Zoom News

Zoom News ৰাইজ আমাৰ লগত আমি ৰাইজৰ লগত

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
26/06/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Aman Ali, Saiful Ali

04/06/2024

মিৰাজুল ইছলামৰ সফলতা।

21/05/2024
20/04/2024

13/03/2024
22/09/2023
13/09/2023

গিফ্ট কুপন সমূহ 14/09/2023(বৃহস্পতি বাৰ) পৰা দিয়া আৰম্ভ কৰা হব। সকলোৱে যেন ADVERTISMENT টো চেয়াৰ কৰি দিয়ে 🙏🙏
T & C-
1. খেলখন কুপণ নং ১ পৰা ৪০০০ ভিতৰত অনুষ্ঠিত কৰা যাব।
২.Return কৰা পাৰ্চেল বা কাপোৰ/গহনাৰ কুপন বাতিল কৰা হব।
৩. এবাৰত এখন হে কুপন দিয়া যাব।
৪. ছবি সমূহ কেৱল ধাৰনাৰ কাৰণে উপলব্ধ। আচল product সমূহ ছবিৰ লগত নিমিলিব পাৰে
৫.Retail ২০০০টকাত আৰু Wholsale ১০,০০০ টকাত এখন কুপন দিয়া হব।
৬.অনলাইন আৰু অফলাইন দুইটাত উপলব্ধ।
৭. উৰুলিৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হব।

Shout out to my newest followers! Excited to have you onboard!Edish Ali, Md Jahangir Alom, Sumit Kushwah
17/06/2023

Shout out to my newest followers! Excited to have you onboard!

Edish Ali, Md Jahangir Alom, Sumit Kushwah

এইটো কি হল ...
04/02/2023

এইটো কি হল ...

16/01/2023

29/12/2022

*পৃথিৱীৰ ভিতৰত নিস্বাৰ্থ মানুহ জন হ'ল মা*

24/12/2022
 !  ‘Sec 144 Promulgated’State Level Recruitment for Class III & IV Posts to be held on 21-08-2022, 28-08-2022 & 11-09-2...
21/08/2022

!

‘Sec 144 Promulgated’

State Level Recruitment for Class III & IV Posts to be held on 21-08-2022, 28-08-2022 & 11-09-2022.

16/08/2022

নমস্কাৰ গ্ৰহণ কৰিব!

আপোনালোকক জনাবলৈ লৈছো যে আমাৰ Zoom News ৰ তৰফৰ পৰা স্বাধীনতা দিৱস উপলক্ষে এখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। তাত আমি ধৰি দিয়া মতে প্ৰতিযোগীৰ সংখ্যা নিচেই কম। গতিকে আমি ইয়াৰ ফলাফল 30 August ত ঘোষণা কৰিম থিৰাং কৰিছো।

ধন্যবাদ
Zoom News

Happy independence day to all of ours Page liker and supporter
15/08/2022

Happy independence day to all of ours Page liker and supporter



14/08/2022

আল-জামিয়াতুল-আলিয়া-লিল বানাত মাদ্ৰাছা খন্দকাৰ পাৰা ।

"  News_BEAUTY_CONTEST "===========================প্ৰতিযোগী নং 80Name:- Afrida AhmedAge- 4 YearsVill- DebradiDist:-  Ba...
11/08/2022

" News_BEAUTY_CONTEST "
===========================
প্ৰতিযোগী নং 80
Name:- Afrida Ahmed
Age- 4 Years
Vill- Debradi
Dist:- Barpeta (Assam)

নমস্কাৰ গ্ৰহণ কৰিব ।
প্ৰথমতে Zoom News পেজৰ তৰফৰ পৰা সকলোলৈকে 15 আগষ্ট উপলক্ষে,Zoom News নামৰ ফেচবুক পেজৰ তৰফৰ পৰা এখনি ফটো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । Zoom News পেজৰ জৰিয়তে ফটো প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আমি আমাৰ মাজত লুকাই থকা বহুতো শিশু, পুৰুষ আৰু মহিলাক আপোনালোকৰ আগত অলপ হ'লেও চিনাকি কৰাই দিম । Zoom News ৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।
গতিকে সকলোৱে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব বুলি Zooms-ৰ তৰফৰ আশা কৰিলোঁ ।

প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ :-
১/ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আপোনাৰ ফটোখন মাৰ্জিত সাজ-পোচাকৰ হ'ব লাগিব ।
২/ এই প্ৰতিযোগিতাত শিশু,পুৰুষ, মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব ।
৩/ প্ৰতিযোগীৰ বয়স ৩৫ বছৰ ওপৰৰ হ'ব নোৱাৰিব ।
৪/ ফটোসমূহ শিশু, পুৰুষ আৰু মহিলা, ক্ৰমে পৃথক পৃথককৈ বাচনি কৰা হ'ব ।
৫/ CONTEST ত অংশগ্ৰহণ কৰা সকলৰ মাজৰ পৰা যিকোনো এগৰাকীক শ্ৰেষ্ঠ হিচাপে বাছনি কৰি বিজয়ী ঘোষণা কৰা হ'ব আৰু ১০০০/- (টকা) লগতে আকৰ্ষনীয় পুৰস্কাৰেৰে পুৰষ্কৃত কৰা হ'ব ।
৬/ বিজেতাক " িনয় কৰাৰ সুযোগ প্ৰদান কৰা হ'ব ।
৭/ Like, Comment আৰু Share-ৰ ভিত্তিত ফটোসমূহ বাচনি কৰা হ'ব । নম্বৰসমূহ এনেদৰে মূল্যায়ন কৰা হ'ব
i)1 Like= 1 Mark
ii)1Comment = 2 Marks &
iii)1 Share = 5 Marks
৮/ ফটোসমূহ গ্ৰহণ কৰা অন্তিম তাৰিখ 15 আগষ্ট ২০২২' । সেয়ে অতি সোনকালে আপোনাৰ ফটোখন আমালৈ প্ৰেৰণ কৰক ।
৯/ প্ৰতিযোগিতাখনিত নুন্যতম
৪০০(400) গৰাকীতকৈ কম প্ৰতিযোগী হ'লে, প্ৰতিযোগিতাখনি বাতিল কৰা হ'ব ।
১০/ Like, Comments আৰু Share সমূহ ১০ মে' তাৰিখে গণনা কৰা হ'ব ।
১১/ এবাৰ গণনা কৰাৰ পাছত অহা Like, Comment আৰু Share গণনাৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচিত কৰা নহ'ব ।
১২/ ৰিজাল্ট সমূহ ১৬ আগষ্ট তাৰিখে Zooms পেজৰ যোগেদি ঘোষণা কৰা হ'ব ।
#সকলোৱে_পেজ_টোত_গৈ_পিনে_হে_like_comment, িব । পেজত দেখিব পোৱা খিনিহে আমি count কৰিম।
______________________
ইচ্ছুক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তেওঁৰ ফটো WhatsApp-ৰ যোগেদি আমালৈ প্ৰেৰণ কৰিব পাৰে.....
WhatsApp নম্বৰ___
+91-9854897593
+91-7002883841

ফটোসমূহৰ লগত নাম, ঠিকনা আৰু বয়স আমালৈ প্ৰেৰণ কৰক ।

ধন্যবাদেৰে
এডমিন ডেস্ক
ZOOM NEWS

75 সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আকৰ্ষণীয় প্ৰাইজমানি ২ দিনীয়া নাওখেল প্ৰতিযোগিতাত সকলো খেলপ্ৰেমী সকলক খেল উপভোগ...
09/08/2022

75 সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আকৰ্ষণীয় প্ৰাইজমানি ২ দিনীয়া নাওখেল প্ৰতিযোগিতাত সকলো খেলপ্ৰেমী সকলক খেল উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।



ভেটি লওঁতে হাতে-লোটে ধৰা পৰিল গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ ASI চবিন পল দাস   #          #
07/08/2022

ভেটি লওঁতে হাতে-লোটে ধৰা পৰিল গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ ASI চবিন পল দাস # #

"  News_BEAUTY_CONTEST "===========================প্ৰতিযোগী নং 79Name:- Fardin Rasul IslamAge:-8Vill:-ManipurDist:- Bat...
07/08/2022

" News_BEAUTY_CONTEST "
===========================
প্ৰতিযোগী নং 79
Name:- Fardin Rasul Islam
Age:-8
Vill:-Manipur
Dist:- Batpeta (Assam)

নমস্কাৰ গ্ৰহণ কৰিব ।
আমাৰ Zoom News পেজৰ তৰফৰ পৰা সকলোলৈকে 15 আগষ্ট উপলক্ষে,Zoom News নামৰ ফেচবুক পেজৰ তৰফৰ পৰা এখনি ফটো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । Zoom News পেজৰ জৰিয়তে ফটো প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আমি আমাৰ মাজত লুকাই থকা বহুতো শিশু, পুৰুষ আৰু মহিলাক আপোনালোকৰ আগত অলপ হ'লেও চিনাকি কৰাই দিম । Zoom News ৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।
গতিকে সকলোৱে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব বুলি Zooms-ৰ তৰফৰ আশা কৰিলোঁ ।

প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ :-
১/ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আপোনাৰ ফটোখন মাৰ্জিত সাজ-পোচাকৰ হ'ব লাগিব ।
২/ এই প্ৰতিযোগিতাত ৩৫ বছৰৰ তলৰ সকলো শিশু,পুৰুষ, মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব ।
৩/ ফটোসমূহ শিশু, পুৰুষ আৰু মহিলা, ক্ৰমে পৃথক পৃথককৈ বাচনি কৰা হ'ব ।
৪/ Like, Comment আৰু Share-ৰ ভিত্তিত ফটোসমূহ বাচনি কৰা হ'ব । নম্বৰসমূহ এনেদৰে মূল্যায়ন কৰা হ'ব
i)1 Like= 1 Mark
ii)1Comment = 2 Marks &
iii)1 Share = 5 Marks
৫/ ফটোসমূহ গ্ৰহণ কৰা অন্তিম তাৰিখ 15 আগষ্ট ২০২২' । সেয়ে অতি সোনকালে আপোনাৰ ফটোখন আমালৈ প্ৰেৰণ কৰক ।
৬/ প্ৰতিযোগিতাখনিত নুন্যতম
৪০০(400) গৰাকীতকৈ কম প্ৰতিযোগী হ'লে, প্ৰতিযোগিতাখনি বাতিল কৰা হ'ব ।
৭/ Like, Comments আৰু Share সমূহ ১৬ অগষ্ট তাৰিখে গণনা কৰা হ'ব ।
৮/ এবাৰ গণনা কৰাৰ পাছত অহা Like, Comment আৰু Share গণনাৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচিত কৰা নহ'ব ।
৯/ ৰিজাল্ট সমূহ ১৬ আগষ্ট তাৰিখে Zooms পেজৰ যোগেদি ঘোষণা কৰা হ'ব ।
#সকলো
ৰিজাল্ট সমূহ ১৬ আগষ্ট তাৰিখে Zooms পেজৰ যোগেদি ঘোষণা কৰা হ'ব ।
#সকলোৱে_পেজ_টোত_গৈ_পিনে_হে_like_comment, িব । পেজত দেখিব পোৱা খিনিহে আমি count কৰিমl
আকৰ্ষণীয় পুৰস্কাৰসমুহ:
১/CONTEST ত অংশগ্ৰহণ কৰা সকলৰ মাজৰ পৰা যিকোনো এগৰাকীক শ্ৰেষ্ঠ হিচাপে বাছনি কৰি বিজয়ী ঘোষণা কৰা হ'ব আৰু ১০০০/- (টকা) লগতে আকৰ্ষনীয় পুৰস্কাৰেৰে পুৰষ্কৃত কৰা হ'ব ।
২/ বিজেতাক কালাম চাৰৰ লিখা "Wings of Fire" জনপ্ৰিয় কিতাপখন প্ৰদান কৰা হব। িনয় কৰাৰ সুযোগ প্ৰদান কৰা হ'ব।
______________________
ইচ্ছুক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তেওঁৰ ফটো WhatsApp-ৰ যোগেদি আমালৈ প্ৰেৰণ কৰিব পাৰে।
Mob: 7002994166

Address

Barpeta
781311

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919854897593

Alerts

Be the first to know and let us send you an email when Zoom News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Zoom News:

Videos

Share


Other News & Media Websites in Barpeta

Show All