ND24 AXOM

ND24 AXOM বাতৰিক সম্পূৰ্ণ ৰূপে পক্ষপাতিত্ব বিহীন ভাৱে আপোনালোকৰ মাজলৈ অনা আমাৰ লক্ষ্য
ND24 AXOM

11/06/2024

জুৰীয়াৰ মাহেৰীপাৰত 55 বছৰীয়া এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনা, ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ লাগিছে পৰিয়ালৰ

10/06/2024

✍️নাজিৰাত কেইবাটাও দল সংগঠনৰ গণ অৱস্থান কাৰ্য্যসূচী

ল'ৰাজন ৰামপুৰত আছে নাম আৰু ঠিকনা একো ক'ব নাজানে। যদি কোনোবাই চিনি পাই মোৰ সৈতে যোগাযোগ কৰিব পাৰে।
09/06/2024

ল'ৰাজন ৰামপুৰত আছে
নাম আৰু ঠিকনা একো ক'ব নাজানে।
যদি কোনোবাই চিনি পাই মোৰ সৈতে যোগাযোগ কৰিব পাৰে।

06/06/2024

জয়ী হৈ গৌৰৱ গগৈৰ নাচ

05/06/2024

Bjp Gundagri nocholibo

04/06/2024

✍️যোৰহাটত বিজয়ৰ দিশে গৌৰৱ গগৈ |
✍️নাজিৰা আৰু ডিমৌত কংগ্ৰেছ কৰ্মীৰ আনন্দ উল্লাস |
✍️সোণাৰি আৰু মাহমৰাত গৌৰৱ গগৈৰ অগ্ৰগতি |
✍️নাজিৰাত অখিল গগৈ আৰু দেৱব্ৰত শইকীয়া একেলগে |

04/06/2024

✍️ভৰা লুইতৰ বুকুত দু:সাহসী অভিযান অসমীয়া যুৱকৰ
✍️প্লাষ্টিকৰ পেলনীয়া বটলৰ নাৱ সাজি ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা অসমীয়া যুৱকৰ

03/06/2024

✍️নাজিৰাত এগৰাকী যুৱতীৰ চৰম সিদ্ধান্ত |
✍️নিজৰ কোঠাত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

30/05/2024
29/05/2024

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ফুলৰা চৰত জগণ্য ঘটনা সংঘটিত হৈছে জানিব পৰা মতে

29/05/2024

✍️বৰষুণ নেওচি শিৱসাগৰত আছুৰ প্ৰতিবাদ |
✍️শিক্ষামন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল চহৰখন |
✍️জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সন্মুখত নানা দাবীৰে এই প্ৰতিবাদ সংগঠনটোৰ |

28/05/2024

কালগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্দগত চান্দমামা মডেল চিকিৎসালয়ত 3 ঘন্টিয়া অবস্থান ধৰ্মঘট পালন কৰে।
চান্দমামা মডেল হস্পিতালত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ ,নাৰ্ছ, ঔষধ আৰু এম্বুলেন্স সেৱাৰ দাবীত ধৰ্মঘট পালন কৰে

28/05/2024

✍️শিমলুগুৰি-নাগিনীমৰা সংযোগী ১৩ কিঃ মিঃ দীঘল ৰমনীআলি পথৰ দুৰৱস্থা
✍️ৰমনীআলি পথৰ দুৰৱস্থাৰ প্ৰতিবাদত শিমলুগুৰি নগৰৰ মাজ মজিয়াত ৰাইজৰ পথ অৱৰোধ

27/05/2024

নামদঙীয়াত বাঘৰ সন্ত্ৰাস |
নামতি নামদঙীয়াত দিন দোপৰতে পোহনীয়া গৰু ধৰি জংঘললৈ চোচৰাই নিলে নাহৰফুটুকী বাঘে

27/05/2024

✍️গেলেকী মৰাণ গাঁৱৰ ৰেল বিভাগত কৰ্মৰত যুৱকৰ ৰহস্যজনক মৃত্যু
✍️অঞ্চলজুৰি শোকৰ বন্যা

26/05/2024

✍️আমগুৰিৰ খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত বহাগী বিদায় উৎসৱ উদযাপন

26/05/2024

Breaking.....

👉🏾জুৰীয়াৰ কঠালগুটিত অঘটন পুখুৰীত মৃতদেহ উদ্ধাৰ।
👉🏾কঠালগুটি গাৱৰ এটি পুখৰীত এজনী বোৱাৰীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য।

25/05/2024

রবি চেংগু আর আমাদের মাঝে নেই।😭😭😭😭😭

25/05/2024

নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান
জুৰীয়াৰ শিঙাৰীত আৰক্ষীয়ে অভিযান চলাই এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

24/05/2024

👉🏽পুনৰ দালালৰ কবলত জুৰীয়াৰ এগৰাকী মহিলা।
বহি :ৰাষ্টত বিক্ৰী জুৰীয়াৰ মহিলাক।
👉🏽 আৰৱৰ পৰা বিডিঅ কৰি সহায় ভিক্ষা মহিলা গৰাকীৰ।
👉🏽বহি ৰাষ্ট আৰৱৰ ওমানত বিক্ৰী জুৰীয়াৰ শিঙাৰীৰ ৰমিছা খাতুন নামৰ মহিলা গৰাকীক

✍️মবাইল বিস্ফোৰিত হৈ কামান্ডোৰ মৃত্যু✍️ডিমৌ লাইবিলৰ কামান্ডো অমৰজোতি টাইডৰ মৃত্যু
24/05/2024

✍️মবাইল বিস্ফোৰিত হৈ কামান্ডোৰ মৃত্যু
✍️ডিমৌ লাইবিলৰ কামান্ডো অমৰজোতি টাইডৰ মৃত্যু

24/05/2024

✍️ঘৰত উৎপাদিত শাক, পাচলিৰে পেহাৰ মেলিলে ছাত্ৰ-ছাত্ৰীয়ে

✍️শিৱসাগৰৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত ব্যতিক্ৰমী পৰিৱেশ, গ্ৰাহকৰ ৰূপত শিক্ষক-শিক্ষয়িত্ৰী

23/05/2024

✍️গড়কাপ্তানি বিভাগৰ কামৰ গাফিয়ালতিত ৰোগী কঢ়িয়াই অনা এখন বেটাৰী ৰিক্সা বাগৰি পৰাত ৰাইজ মাজত উত্তেজনা

23/05/2024

মানকাচৰৰ বুচাকাটা জি, এল.পি.স্কুল মেৰামতিৰ কামত দুৰ্নীতিৰ অভিযোগঃ

23/05/2024

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বুজন পৰিমাণ বিলাতী সুৰা জব্দ

23/05/2024

✍️চৰাইদেউত বৃদ্ধি পাইছে HIVত আক্ৰান্তৰ সংখ্যা |

✍️১৯জনৰ দেহত ধৰা পৰিছে HIV পজিটিভ |

✍️ইয়াৰে এজনৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছৈ |

✍️কি ক'ব চিকিৎসালয় কৰ্তৃপক্ষ্যই |

Address

Sujibari
Barpeta
781321

Alerts

Be the first to know and let us send you an email when ND24 AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ND24 AXOM:

Videos

Share


Other News & Media Websites in Barpeta

Show All

You may also like