Minhaz Uddin Ahmed official

Minhaz Uddin Ahmed official General

30/11/2024
30/11/2024
30/11/2024
30/11/2024

উগ্ৰ সাম্প্ৰদায়িক অখিল গগৈৰ কাণ্ড চাওক। মিঞা আৰু অসমীয়া নামেৰে অসমবাসীক ধৰ্মীয় মেৰুকৰণৰ কেনে ষড়যন্ত্ৰ ৰচনা কৰিছে এই সাম্প্ৰদায়িক নেতাজনে !
অখিল গগৈৰ দৃষ্টিত মুছলমান সকল মিঞা আৰু বাকী সকল অসমীয়া নেকি?
অখিল গগৈৰ মতে মুছলমান বা মিঞা সকল অসমীয়া নহয় নেকি ?
মিঞা মুছলমান সকলক অসমীয়া জাতিৰ পৰা পৃথক কৰি বিবৃতি দিয়াৰ অধিকাৰ তেওঁ ক'ত পালে? তেওঁ অসমীয়া জাতিৰ স্বয়ম্ভূ অভিভাৱক নেকি ?
অসমৰ মুছলমান সকলক অসমীয়া জাতিৰ পৰা পৃথক কৰি একাষৰীয়া কৰাৰ দৰে জঘন্য ৰাজনীতি নকৰিবলৈ অখিল গগৈক সকীয়াই দিলোঁ।

30/11/2024

ঠেলাৰ নাম বাবাজি

30/11/2024

শ্বেখ আহমদ আলী চাহাবে প্ৰতিষ্ঠা কৰা কাকতখনে আজিও তুলি গৈছে প্ৰকৃত ইছ্যুবোৰ৷

30/11/2024
30/11/2024

30/11/2024
30/11/2024

Address

Baniamari Pt Vi
Bilasipara
783349

Website

Alerts

Be the first to know and let us send you an email when Minhaz Uddin Ahmed official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share