TIME 11 NE

TIME 11 NE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TIME 11 NE, News & Media Website, .
(3)

12/01/2026

জনীয়াত অবৈধ বাবে চলা দুখনকৈ দাবা,
স্থানীয় স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক সকলৰ লগতে সচেতন মহলে ভাঙি চুৰমাৰ কৰে।।

12/01/2026

বৰপেটাৰ জনীয়াত নাৰী দেহ ব্যৱসায় উৎখাত।

দীৰ্ঘদিন ধৰি জনীয়াৰ একাংশ ধাবাত চলি আছিল নাৰী দেহ ব্যৱসায়।

11/01/2026

"অসমত এতিয়া অসমীয়াকে Who is বুলি সোধা হ'ব"

"দেউতাকে সুধিছিল Who is আজমল, পুতেকে ক'ব লাগিছিল Who is ৰেজাউল কৰিম"

মুখ্যমন্ত্ৰীৰ কটাক্ষ

11/01/2026

"অসমখন ৰেজাউল কৰিম সৰকাৰে নিজৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি"

"কংগ্ৰেছ মানে মিঞা, মিঞা মানে কংগ্ৰেছ"

"ৰেজাউল কৰিম সৰকাৰৰ সাহস থাকিলে উজনি অসমত এজনো‌ সন্দেহযুক্ত নাগৰিকক ৰখাই দেখুওৱাক"

ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ বিৰুদ্ধে সৰৱ চিতু বৰুৱা

11/01/2026

কংগ্রেছত যোগদানৰ পিছত কি কলে ৰেজাউল কৰিম সৰকাৰে

11/01/2026

ৰাইজৰ দল ত যোগদান বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ

11/01/2026

▪️সকলো বাধাৰ অন্ত পেলাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে
▪️অসমবাসীৰ উদ্দেশ্য কি ক'লে যোগদানৰ পূৰ্বে ৰেজাউল কৰিম সৰকাৰে

11/01/2026

আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।

11/01/2026

👉 আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে যোগদান কৰিব কংগ্ৰেছত
👉 ৰেজাউল কৰিম সৰকাৰক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছত বিদ্ৰোহ হ'ব"- আব্দুল হাই নাগৰি

10/01/2026

কাইলৈ ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলী আহমেদে।
সমষ্টি বাসী ৰাইজক কি আহ্বান জনালে শ্বেৰমান আলী আহমেদে শুনক

10/01/2026

⬛ 'জুবিন গাৰ্গৰ ন্যায় বিচৰাটো ৰাষ্ট্ৰদ্ৰোহ নহয়'
⬛ 'NSA গ্ৰেপ্তাৰ কৰি গ্ৰেপ্তাৰ কৰি ৰাখিবলৈ ভিক্টৰ দাস কোনো কাৰণতে ৰাষ্ট্ৰদ্ৰোহী নহয়'
⬛ ভিক্টৰ দাসক অতি শীঘ্ৰে মুক্তি দিয়াৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মূখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ

10/01/2026

নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড।

চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই।

Address


Telephone

+919101555539

Website

Alerts

Be the first to know and let us send you an email when TIME 11 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME 11 NE:

  • Want your business to be the top-listed Media Company?

Share