভ কৰা হ’ব ৪ মে’ৰ পৰা।

★ব্যক্তিগত খণ্ডৰ বাছো এ এছ টি চিৰ অধীনত চলিব লাগিব।

★সকলো ধৰণৰ প্ৰাইভেট বাছ এ এছ টি চিৰ অনুমতি সপেক্ষেহে চলাব লাগিব।

★সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সৰ্বাত্মকভাৱে কাৰ্ফিউ জাৰি।

★৪ মে’ৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।

★ফাৰ্মাচীৰ বাদে কোনো ধৰণৰ দোকান বা প্ৰতিষ্ঠান খোলা নাথাকিব এই সময়চোৱাত।

★চিকিৎসা, সংবাদমাধ্যম, চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ বাহনসমূহহে এই সময়ত চলিব।

★ইফালে কোনো লোক অকাৰণতে ঘূৰি ফুৰিব নোৱাৰিব।

★যদি উলংঘন কৰে তেন্তে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

★চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত মহিলাৰ বাবে বিশেষ নিৰ্দেশ।

★ঘৰৰ ৫ বছৰৰ তলৰ সন্তান থকা মাতৃয়ে যাব নোৱাৰিব কাৰ্যালয়লৈ।

★চৰকাৰী-বেচৰকাৰী কোনো কাৰ্যালয়লৈ কাম কৰিবলৈ যাব নোৱাৰিব এনে মহিলা কৰ্মচাৰী।

★সাপ্তাহিক বজাৰসমূহ বন্ধ থাকিব।

★মাছৰ বজাৰ বন্ধ ৰাখিব লাগিব।

★একেলগে পাৰ্টছৰ বিভিন্ন দোকানসমূহ পৰ্যায়ক্ৰমে খুলিব পাৰিব।

★সকলো একেই দিনাই খুলিব নোৱাৰিব দোকান।

★বিয়া, সভা, ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা সভা সকলোবোৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।

★চিনেমা হল, মাল্টি প্লেক্স, ছুইমিং পুল, ব্যামগাৰ আদি বন্ধ থাকিব।

★স্কুল-কলেজ সমূহৰ সন্দৰ্ভত মঙলবাৰে ল’ব শিক্ষা বিভাগে সিদ্ধান্ত।

★কোনো জীৱ-জন্তু লৈ প্ৰৱেশ কৰিব নোৱাৰিব গাড়ী।

★যি সকল লোকে বাহিৰলৈ ওলাই আহিব তেওঁলোকে মাস্ক পিন্ধাতো বাধ্যতামূলক।

★যিকোনো কাম কৰোতে মাস্ক পিন্ধাতো বাধ্যতা মূলক কৰা হৈছে।

★দোকানীসমূহে কৰ্মচাৰীসকলক যোগান ধৰিব লাগিব মাস্ক।

★মানি চলিব লাগিব সামাজিক দূৰত্ব।

★যিকোনো মূল্যৰ বিনিময়ত ৬৫ বছৰৰ ওপৰৰ ব্যক্তি ওলাই আহিব নোৱাৰিব ঘৰৰ বাহিৰলৈ।

★১২ বছৰৰ তলৰ শিশু ওলাব নোৱাৰিব ঘৰৰ বাহিৰলৈ।

★৪ মে’ৰ পৰা খুলিব পাৰিব চাহৰ দোকান, ৰেষ্টুৰেন্ট।

★কিন্তু সেই দোকানসমূহৰ সন্মুখত বহি খাব নোৱাৰিব।

★তাৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰি লৈ যাব লাগিব।

★সকলো ধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় খুলিব ৪ মে’ৰ পৰা।

★এই কাৰ্যালয়সমূহত ৫০ শতাংশহে কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।

★আইচ পাৰ্লাৰসমূহো ৪ মে’ৰ পৰা খোলা দিয়া হ’ব।

★খুলিব নোৱাৰিব বিউটি পাৰ্লাৰ, চেলুন।

★নাপিতে ঘৰে ঘৰে গৈ কাটিব পাৰিব চুলি।

★চিকিৎসালয়ৰ ক্ষেত্ৰত ১০০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।

★চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয়ৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ’ব এই নিয়ম।

★পান-তামোলৰ দোকানসমূহ খুলিব পাৰিব।

★পদপথত থকা পান-দোকানসমূহ খুলিব নোৱাৰিব।

★সোমবাৰৰ পৰা চলিব গুৱাহাটীত চিটী বাছ।

★থিয় হৈ যাত্ৰী যাব নোৱাৰিব বাছত।

★৫০শতাংশ যাত্ৰীহে নিব পাৰিব চিটী বাছসমূহে।

★আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিব এই বিষয়টোত।

★এ এছ টি চিৰ অধীনত চলিব চিটী বাছসমূহ।

★ব্যক্তিগত খণ্ডৰ বাছ চালকে ৫০ শতাংশ যাত্ৰীৰে লোকচান কৰি চলাব নে নচলাব সেই সিদ্ধান্ত নিজেই ল’ব লাগিব।

★খুলি দিয়া হোৱা নাই কোনো জলপথ।

★ফেৰী সেৱা সম্পূৰ্ণ ৰূপে বন্ধ আছে।

★শিল্পী সকলে ৰেকৰ্ডিং কৰিব পাৰিব গীত।

★কিন্তু তেওঁলোকে দৰ্শকৰ সন্মুখত পৰিৱেশন কৰিব নোৱাৰিব গীত।

★ধাৰাবাহিকসমূহৰ দৃশ্যগ্ৰহণ কৰিব নোৱাৰিব।

★কিয়নো মেক-আপ অৰ্থাৎ বিউটিপাৰ্লাৰ সমূহৰ ওপৰত বাধা দিয়া হৈছে।

★মেক-আপ নোলোৱাকৈহে কৰিব পাৰিব শ্বুটিং।

★কেন্দ্ৰীয় চৰকাৰে চেলুনসমূহ খুলিবলৈ নিৰ্দেশ দিলেও কোভিড-১৯ সংক্ৰমিত হোৱাৰ শংকাত ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

★৬৫ বছৰ উৰ্ধৰ চিকিৎসকে খুলিব নোৱাৰিব চেম্বাৰ।

02/05/2020

আমাৰ দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকৰ বাব Helpline মুকলি অসম চৰকাৰৰ।।

74281 59966

Alert ~ Four more   positive cases are reported from Bongaingaon district.The number of   patients in Assam now stands a...
30/04/2020

Alert ~ Four more positive cases are reported from Bongaingaon district.

The number of patients in Assam now stands at 41. ( 29 are discharged, 1 death, so active hospital cases 11.)

Update at 1 pm / April 30

দিল্লীত কৰোনাত মৃত্যু হোৱা চি আৰ পি এফ জোৱানৰ সৰুপেটাৰ বাসগৃহত চি আৰ পি এফৰ বিষয়া উপস্থিত ::দিল্লীত জানাজা সম্পন্ন ইক্ৰা...
29/04/2020

দিল্লীত কৰোনাত মৃত্যু হোৱা চি আৰ পি এফ জোৱানৰ সৰুপেটাৰ বাসগৃহত চি আৰ পি এফৰ বিষয়া উপস্থিত ::

দিল্লীত জানাজা সম্পন্ন ইক্ৰাম হুছেইনৰ ::
===========================
বৰপেটাৰ পৰা পুলেন্দ্ৰ দাসৰ সংবাদ ::
==========================
দিল্লীত কৰ্মৰত অৱস্থাত কৰোনা (কোভিড ১৯)ত মৃত্যু হোৱা চি আৰ পি এফৰ উপ পৰিদৰ্শক ইক্ৰাম হুছেইনৰ সৰুপেটাৰ বাসগৃহত আজি হাউলীৰ চি আৰ পি এফৰ কামাণ্ডেন্টে উপস্থিত হয় ৷ কামাণ্ডেন্ট গৰাকীয়ে ইক্ৰাম হুছেইনৰ দুৰ্ভগীয়া পৰিয়াল বৰ্গৰ সৈতে মিলিত হৈ পৰিয়াল বৰ্গক সমবেদনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ সৰুপেটা থানৰ অন্তৰ্গত বৰবড়িৰ ইক্ৰাম হুছেইনে দিল্লীত ৩১ নং বেটেলিয়নৰ চি আৰ পিৰ উপ পৰিদৰ্শক হিচাপে কৰ্তব্যৰত অৱস্থাত কোভিড ১৯ত আক্ৰান্ত হয় ৷ দিল্লীত চিকিৎসাধীন অৱস্থাতে কালি শেষ নিশ্বাস ত্যাগ কৰে ইক্ৰাম হুছেইনে ৷ ইপিনে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেইগৰাকী মান নেতাই আজি ইক্ৰাম হুছেইনৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালবৰ্গক সমবেদনা জনায় ৷

#দিল্লীত জানাজা সম্পন্ন ইক্ৰাম হুছেইনৰ #

ইক্ৰাম হুছেইনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিয়ালটোৱে চৰকাৰক অনুৰোধ জনাইছিল যদিও কোভিড ১৯ত আক্ৰান্ত হোৱা হেতুকে মৃতদেহ নিজ গৃহলৈ অনাৰ অনুমতি প্ৰদান নকৰে ৷ আজি দিল্লীতে ইক্ৰাম হুছেইনৰ জানাজা সম্পন্ন কৰা হয় ৷

29/04/2020

ফেচবুকত অশালীন আৰু সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰা বিজেপি নেতা সত্যৰঞ্জনৰ বিৰুদ্ধে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে আজি চাপৰ থানাত এজাহাৰ দাখিল কৰে।।

লক ডাউনৰ বাবে মাজুলীত আবদ্ধ হৈ পৰা এগৰাকী মুছলমান ৰাজমিস্তীক এটা অসমীয়া হিন্দু পৰিয়ালে নিজৰ ঘৰতে নামাজ পঢ়া আৰু ৰোজা ধৰাৰ সকলো ব্যৱস্থা কৰি দিয়া অসমীয়া সমাজ জীৱনৰ এক সুন্দৰ সম্প্ৰীতিৰ উদাহৰণ পোহৰলৈ আহিছিল।

কিন্তু এই ঘটনাৰ আলম লৈ সত্যৰঞ্জন বৰাই সেই পৰিয়ালক উদ্দেশ্য কৰি ছোছিয়াল মেডিয়াত অশ্লীল আৰু সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল।।
এতিয়া প্ৰশাসনে তাৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় তাৰ বাবে অসমৰ জনসাধাৰণৰ দৃষ্টিনিবিদ্ব থাকিব।।

29/04/2020

এই লিংকত গৈ আপোনাৰ গাঁওখন আৰু গাঁওৰ বাসিন্দাসকলৰ তালিকাখন চাওঁকচোন। PMKishan ৰ হিতাধিকাৰীৰ তালিকা দিছে। https://pmkisan.gov.in/BeneficiaryStatus.aspx

28/04/2020

ফেচবুকত অশালীন আৰু সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰা বিজেপি নেতা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ

লক ডাউনৰ বাবে মাজুলীত আবদ্ধ হৈ পৰা এগৰাকী মুছলমান ৰাজমিস্তীক এটা অসমীয়া হিন্দু পৰিয়ালে নিজৰ ঘৰতে নামাজ পঢ়া আৰু ৰোজা ধৰাৰ সকলো ব্যৱস্থা কৰি দিয়া অসমীয়া সমাজ জীৱনৰ এক সুন্দৰ সম্প্ৰীতিৰ উদাহৰণ পোহৰলৈ আহিছিল।

কিন্তু এনেকুৱা এক সুন্দৰ সম্প্ৰীতিৰ ঘটনাক লৈও বিতৰ্কিত বিজেপি নেতা সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈ সমাজত বিষবাষ্প বিয়পাবলৈ নেৰিলে।

সত্যৰঞ্জন বৰাই নিজৰ ফেচবুক একাউন্টত এই ঘটনাক লৈ জঘন্য, অশালীন আৰু সাম্প্ৰদায়িক বক্তব্যৰে সমাজত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে, সেই মহান অসমীয়া পৰিয়ালটিক অপমান কৰিছে, পৰিয়ালটিৰ আই-মাতৃক অশালীন কথা কৈছে আৰু সামগ্ৰিকভাৱে অসমীয়া জাতিটোক অপমান কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপি নেতা সত্যৰঞ্জন বৰাৰ জঘন্য অশালীন আৰু সাম্প্ৰদায়িক বক্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে আৰু বিজেপি নেতাজনক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে অসম আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি শীঘ্ৰে সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী জনায়।

বিজেপি নেতা সত্যৰঞ্জন বৰা প্ৰায়েই সাম্প্ৰদায়িক বক্তব্যৰে সমাজত বিষবাষ্প বিয়পাবলৈ অপচেষ্টা কৰি আহিছে। বিগত সময়ছোৱাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতো পুলিচ-প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষতি হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে।

আচলতে কাৰ বলত বলীয়ান হৈ বিজেপি নেতা সত্যৰঞ্জন বৰাই এইদৰে সাম্প্ৰদায়িক বক্তব্যৰে সমাজত অহৰহ ঘৃণা আৰু বিষবাষ্প বিয়পাই আহিছে? বিজেপি দল আৰু চৰকাৰৰ ক্ষমতাৰ বলত বলীয়ান হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে ইমানদিনে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই নেকি বুলিও প্ৰশ্ন কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে।

যদিহে বিজেপি দল আৰু চৰকাৰে সত্যৰঞ্জন বৰাৰ এনেকুৱা জঘন্য, সাম্প্ৰদায়িক আৰু অশ্লীল বক্তব্যৰে অসমীয়াক অপমান কৰা কাৰ্যৰ পৃষ্ঠপোষকতা নকৰে তেন্তে অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে।

28/04/2020

বঙাইগাঁৱ Red Zone হ’ব ৷ ক’লে জিলা উপায়ুক্তই

27/04/2020



#অতি সোনকালেই ঘোষণা কৰা হব 2019-2020 বৰ্ষৰ মেট্ৰিকৰ ফলাফল

#মেট্ৰিকৰ ফলাফল দিবলৈ সাজু SEBA

কাইলৈৰ পৰা গ্ৰামাঞ্চলত খুলিব দোকান-পোহাৰ। সাপ্তাহিক বজাৰক বাদ দি খুলিব পাৰিব দোকান। বজাৰ আকাৰে য'ত দোকানৰ সমষ্টি আছে,...
27/04/2020

কাইলৈৰ পৰা গ্ৰামাঞ্চলত খুলিব দোকান-পোহাৰ। সাপ্তাহিক বজাৰক বাদ দি খুলিব পাৰিব দোকান। বজাৰ আকাৰে য'ত দোকানৰ সমষ্টি আছে, সেইসমূহ দোকান খুলিব নোৱাৰিব৷ ২ মে’লৈকে চলিব অনুমতিপ্ৰাপ্ত আন্তঃজিলা যাতায়াত। অৱশ্যে ৰেড জ’নত বন্ধ থাকিব সকলো দোকান-পোহাৰ, ৰাজহুৱা প্ৰতিষ্ঠান। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিছত এই কথা ঘোষণা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ৰেড জ’নৰ কাষৰ জিলাৰ ৫ কিলোমিটাৰলৈ বন্ধৰ থাকিব দোকান। লকডাউনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই মানি চলিব |

আনহাতে, BTCত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন ৷ কাৰ্যকাল বৃদ্ধি নহ’ল হাগ্ৰামা মহিলাৰীৰ৷ আজি মাজনিশা অন্ত পৰিব বৰ্তমানৰ পৰিষদৰ কাৰ্যকাল | হাগ্ৰামাই কাৰ্যকাল বৃদ্ধিৰ বাবে আবেদন জনাইছিল |
ইয়াৰ বিপৰীতে আজি ৰাজ্যিক কেবিনেটে BTCৰ নিৰ্বাচন আয়োজনৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰাৰ কথা প্ৰকাশ কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে |

ক'ৰোণা মহামাৰীৰ লকডাউনৰ মাজত আর্তজনক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা আছু কৰ্মী অভিজিত শইকীয়াৰ মৃত্যুত অসমবাসী...
27/04/2020

ক'ৰোণা মহামাৰীৰ লকডাউনৰ মাজত আর্তজনক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা আছু কৰ্মী অভিজিত শইকীয়াৰ মৃত্যুত অসমবাসীয়ে সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছ।

27/04/2020

BIG BREAKING,
- IAS বিষয়া ৰাজেশ প্ৰসাদক বিটিচিৰ প্ৰশাসকৰূপে নিযুক্তি
- ৰাজ্যপালৰ হৈ বিটিচিৰ প্ৰশাসন চলাব ৰাজেশ প্ৰসাদে
- বিটিচিৰ শাসনভাৰ ৰাজ্যপালে লোৱাৰ পিছত প্ৰসাদক দায়িত্ব
- বিটিচিত ৰাজেশ প্ৰসাদৰ নতুন দায়িত্ব হ’ব প্ৰশাসক,

27/04/2020

কাহিলিপৰাৰ ফৰেনচিক বিজ্ঞান সঞ্চালকৰ কাৰ্য্যালয়ত কণ্ঠস্বৰ পৰীক্ষাৰ কৰা পিছত কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ নেতা বিতু সোণোৱালৰ বক্তব্য-

27/04/2020

লকডাউনত মাজুলীত আৱদ্ধ হোৱা এগৰাকী ইচলাম ধৰ্মীয় ৰাজমিস্ত্ৰিক ৰমজান মাহৰ ৰোজা ৰাখিবৰ বাবে সকলোখিনি সুবিধা কৰি দিছে- হিন্দু সম্প্ৰদায়ৰ এটি পৰিয়ালে।

এইয়াই অসম সম্প্ৰীতিৰ এক মহান নিদৰ্শণ.,
YouTube link. https://youtu.be/b4-OSgd754Q

27/04/2020

ক'ৰণাৰ আতংকৰ সময়ত বিজেপিৰ নিকৃষ্ট কাণ্ড চাওক
YouTube link. https://youtu.be/E7mlyXW-2TQ

27/04/2020

কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ সঁহাৰি! নিজামুদ্দিন মাৰকাজৰ ২০০জন জামাতিয়ে দিব চিকিৎসাৰ কাৰণে প্লাজমা

Address

Dhubri
Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when Funny Tv posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Funny Tv:

Share

Category