নগাঁও জিলা দিৱসৰ সাংস্কৃতিক অনুষ্ঠানত ককাঁল ভাঙি নাচিলে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে
কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ বিহুসুৰীয়া গীতত কঁকাল ভাঙি নাচিলে নগাঁও জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই
কণমানি প্ৰিয়ঙ্কা ডেকাৰ কণ্ঠত এটি ধুনীয়া অসমীয়া গীত
মঙলদৈত কৰিশ্মা নাথক এইবাৰ মঞ্চত "বিহু" গাবলৈ দিলে উদ্যোক্তাই৷ বিতৰ্কিত বৈনীহত..পেপেপেও গাব দিলে কৰিশ্মা নাথক৷
ছাত্ৰীক ১০০০টকা, হোষ্টেলত থকা,ডিগ্ৰীৰ ছাত্ৰ-ছাত্ৰীক ৩১ মাৰ্চৰ ছাত্ৰ দিৱসৰ দিনা প্ৰদান কৰিব নগদ ধন৷ আৰু কি কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
#HimantaBiswaSarma #CMOASSAM
#dnews24assam
ৰাহুল গান্ধীৰ সাংসদ পদ খৰিজক লৈ দেশত অব্যাহত আছে বিৰোধীৰ আন্দোলন।
দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ ৰাজ্য জুৰি বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে চলিছে সত্যাগ্ৰহ আন্দোলন।
নগাঁও জিলা কংগ্ৰেছৰ নেতৃত্বত সত্যাগ্ৰহ কাৰ্যসূচী
কিন্নৰৰ বিৰুদ্ধে কিন্নৰৰ মহাভিযোগ৷ নগাঁৱত আবিৰ্ভাব ভুৱা কিন্নৰৰ৷
#dnews24assam
বাল্য বিবাহ,মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ শ্বাহনাৱাজ শ্বেখৰ মন্তব্য
জ্যোতিস্মিতা কলিতাৰ প্ৰেমত প্ৰতাৰিত হৈ আৱেগিক ঋতুল হুছেইন।
ধন্যবাদ, জ্যোতিস্মিতা কলিতা তোমাৰ ৰিতুল আৰু তোমাৰ নাই।
বিলাসীপাৰাত NSUIৰ উত্তাল প্ৰতিবাদ
প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠি চাৰ্জ। কেইবাজনক প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।
শিক্ষামন্ত্ৰী আৰু অধ্যক্ষই পদত্যাগ কৰা বিষয়টোৰ উপৰত মই বিশেষ নকও
কথা কোৱাৰ অধিকাৰ সকলোৰে আছে আৰু তেওঁলোকেও কৈছে
📌আকৌ প্ৰশ্নকাকত ফাদিল
📌অসমীয়া মাধ্যম ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈছে হিমন্ত চৰকাৰে
📌ৰণোজ পেগুক অপসাৰণৰ দাবী
📌অন্যথাই ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানৰ ।
পাঁপ কৰিলেহে MLA হ'ব পাৰি৷ মোক চৰকাৰী চাকৰি দিয়ক;নহলে বেয়া কাম কৰিম৷ হিমন্ত বিশ্ব শৰ্মাই এফালে খুলি দিয়ে আনফালে বন্ধ কৰি দিয়ে৷ ৰঙীয়াত গাঞ্জা বেপাৰীৰ বচন
"মৌলনা বদৰ উদ্দিন আজমল মিৰজাফ'ৰ!
AIUDFক লগতলৈ কেতিয়াও বিজেপিক প্ৰতিহত কৰিব পৰা নাযায়
এআইইউডিএফ দল কৰা সকলৰ শৰীৰত ধৰ্মনিৰপেক্ষাতা নাই"- জাকিৰ হুছেইন সিকদাৰ
#dnews24assam
নাহিদ আফ্ৰিনক লজ্জিত কৰিলে নেকি ?
এই সন্দৰ্ভত নাহিদ আফ্ৰিনৰ স্পষ্টীকৰণ
আগন্তুক ২৪ ৰ লোকসভা নিৰ্বাচনৰ পৰা বিজেপিৰ পতন আৰম্ভ হব।
আহি থকা এটা নিৰ্বাচনতো বিজেপিয়ে জয় হব নোৱাৰে।
গৰৈমাৰীত কংগ্ৰেছৰ হাত ছে হাত জোড়ো কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ ভৱিষ্যতবাণী।
#dnews24assam
শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগ দাবী ৰিপুন বৰাৰ
মেট্ৰিক পৰীক্ষা বাতিল হোৱাৰ পিছত ছেবালৈ প্ৰশ্ন আশ্ৰাফুল ইছলামৰ ।
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বাবে শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান পৰীক্ষা বাতিল
হাটশিঙিমাৰীৰ সুখচৰত পৰীক্ষা বাতিলক লৈ পৰীক্ষাৰ্থীৰ প্ৰতিবাদ
আজিজুল হ'কৰ আত্মহত্যাৰ ন্যায় বিচাৰি পশ্চিম গোৱালপাৰাৰ শিমলাবাৰীত নাৰী সমাজৰ উত্তাল প্ৰতিবাদ
নলবাৰীত এক হৃদয় বিদাৰক ঘটনা
মাতৃৰ মৃতদেহ চিতাত উঠাই পৰীক্ষাত বহিল কন্যা
#dnews24assam
বিহুক " গিনিচ বুক" ত অন্তৰ্ভূক্তিৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা আৰম্ভ
বাজেট অধিবেশনৰ দিনাই গোৱালপাৰাৰ লক্ষীপুৰত কংগ্ৰছৰ প্ৰতিবাদ
বিত্তীয় বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ
ভাওনা মহোৎসৱৰ লগতে কামৰূপৰ বকোত হোলীৰ এক শোভাযাত্ৰা।
▶️উচ্ছেদিতৰ বিননি শুনিব কোনে? সপোনৰ ঘৰখন উচ্ছেদ চলাবলৈ লওঁতেই কান্দোনত ভাঙি পৰিল মহিলা। শিলসাঁকো-বোন্দাৰ পিছত আজি পলাশবাৰীৰ চৰত চলিল উচ্ছেদ।
কৰিশ্মা নাথে গালে "নাগাৰা নাম" ৷ আজি আন এক নতুনত্ব দিলে কৰিশ্মাই!
অসমত স্থাপন হ'ব চাৰিশ টা জন ঔষধি কেন্দ্ৰ
নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা
#BigBreakingNews
#dnews24assam
ফাকুৱা উৎসৱ উপলক্ষে দৰঙৰ দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰত কৰিশ্মা নাথৰ নাগাৰা নাম
#dnews24assam
নামতিত কিশোৰীক ব্লেক মেইলিঙৰ ঘটনা
ছয় বছৰীয়া শিশুক যৌন নিৰ্যাতন
নগাঁৱত এজনক যাৱজ্জীৱন কাৰাদণ্ড
বৰপেটাৰ মাজৰচৰত ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই প্ৰচণ্ড মাৰপিট
দুই ফৈদৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ১৩ জনকৈ লোক