BIJNI first 24

BIJNI first 24 Bijni Frist 24
social news media

01/06/2024

বিজনীত চিৰাংজিলাৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ সকলৰ মাজত বহনক্ষম প্ৰতিযোগীতা



31/05/2024

⛔বিজনীৰ ২ নং আব্দাগুৰী এল পি স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ - বিদ্যালয় পৰিচালনা সমিতিৰ ।

🛑সময়মতে বিদ্যালয়ত নকৰে ক্লাছ ।

🔴বিদ্যালয় পৰিচালনা সমিতিক নকৰে হিচাপ দাখিল,নকৰে সভা আহ্বান।

⛔ উচ্চ পদস্থ বিষয়াক কৰিব পাৰে মেনেজ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ।

30/05/2024

🔴যোৱা কেইদিনমানৰ পৰা হোৱা প্ৰচণ্ড বৰষুণৰ বাবে বৰাক নদীকে ধৰি প্ৰতিখন নদীৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বাঢ়িছে আৰু শিল ভৰ্তি ডাম্পাৰ ট্ৰাকখন প্ৰচণ্ড সোঁতে উটুৱাই লৈ যায় চালক আৰু সহ-চালকজনে পানীত জপিয়াই পলায়ন কৰে।

30/05/2024

🛑বিজনীৰ বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কৰি শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

30/05/2024

🔴চিৰাঙৰ ছামঠাইবাৰী স্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইণ্ডিয়ান অয়েল পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি ।

"🔴জন এন অয়েল ছাৰ্ভিছ ষ্টেচন" নামৰ পেট্ৰল পাম্পত পানী মিহলোৱা ইন্ধন বিক্ৰী কৰাৰ অভিযোগ গ্ৰাহক সকলৰ ।

29/05/2024

🔴 বিজনীত জালনোট সহ তিনিজনক গ্ৰেপ্তাৰ STF আৰু আৰক্ষীৰ ।

29/05/2024

⛔বিলাসীপাৰাতো ৰেমালৰ ভয়ংকৰ প্ৰভাৱ ।

🔴ৰেমালৰ ধুমুহাৰ ফলত পথৰ ওপৰত বাগৰি পৰিল শিক্ষাৰ্থী কঢ়িয়াই নিয়া টেম্পো ।

🛑ফলত থিতাতে নিহত হ'য় ছাত্ৰ শিৱম বৰ্মন।

আজি মানুহে ভাবিছে চাগে বহুত গৰম উঠিছে। কিন্তু কেতিয়ালৈকে 𝗔𝗖 ৰ সহায় ল'ব। আজি ভাৰতবৰ্ষত ৫০০ কোটি গছৰ প্ৰয়োজন আছে। এতিয়...
29/05/2024

আজি মানুহে ভাবিছে চাগে বহুত গৰম উঠিছে। কিন্তু কেতিয়ালৈকে 𝗔𝗖 ৰ সহায় ল'ব। আজি ভাৰতবৰ্ষত ৫০০ কোটি গছৰ প্ৰয়োজন আছে। এতিয়া এইটো আৰম্ভণি হে, ৪৫ ৰ পৰা ৫০ ডিগ্ৰী লৈ, ৫৫ ৰ পৰা ৬০ হ'বলৈ বেছি সময় নালাগিব। ৫৫ ডিগ্ৰী চেলচিয়াছত মানুহ জীয়াই থাকিব নোৱাৰিব। এতিয়াও সময় আছে সকলো বুজি বৃক্ষৰোপণ কৰিব লাগিব। কিয়নো এটা গছৰ পুলি ডাঙৰ হ'বলৈ ৫ ৰ পৰা ৭ বছৰ সময় লাগে। বৰ্তমান বৰষুণৰ সময়। দুটা গছপুলি নিশ্চয় ৰোৱক। সকলোখিনি কাম চৰকাৰৰ ভৰষাত নাথাকিব। অনুগ্ৰহ কৰি কথাষাৰ আন তিনিজনক শ্বেয়াৰ কৰক। বৃক্ষৰোপণ কৰক পৃথিৱী বচাওক: জুবিন গাৰ্গ ।

28/05/2024

মানুহ কিমান নিকৃষ্ট হলে কৰে এনে কাম।

27/05/2024

বিজনীৰ উত্তৰাঞ্চলত খোৱা পানীৰ সমস্যাৰ বুজ লয়, বিধায়ক অজয় কুমাৰ ৰায়ে ।

অতি সোণকালে বিধায়কৰ নেতৃত্বত গাৱে গাৱে বিশুদ্ধ পানীৰ যোগান ধৰাৰ আশ্বাস ।

27/05/2024

বিজনীৰ গেন্দাবজাৰত কেঁকো সাপসহ এজন লোকক আটক এছ এছ বিৰ ।

25/05/2024

চিৰাঙত বিশ্ব স্কিজ’ফ্ৰেনিয়া দিৱস পালন ।

24/05/2024

বিজনীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ কৃতি ছাত্ৰ-ছাত্ৰী সকলক হৰিচাঁদ চিদুলকাস্ট সেবা সংঘৰ পৰা সম্বৰ্ধনা।

24/05/2024

⛔বিলাসীপাৰাত ঐতিহ্যমণ্ডিত ৰাস কমিটীৰ প্ৰশংসনীয় পদক্ষেপ।

🔴বিলাসীপাৰা ৰাস কমিটিৰ ৰাহি হোৱা ধন আগবঢ়ালে ৭ ঐতিহ্যমণ্ডিত মন্দিৰলৈ।

23/05/2024

বিজনীত চিৰাং জিলা আম আদমী পাৰ্টীৰ সম্পাদক সুকুমাৰ মজুমদাৰৰ সংবাদ মেল ।

22/05/2024

🔴বিজনীত ভয় ভাবুকিৰে প্ৰেমিকৰ প্ৰেম আদায়ৰ চেষ্টা।

⛔ভুক্তভোগী মহিলাৰ বিজনী থানাত গোচৰ ।

🛑প্ৰেম প্ৰত্যাখ্যানৰ বাবে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ মহিলাৰ ।

22/05/2024

বঙাইগাঁওৰ জামদহাৰ নৰনাৰায়ণ জাতীয় বিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণ অনুষ্ঠান ।

22/05/2024

ইয়াৰ দ্বাৰা অসম শক্তি বিতৰণ কোম্পানীৰ বঙাইগাঁও বৈদ্যুতিক উপ-স্ংমন্ডল-II ৰ মহকুমা অভিযন্তাই জনাইছে যে ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে ঢালিগাঁৱত কিছুমান বৈদ্যুতিক সংযোগৰ স্থানান্তৰৰ কাম কৰা হ'ব ।

সেইবাবে ২৩ মে' ২০২৪ তাৰিখে ৰাতিপুৱা ৫ বজাৰৰ পৰা ৰাতিপুৱা ৯ বজালৈকে চাৰি ঘন্টাৰ বাবে বঙাইগাঁও বৈদ্যুতিক উপ-স্ংমন্ডল- ।। ৰ অন্তৰ্গত সমগ্ৰ অঞ্চলত বিদ্যুৎ যোগান বন্ধ থাকিব ।

21/05/2024

বিজনী মহাবিদ্যালয়ত তিনিখন কৈ গ্ৰন্থ উন্মোচন।

19/05/2024

🔴 বিলাসীপাৰাত গো মাফিয়া ৰ দপ দপনি ।

🛑চোৰাং ভাবে কঢিয়াই অনা গৰু ভৰ্তি বলেৰো বাহন দুৰ্ঘটনা গ্ৰস্থ ।

19/05/2024

বিজনীৰ বেতবাৰীত গাঞ্জাসহ এজন সৰবৰাহকাৰী আটক ।

18/05/2024

🛑বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত বিপিএফৰ কৰ্মী সুজন মণ্ডলক বিজেপিৰ কৰ্মীৰ মাৰপিট।

⛔এই ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলা আম আদমী পাৰ্টীৰ গঢ়িহনা ।

🔴অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ দাবী চিৰাং জিলা আম আদমী পাৰ্টীৰ।

18/05/2024

বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ আম আদমীৰ পাৰ্টিৰ সংবাদ মেল ।

একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধে এই সংবাদমেল ।

বিজেপি কৰ্মী ৰকি মণ্ডল, বাপি তালুকদাৰ , সুৰত মণ্ডল, নয়ন সাহাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ দাবী আম আদমী পাৰ্টীৰ।

17/05/2024

🛑চিৰাঙৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা-বৰষুণ।

🛑নিশা সংঘটিত হোৱা এই ধুমুহা বৰষুণত বিস্তৰ ক্ষয় ক্ষতি ।

🔴প্ৰকাণ্ড গছ বাগৰি পৰে চাৰিচকীয়া বাহনৰ ওপৰত।

⛔পথৰ যাতায়াত বিচ্ছিন্ন। বিদ্যুত বিচ্ছিন্ন ।

🔴কথমপি প্ৰাণ ৰক্ষা বাহনত থকা যাত্ৰীৰ। চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত সংঘটিত হয় এই ঘটনা।

16/05/2024

বিজনীত প্ৰবল ধুমুহা -বতাহ ।

16/05/2024

চিৰাঙত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন ।


15/05/2024

চিৰাঙৰ বিজনীত পথ নিৰ্মাণৰ ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ।

15/05/2024

🔴কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী পাৰিষদৰ বিৰুদ্ধে তীৰ্যক মন্তব্য আক্ৰাছু প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ ৷

⛔দুৰ্নীতিত নিমজ্জিত লৰা ৰজাৰ দ্বাৰা পৰিচালিত অন্তৰ্ৱৰ্তীকালিন KAC ভংগৰ দাবী বিশ্বজিৎ ৰায়ৰ ৷

ইয়াৰ দ্বাৰা অসম শক্তি বিতৰণ কোম্পানীৰ বঙাইগাঁও বৈদ্যুতিক উপ-স্ংমন্ডল-II ৰ মহকুমা অভিযন্তাই জনাইছে যে   ৰাষ্ট্ৰীয় ঘাইপথ...
14/05/2024

ইয়াৰ দ্বাৰা অসম শক্তি বিতৰণ কোম্পানীৰ বঙাইগাঁও বৈদ্যুতিক উপ-স্ংমন্ডল-II ৰ মহকুমা অভিযন্তাই জনাইছে যে ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে কালি ১৫ মে',২০২৪ তাৰিখে ঢালিগাঁৱত কিছুমান বৈদ্যুতিক সংযোগৰ স্থানান্তৰৰ কাম কৰা হ'ব ।

সেইবাবে কালি ১৫ মে',২০২৪ তাৰিখে বঙাইগাঁও বৈদ্যুতিক উপ-স্ংমন্ডল- ।। ৰ অন্তৰ্গত সমগ্ৰ অঞ্চলত ৰাতিপুৱা ৫ বজাৰৰ পৰা ৰাতিপুৱা ৯ বজালৈকে চাৰি ঘন্টাৰ বাবে বাবে বিদ্যুৎ যোগান বন্ধ থাকিব ।

14/05/2024

অসমত BJP চৰকাৰে ৮ বছৰ সম্পূৰ্ণ কৰিলে।

৮ বছৰত BJP চৰকাৰে প্ৰদান কৰা ৪৭৬ টা প্ৰতিশ্ৰুতিৰ ভিতৰত এটাও ৰূপায়ণ নকৰিলে:সুকুমাৰ মজুমদাৰে

Address

Bijni
783390

Alerts

Be the first to know and let us send you an email when BIJNI first 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BIJNI first 24:

Videos

Share


Other Media/News Companies in Bijni

Show All