#আজি চিৰাং জিলাৰ বাসুগাঁৱত নৱনিৰ্মিত উৰণীয়া সেতুৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
#যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰাই ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছিল বাসুগাঁও বাসী ৰাইজ।
#অৱশেষত বাসুগাঁও বাসী ৰাইজৰ সপোন বাস্তৱত ৰূপায়িত কৰি আজি নৱনিৰ্মিত উৰণীয়া সেতুৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী গৰাকীয়ে।
◆ চিৰাঙৰ বাসুগাঁৱত উৰণীয়া সেতু নামাকৰণ দাবী সমিতিৰ সংবাদ মেল।
◆ জিলাখনৰ বাসুগাঁৱত নৱনিৰ্মিত উৰণীয়া সেতুৰ নাম মহাৰাজা সূৰ্য নাৰায়ণ দেৱৰ নামত নামাকৰণ নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপি, ইউ পি পি এল দলক বৰ্জন কৰাৰ ভাবুকি নামাকৰণ দাবী সমিতিৰ।
◆ বাসুগাঁও অঞ্চলৰ বৃহত্তৰ ৰাইজৰ আবেগ-অনুভূতিৰ লগত খেলা নকৰিবলৈ সকিয়নী নামাকৰণ দাবী সমিতিৰ।
#চিৰাঙৰ বিজনীৰ পাণবাৰীত বনৰক্ষী বাহিনীৰ অভিযানত গঁড়ৰ খৰ্গ, হৰিণাৰ শিং, পিষ্টলসহ এজনক গ্ৰেপ্তাৰ।
#ধৃত লোকজন পাণবাৰীৰ বগিদ্বাৰা নিবাসী ছফিউৰ ৰহমান(৫৫) বুলি জানিব পৰা গৈছে।
#শনিবাৰে নিশা পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনৰক্ষী বাহিনী আৰু চিআৰপিএফৰ যৌথ অভিযানত ধৃত ছফিউৰ ৰহমানৰ গৃহৰ পৰা জব্দ কৰা হয় সামগ্ৰী সমূহ।
#চিৰাঙৰ বাসুগাঁৱত নৱনিৰ্মিত উৰণীয়া সেতুৰ নাম সূৰ্য্য নাৰায়ণ দেৱৰ নামত নামাকৰণ কৰাৰ দাবীত নামাকৰণ দাবী সমিতিৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন।
#ঐতিহাসিক চিদলী ৰাজ্যৰ ৰজা মহাৰাজ সূৰ্য্য নাৰায়ণ দেৱৰ নামেৰে নামাকৰণ কৰাৰ দাবী নামাকৰণ দাবী সমিতিৰ।
বাসুগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত ধান বজাৰ প্ৰাঙ্গনত চহৰ খনত নৱনিৰ্মিত উৰণীয়াৰ সেতুৰ নাম চিদলী ৰাজ্যৰ ৰজা মহাৰাজ সূৰ্য নাৰায়ণ দেৱৰ নামত নামাকৰণ কৰাৰ দাবীত নামাকৰণ দাবী সমিতিৰ উদ্যোগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
কাৰ্যসূচীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বলৰাম ৰায় উপস্থিত থাকি নামাকৰণ দাবী সমিতিৰ লগত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পুৰ্ণ সমৰ্থন আছে বুলি উল্লেখ কৰি খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ তদানীন্তন চিদলী ৰাজ্যৰ ৰজা মহাৰ
চিৰাঙৰ ডাংতলত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ। সঘন বিদ্যুৎ কৰ্তন আৰু বিদ্যুৎ মাছুল বৃদ্ধিৰ প্ৰতিবাদত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ আমছু’ৰ।
উল্লেখযোগ্য যে বিদ্যুত যোগান বিভাগৰ লগতে অসম চৰকাৰে যি সময়ত ২৪ ঘন্টাই বিদ্যুত যোগান ধৰিব বুলি উল্লেখ কৰিছিল কিন্তু বৰ্তমান সময়ত ২৪ মিনিটো বিজুলী যোগান ধৰিব পৰা নাই বিভাগটোৱে।
যাৰ বাবেই প্ৰচণ্ড গৰমত জলাকলা খাব লগীয়া হৈছে ৰাজ্যৰ সাধাৰণ ৰাইজ।
ফলস্বৰূপে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাং জিলাৰ ডাংতলতো
আমছুৰ উদ্যোগত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।
চিৰাং জিলা আমছুৰ উদ্যোগত আৰু ডাংতল নিলিবাৰী আঞ্চলিক আমছুৰ সহযোগত অনুষ্ঠিত পুত্তলিকা দাহ কাৰ্যসূচীত আমছুৰ মুখ্য কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গুলজাৰ হুছেইনে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাক ব্যৰ্থ মন্ত
প্ৰিয়ংকা ভৰালীৰ সংগীতৰ অনুস্হান…
news
কোকৰাঝাৰত আজি আদিবাসী জাতীয় মহা মহাসভা, সংগ্ৰামী মঞ্চ আৰু আদিবাসী ৰাইজৰ উদ্যোগত (ANC) চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। জনজাতি কৰনৰ লগতে অতি শীঘ্ৰে আদিবাসী সকলৰ লগত শান্তি চুক্তি কৰাৰ দাবীত আজি কোকৰাঝাৰত চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে আদিবাসী জাতীয় মহাসভাই৷
News
চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী নেহালগাঁওত উদ্ধাৰ বৃহৎ আকৃতিৰ অজগৰ সাপ। গাঁও খনৰ ৰাইজ তথা স্থানীয় সাংবাদিক জয়ন্ত দেৱনাথৰ তৎপৰতাত উদ্ধাৰ কৰি বন বিভাগক গোটাই দিয়া হয় বৃহৎ আকৃতিৰ অজগৰ সাপটি।
News
UTC ৰ বিৰোধিতাৰে চিলাৰায় উন্নয়ন মঞ্চৰ সংবাদমেল