Hatema lps

Hatema lps হাতেমা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ইতিহাস সংৰক্ষণ কৰাৰ এটা প্ৰয়াস ।

104 নং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষৰ 14 জানুৱাৰী/25 ৰ অতিথি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ।
07/11/2024

104 নং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষৰ 14 জানুৱাৰী/25 ৰ অতিথি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ।

29/10/2024

12 জানুৱাৰী/2025 ৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কণ্ঠশিল্পী ৱাহিদা ৰহমান ।

29/10/2024

104 নং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপনৰ অন্তিম দিনা অৰ্থাৎ 15 জানুৱাৰী/2025 তাৰিখৰ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী ছাদ্দাম শ্বেখ ।

আমাৰ সমাজৰ কিছু মাৰাত্মক ব্যাধিৰ ওপৰত আলোচনা । ইচ্ছুক সকলে নিশ্চয় উপকৃত হব ।
20/10/2024

আমাৰ সমাজৰ কিছু মাৰাত্মক ব্যাধিৰ ওপৰত আলোচনা । ইচ্ছুক সকলে নিশ্চয় উপকৃত হব ।

You can also visit us at http://www.satyamevjayate.in - Alcohol consumption is associated with having fun and enjoying life. But excessive, irresponsible dri...

104 ৰং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপন সমিতিৰ কাৰ্যকৰী কমিটিৰ সভা । সভাপতি: মৌলানা আক্কেল আলী স্থান: মুখ্য কাৰ্য...
17/10/2024

104 ৰং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপন সমিতিৰ কাৰ্যকৰী কমিটিৰ সভা । সভাপতি: মৌলানা আক্কেল আলী স্থান: মুখ্য কাৰ্যালয় শিলা বজাৰ । তাৰিখ: 16/10/2024

অহা 12, 13, 14 আৰু 15 জানুৱাৰী/2025 ত হবলগীয়া শতবর্ষ উদযাপন সমিতিৰ সভা       আজি 104 নং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ...
06/10/2024

অহা 12, 13, 14 আৰু 15 জানুৱাৰী/2025 ত হবলগীয়া শতবর্ষ উদযাপন সমিতিৰ সভা
আজি 104 নং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায় । সভাত সভাপতিত্ব কৰে মৌলানা আক্কেল আলীয়ে, উক্ত সভাত উপস্থিত থাকে বৰপেটা বি টি কলেজৰ অধ্যক্ষ হাসমত আলী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুৰ ৰেজ্জাক, অৱসৰপ্ৰাপ্ত শিক্ষক জালাল ভূঞা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল আজিজ, ৰাষ্ট্ৰীয় ৰেফাৰী হাসমত আলী, প্ৰধান শিক্ষক শাজাহান আলী, বিষয় শিক্ষক হুছেইন আলী, শিক্ষক আমিৰ আলী, বিশিষ্ট ব্যৱসায়ী ৰহিম খান, বিলায়েত হুছেইন, সমাজকর্মী হজৰত আলী, নালবাবু, প্ৰাক্তন আঞ্চলিক সদস্য মটিউৰ ৰহমান আৰু মণিৰ ভূঞা, শিক্ষক ছাদেক আলী, ইকবাল হুছেইন মোল্লা,পঞ্চায়ত কৰ্মচাৰী ফজলুৰ ৰহমান, স্থানীয় ব্যৱসায়ী হান্নান ভূঞা, জাকিৰ মোল্লা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নজৰুল ভূঞা,যুৱ সমাজ আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজ । সভাত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ।

https://youtu.be/yYKHuW_FS_U
21/04/2024

https://youtu.be/yYKHuW_FS_U

Coffee Houser Sei Addata Aaj Aar Nei with Bengali & English lyrics sung by Manna Dey.Song Credits:Song: Coffee Houser Sei Addata Aaj Aar NeiAlbum: Hits Of Ma...

যোৱাকালি 104 নং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপন সমিতিৰ এখন সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে এইখন বি...
15/04/2024

যোৱাকালি 104 নং হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপন সমিতিৰ এখন সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথ্য উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আব্দুৰ ৰেজ্জাক আহমেদে, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ তথা উদযাপন সমিতিৰ সম্পাদক ৰেফাজ উদ্দিন মোল্লা । সভাত উপস্থিত থাকে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মজিবৰ ৰহমান, বৰপেটা বি টি কলেজৰ অধ্যক্ষ হাসমত আলী, ক্ৰীড়াবিদ তথা ৰাষ্ট্ৰীয় ৰেফাৰি হাসমত আলী, অৱসৰ প্ৰাপ্ত শিক্ষক জালাল ভূঞা, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুছ ছবুৰ, এইখন বিদ্যালয়ৰ পৰা অৱসৰ লোৱা শিক্ষক আব্দুৰ ৰহমান খান, অৱসৰপ্ৰাপ্ত গাওঁবুঢ়া আব্দুল কাদেৰ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাইদৰ আলী, সুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিশ্বজিত ভৰালী, প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সদস্য মতিওৰ ৰহমান, বৰ্তমানৰ আঞ্চলিক সদস্য মণিৰ ভূঞা, হাতেমা হাই স্কুলৰ প্ৰধান শিক্ষক চাজাহান আলী, বালাপাৰা হাই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল আজিজ, অভিযন্তা আবু চুফীয়ান আলী, শিক্ষক ক্ৰমে আব্দুল খালেক, আয়ুব খান, জাকিৰ সিকদাৰ, হাচেন আলী, আব্দুল মান্নান,নজৰুল ইছলাম, আমিৰ আলী, শাহানুৰ ইছলাম, মনোৱাৰ হুছেইন, ছাডেক আলী, চি আৰ চি চি ইকবাল হুছেইন মোল্লা, অধ্যাপক আব্দুল মান্নান, ব্যৱসায়ী আবুল নাচিৰ, হান্নান ভূঞা, আৰমান আলী, , আব্দুল মান্নান খান, জাকিৰ মোল্লা, মান্নান খান, কামাল মোল্লা,হানিফ আলী, সমাজ কৰ্মী অৰিফুল ইছলাম, আনোৱাৰ হুছেইন, ৰূপচান আলী, মোচাৰফ হুছেইন, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নজৰুল ভূঞা আদি । ইয়াৰ উপৰিও বৃহত্তৰ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে । আজিৰ সভাত স্মৃতিগ্ৰন্থ" আৰু পুঁজি সংগ্ৰহ ৰ ওপৰত আলোচনা কৰা হয় ।

হাতেমা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ,শুভাকাংক্ষী তথা বিশিষ্ট সাহিত্যিক, সাংবাদিক সকলক আমি বিনম্ৰ ভাবে অনুৰোধ জনালোঁ ...
25/03/2024

হাতেমা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ,শুভাকাংক্ষী তথা বিশিষ্ট সাহিত্যিক, সাংবাদিক সকলক আমি বিনম্ৰ ভাবে অনুৰোধ জনালোঁ ।

Raghuram Rajan, former Chairman of Reserve Bank of India, writes:* Today's India is a garland of flowers in the hands of...
23/03/2024

Raghuram Rajan, former Chairman of Reserve Bank of India, writes:*

Today's India is a garland of flowers in the hands of a "monkey."

I am neither a congressman nor a Communist nor a Modi bhakt.

I am only an ordinary citizen who loves my country.

In the last 70 years, India, irrespective of caste and creed, has progressed greatly. For this, all the Prime Ministers who ruled India have worked day and night. The result is that today, India is a great power in the world.

*Before Modiji was born, India had won the war against Pakistan. Even before Modiji started speaking, India had the best Constitution in the world.*

When Modiji played the game of bajra and kolam, India built the Bhakra Nangal Canal.

India opened the Nuclear Research Centre while flipping through the book "Modiji" in school...

When Modiji was learning to light a lamp, India started the Tarapur Nuclear Power Plant.

Even before Modiji got dressed, they had started weaving cloth in India.

AIIMS, IIT, and many other universities were started in India.

Modiji was selling tea when trains like Rajdhani Express were running fast.

How many benefits has India seen? All the benefits have already been accomplished.

*Still others believe or try to believe that everything happened because of Modi in the last four years!!!* *In fact, "Modiji" has taken India back by 40 years in four years.*

In the line of those who stood hand in hand to create a casteless, communally harmonious India,
Modi came as a casteist in his head.

*For the sake of our children, so that our children do not fight with each other, may our children in future also enjoy the freedom our forefathers enjoyed.*
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন অধ্যক্ষ ৰঘুৰাম ৰাজনে লিখিছে:*

আজিৰ ভাৰত "বান্দৰ"ৰ হাতত ফুলৰ মালা।

মই কংগ্ৰেছী নহয় কমিউনিষ্টও নহয় মোডী ভক্ত নহয়।

মই মাথোঁ মোৰ দেশক ভালপোৱা এজন সাধাৰণ নাগৰিক।

যোৱা ৭০ বছৰত জাতি-ধৰ্ম নিৰ্বিশেষে ভাৰতবৰ্ষই বহুখিনি আগবাঢ়িছে। ইয়াৰ বাবে ভাৰতত শাসন কৰা সকলো প্ৰধানমন্ত্ৰীয়ে দিনে নিশাই কাম কৰি আহিছে। ফলত আজি ভাৰত বিশ্বৰ এক মহাশক্তি।

*মোডীজীৰ জন্মৰ আগতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈছিল। আনকি মোডীজীয়ে কথা ক’বলৈ আৰম্ভ কৰাৰ আগতেই ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বোত্তম সংবিধান আছিল।*

মোডীজীয়ে যেতিয়া বজৰা আৰু কোলাম খেল খেলিছিল তেতিয়া ভাৰতে ভকৰা নংগল খাল নিৰ্মাণ কৰিছিল।

স্কুলত "মোদীজী" নামৰ কিতাপখন উলটি চাই ভাৰতে পাৰমাণৱিক গৱেষণা কেন্দ্ৰটো মুকলি কৰিলে...

মোডীজীয়ে যেতিয়া লেম্প জ্বলাবলৈ শিকিছিল তেতিয়া ভাৰতে তাৰাপুৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰম্ভ কৰিছিল।

আনকি মোডীজীয়ে সাজ-পোছাক পিন্ধাৰ আগতেই তেওঁলোকে ভাৰতত কাপোৰ বোৱা আৰম্ভ কৰিছিল।

ভাৰতত এইমছ, আই আই টি, আৰু বহুতো বিশ্ববিদ্যালয় আৰম্ভ হৈছিল।

ৰাজধানী এক্সপ্ৰেছৰ দৰে ৰে’ল দ্ৰুতগতিত চলি থকাৰ সময়তে মোডীজীয়ে চাহ বিক্ৰী কৰি আছিল।

ভাৰতে কিমান লাভ দেখিছে? ইতিমধ্যে সকলো সুবিধা সম্পন্ন হৈছে।

*এতিয়াও আন কিছুমানে বিশ্বাস কৰে বা বিশ্বাস কৰিবলৈ চেষ্টা কৰে যে যোৱা চাৰি বছৰত মোডীৰ বাবেই সকলো ঘটিছিল!!!* *আচলতে চাৰি বছৰত "মোডীজীয়ে" ভাৰতক ৪০ বছৰ পিছুৱাই লৈ গৈছে।*

জাতিহীন, সাম্প্ৰদায়িকভাৱে সমন্বিত ভাৰত সৃষ্টিৰ বাবে হাতে হাত ধৰি থিয় হোৱাসকলৰ শাৰীত,
মোডী মূৰত জাতিবাদী হৈ আহিছিল।

*আমাৰ সন্তানৰ স্বাৰ্থত, যাতে আমাৰ সন্তানে ইজনে সিজনৰ লগত কাজিয়া নকৰে, ভৱিষ্যতে আমাৰ সন্তানেও আমাৰ পূৰ্বপুৰুষসকলে যি স্বাধীনতা লাভ কৰিছিল, সেই স্বাধীনতা লাভ কৰক।*

হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপন সমিতিৰ গুৰুত্বপূৰ্ণ সভাযোৱা 5 ফেব্ৰুৱাৰী/24 তাৰিখে উত্তৰ বৰপেটা স্থিত বৰপেটা লজত...
06/02/2024

হাতেমা প্ৰাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপন সমিতিৰ গুৰুত্বপূৰ্ণ সভা

যোৱা 5 ফেব্ৰুৱাৰী/24 তাৰিখে উত্তৰ বৰপেটা স্থিত বৰপেটা লজত হাতেমা এল পি স্কুলৰ শতবর্ষ উদযাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাপতি হিচাপে আসন অলংকৃত কৰে গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত অধীক্ষক তথা উদযাপন সমিতিৰ সভাপতি, হাতেমা এল পি স্কুলৰ প্ৰাক্তন ছাত্ৰ মৌলানা আক্কেল আলী, মুখ্য পৃষ্ঠ পোষক হিচাপে উপস্থিত থাকে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, কাৰ্যকৰী সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুৰ ৰেজ্জাক, মুখ্য সম্পাদক তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰেফাজ উদ্দীন মোল্লা, বৰপেটা বি টি কলেজৰ অধ্যক্ষ হাসমত আলী প্ৰমুখ্যে বৃহত্তৰ হাতেমা অঞ্চলৰ যুৱ প্ৰজন্মৰ মহীৰূহ সকল ।
* সভাত আগন্তুক 2025 চনৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত শতবর্ষ উদযাপনৰ দিন ধার্য কৰা হয় ।
* চাৰিদিনীয়া বাৰেৰহনীয়া কাৰ্যসূচীৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ লোৱা হয় ।

07/01/2024

https://fb.watch/pqzvvi7CD4/?mibextid=Nif5oz
আগন্তুক 12, 13, 14 আৰু 15 জানুৱাৰী/2025 তাৰিখত অনুষ্ঠিত হবলগীয়া শতবৰ্ষ উৎসৱ উপলক্ষে আয়োজন কৰা,হাতেমা প্ৰাথমিক বিদ্যালয়ৰ সাধাৰণ সভাৰ কিছু দৃশ্য ।

Address

SHILA BAZAR
Barpeta
781309

Website

Alerts

Be the first to know and let us send you an email when Hatema lps posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share