News 10 Assam

  • Home
  • News 10 Assam

News 10 Assam NEWS 10 Assam – A registered Web Based News & Media website, we are the 4th pillar of the democrac

04/10/2025

অসমৰ বঙাইগাঁও জিলাৰ ছোৱালী নেপালত musical programmes ত

আজি শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জুবিন দাৰ প্ৰতি ন্যায় বিচাৰি হাতত মমবাতি লৈ  এক সমদলত উলিয়াই। সেয়েহে, আগন্তুক দি...
03/10/2025

আজি শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জুবিন দাৰ প্ৰতি ন্যায় বিচাৰি হাতত মমবাতি লৈ এক সমদলত উলিয়াই।
সেয়েহে, আগন্তুক দিনত জুবিন দাৰ বাবে ন্যায় বিচাৰি অসমৰ বিভিন্ন গাঁৱে-ভূঞে,নগৰে-চহৰে এনে প্ৰতিবাদী সমদল উলিয়াব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জনায় ।




অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ৯১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে শিৱসাগৰৰ যুৱ দৌল প্ৰেক্ষাগৃহত...
03/10/2025

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ৯১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে শিৱসাগৰৰ যুৱ দৌল প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাত উপস্থিত থাকো।
সকলো ক্ষেত্ৰৰ ৰাইজ উপস্থিত থাকে।
স্মৃতিচাৰণ অনুষ্ঠানটিৰ উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আৰু স্মাৰক বক্তৃতা প্ৰদান কৰে যুৱ বক্তা ত্ৰিদিপ ভাগৱতীয়ে।






03/10/2025

জনতা ,বালিকুৰী ৰামপুৰ গেছ টেংকি চুৰক ৰাইজে আটক কৰে ....




03/10/2025

অসম ৰ মূখ্য মন্ত্ৰীৰ সংবাদ মেল



ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল শ্যামকানুৱে৩০ ছেপ্টেম্বৰতে ছিংগাপুৰৰ পৰাই দাখিল কৰিছিল আবেদন...
03/10/2025

ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল শ্যামকানুৱে
৩০ ছেপ্টেম্বৰতে ছিংগাপুৰৰ পৰাই দাখিল কৰিছিল আবেদন
ভাৰত চৰকাৰ, অসম চৰকাৰ, অসমৰ DGP, NIA আৰু CBIক প্ৰতিপক্ষ হিচাপে ৰাখিছে শ্যামকানুৱে
অসমৰ অধিবক্তা নলৈ ৰাজ কমল নামৰ দিল্লীৰ অধিবক্তাৰ জৰিয়তে আবেদন
১ অক্টোবৰৰ নিশা দিল্লী বিমানবন্দৰত SITএ গ্ৰেপ্তাৰ কৰিছিল শ্যামকানুক
উচ্চতম ন্যায়ালয়ৰ বন্ধ শেষ হ’লেই SCIN010567152025 নম্বৰ গোচৰটোৰ শুনানিৰ সম্ভাৱনা

অনুগ্ৰহ কৰি কাৰোবাৰ চিনাকি যদি খবৰ টো দিয়ক তেওঁলোকৰ ঘৰৰ মানুহক 👏🏾ডিব্ৰুগড় বৰবৰুৱা থানাত খবৰ কৰক।তেওঁলোকৰ মৃতদেহ বৰবৰুৱা...
01/10/2025

অনুগ্ৰহ কৰি কাৰোবাৰ চিনাকি যদি খবৰ টো দিয়ক তেওঁলোকৰ ঘৰৰ মানুহক 👏🏾
ডিব্ৰুগড় বৰবৰুৱা থানাত খবৰ কৰক।
তেওঁলোকৰ মৃতদেহ বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰত ৰখা হৈছে।

ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত এই দুজন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী কিশোৰী গুৰুতৰ ভাৱে আহত হৈছে । নিহত আৰু আহত সকলৰ পৰিচয় জানিব পৰা হোৱা নাই । আজি পুৱা নিয়ন্ত্ৰণ হেৰুৱাই AS 04 S 5355 নম্বৰৰ এখন বিলাসী বাহন ডিব্ৰুগড় চেঁ‌চাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ' খাৱৈত সোমাই পৰে । যাৰ ফলত দুজনৰ মৃত্যু হয়।
( #পষ্টটো_যিমান_পাৰে_শ্বেয়াৰ_কৰি_দিয়ক..🙏🏾)
Copied from Bandita )

হেন্দকাফ লগাই অনা হৈছে  সিদ্ধাৰ্থ শৰ্মাক আৰু শ্যামকানু মহন্তক
01/10/2025

হেন্দকাফ লগাই অনা হৈছে সিদ্ধাৰ্থ শৰ্মাক আৰু শ্যামকানু মহন্তক

30/09/2025

বৰ্ষাপাৰা ষ্টেডিয়াম অত জুবিন গাৰ্গৰ মায়াবিনী ৰাতি ৰ বুকুত





30/09/2025

বৰ্ষাপাৰা ষ্টোডিয়াম .....





30/09/2025

অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণদয়ৰ বিষয়ে অলোচনা কৰে .......

30/09/2025

10 বছৰ আগতে অসমত আৰবী নামৰএখন হোটেল নাছিল



Address

Balikuri

781319

Alerts

Be the first to know and let us send you an email when News 10 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News 10 Assam:

  • Want your business to be the top-listed Media Company?

Share