AXOM Live Today

  • Home
  • AXOM Live Today

AXOM Live Today Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AXOM Live Today, Video Creator, .

20/03/2024

বৰপেটা জিলাৰ হাউলীত উদণ্ড মেজিক চালকৰ উৎপাত ।
As 15Ac 7419 মেজিক হাউলী চাৰিআলিত গৃহৰক্ষী বাহিনীৰ কৰ্তব্যৰত জোৱানক ৰাজপথত চোচোৰাই লৈ গল!

মেট্ৰিকৰ গণিতৰ পৰীক্ষাত বিসংগতি: ন্যায় প্ৰদানৰ দাবীত আছুয়ে সাক্ষাৎ কৰিলে ছেবাৰ সচিবক>উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ( ম...
01/03/2024

মেট্ৰিকৰ গণিতৰ পৰীক্ষাত বিসংগতি:
ন্যায় প্ৰদানৰ দাবীত আছুয়ে সাক্ষাৎ কৰিলে ছেবাৰ সচিবক
>

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ( মেট্ৰিক)ৰ কালি অনুষ্ঠিত হোৱা গণিতৰ প্ৰশ্নকাকতখনে পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ স্থিতি কৰিছে। শিক্ষক, অভিভাৱক সকল হতাশ হৈছে ৷ পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন, পৰীক্ষাৰ দৃষ্টিভংগীৰে প্ৰয়োজন নহয় বুলি স্পষ্টকৈ উল্লেখ থকা প্ৰশ্ন প্ৰশ্নকাকতত অন্তৰ্ভুক্ত হৈছে। উচ্চ গণিতৰ শৈলীৰ লগতে মহাবিদ্যালয় পৰ্যায়ৰ প্ৰশ্নও অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এনে কাৰ্যই পৰীক্ষাৰ্থীসকলক মানসিকভাৱে হাৰাশাস্তি কৰিছে। পৰীক্ষাৰ্থী সকলৰ প্ৰতি এয়া চৰম অন্যায়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতাৰ নেতৃত্বত এটি প্ৰতিনিধি দলে ছেবাৰ সচিব গৰাকীক সাক্ষাৎ কৰি বিষয়টোৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীসকলৰ সপক্ষে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন, পৰীক্ষাৰ দৃষ্টিভংগীৰে প্ৰয়োজন নহয় বুলি উল্লেখ থকা প্ৰশ্নৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীয়ে সম্পূৰ্ণ নম্বৰ লাভ কৰিব লাগিব। ছাত্ৰ সন্থাৰ স্পষ্ট দাবী পৰীক্ষাৰ্থীক ন্যায় প্ৰদান কৰিবই লাগিব।

সুদলৈ লোৱা টকা আৰু ঘূৰাই দিব নালাগে, মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণাসুদত টকা লৈছিল যদি আৰু ঘুৰাই দিব নালাগে ।টকা সুদলৈ লোৱা লাখ...
23/02/2024

সুদলৈ লোৱা টকা আৰু ঘূৰাই দিব নালাগে, মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

সুদত টকা লৈছিল যদি আৰু ঘুৰাই দিব নালাগে ।টকা সুদলৈ লোৱা লাখ-লাখ লোকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ।

বৰপেটা  জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আই পি এছ পংকজ যাদব ।
20/02/2024

বৰপেটা জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আই পি এছ পংকজ যাদব ।

16/06/2023
হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান সভা সম্পন্ন:------------------------------বৰপেটাৰ...
15/06/2023

হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান সভা সম্পন্ন:

------------------------------

বৰপেটাৰ হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৬নং বৰপেটা লোকসভা সমষ্টিৰ মহা জনসম্পৰ্ক অভিযান জনসভা অনুষ্ঠিত হৈ যায়। উক্ত জন সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতা, বৰপেটা জিলা বি জে পিৰ সভাপতি অনিল দাস, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দাস, বঙাইগাঁও জিলা সভানেত্ৰী হিমানী অধিকাৰী ,ভৱানীপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, ৰাজ্যসভাৰ সাংসদ ভুৱেনেশ্বৰ কলিতা ,অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা,বি টি আৰৰ ই এ এম গৌতম দাসৰ উপৰিও অন্যান্য নেতা সকল। সভাত দহ সহস্ৰাধিক লোকৰ উপস্থিতিৰে সভা অনুষ্ঠিত হয়। ৰাইজৰ আশা আকাংক্ষাৰ চৰকাৰ বি জে পিৰ বৰপেটা লোকসভাৰ সকলো কাৰ্য্যকৰী সদস্যই বৰষুণকো নেওচি আজিৰ এই সভাত উপস্থিত থাকি সকলো নেতা-কৰ্মীক এক আশাৰ সঞ্চাৰ আনি দিয়ে।সভাত সকলো আঁচনিৰ বিষয়ে বহল ভাবে বাখ্যা কৰি সভাপতি ভবেশ কলিতাই কয় যে আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাস্তা আৰু দলংৰ কথা চিন্তা কৰিলে আজিৰ এই সময়ত উন্নয়নৰ ছবি খন তুলনা কৰিলে কিমান তফাৎ হয় সেইটো ভাবিবয়ে নোৱাৰি।আগৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু আজিৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ টকা তুলনা কৰিলে অনুমান কৰিব পাৰি আজিৰ উন্নয়নৰ ছবিখন । আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলক জয়ী কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সকলো ক্ষেত্ৰত উন্নয়নৰ ছবি দেখা পাব বুলি ভবেশ কলিতাই উল্লেখ কৰে।

জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্বত CBIৰ DIG লাভলী কাটিয়াৰ---------------------------------------ভাৰতীয় আৰক্ষী সে...
14/06/2023

জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্বত CBIৰ DIG লাভলী কাটিয়াৰ

---------------------------------------

ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া লাভলী কাটিয়াৰ বৰ্তমান চি বি আইৰ ডি আই জি । তেখেতে ৰাজস্থান আৰক্ষীত কৰ্মৰত অৱস্থাত থাকোতেই ২০২১ চনত চি বি আইৰ এগৰাকী আৰক্ষী অধীক্ষক হিচাপে কেন্দ্ৰীয় চাকৰিত যোগদান কৰিছিল । যোৱাবছৰ আন ১০ গৰাকী আই পি এচ অফিচাৰৰ সৈতে একেলগে তেওঁ চি বি আইৰ ডি আই জি হিচাপে পদোন্নতি লাভ কৰিছিল । ২০০৮ বেটচৰ ৰাজস্থান কেডাৰৰ আই পি এচ বিষয়া এইগৰাকী লাভলী কাটিয়াৰৰ নেতৃত্বতেই কাইলৈৰ পৰা চি বি আইয়ে আৰম্ভ কৰিব জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাকে ধৰি আন তিনিটা গোচৰৰ তদন্ত । ইতিমধ্যে আজি গুৱাহাটীত আহি উপস্থিত হৈছেহি লাভলী কাটিয়াৰৰ নেতৃত্বত চি বি আইৰ এটি দল ।

পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট' বাহনৰ
16/05/2023

পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা

জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট' বাহনৰ

14/04/2023

আটাইলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ লগতে সুখ, সমৃদ্ধি কামনা কৰিলোঁ।

I've received 600 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
18/02/2023

I've received 600 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

07/02/2023

প্ৰেমিক-প্ৰেমিকাসকললৈ বেয়া খবৰ। ১৪ ফেব্ৰুৱাৰীত ১৪৪ ধাৰা জাৰি।

02/02/2023

হাউলীৰ মৈৰামাৰাত ভয়ংকৰ অগ্নিকাণ্ড।🔥🔥তেল ডিপোটোৰ কাষতে থকা ফাৰ্ণিচাৰ ফেক্টৰী এটাত সংঘটিত হয় অগ্নিকাণ্ডৰটো । কথমাপি ৰক্ষা HP পেট্ৰল পাম্পৰ ।

25/01/2023

পাঠশালাত "পাঠান" চিনেমা চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ ।

সমূহ অসমবাসী ৰাইজক বাপতিসাহোন হেপাহৰ ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ৷
15/01/2023

সমূহ অসমবাসী ৰাইজক বাপতিসাহোন হেপাহৰ ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ৷

08/01/2023

বৰপেটা জিলাৰ হাউলী নগৰঝাৰ ন-জোৱান ক্লাৱ আৰু লাইব্ৰেৰীৰ সৌজন্যত দিবা-নৈশ্য প্ৰাইজমানী কচকো বল ক্ৰিকেট প্ৰতিযোগিতা।❤️❤️
🔴

Address


Website

Alerts

Be the first to know and let us send you an email when AXOM Live Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share