#বাক্সাৰ ভাৰত- ভূটান সীমান্তত যাতায়তৰ নামত ৰাইজৰ দূৰ্ভোগ।
#নৈৰ মাজেৰে বিপদসংকুল ভাৱে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ জনসাধাৰণে।
#আজিলৈকে পুনৰ নিৰ্মাণ নহ'ল ভূটান সীমান্তৰ পৰা বৈ অহা দিৰিং নদীৰ ওপৰত থকা পকী দলংখন।
#বিগত পাচবছৰ পূৰ্বে ভূটানৰ পৰা বৈ অহা বাঢ়নী পানীয়ে ভাঙি পেলাইছিল দিৰিং নদীৰ পকী দলংখন।
জীভাৰ পানী পৰিছে নেকি
তেন্তে আহা
Wonderful 2 Rihno at Manas National Park
#বাক্সাৰ সূৱণখাটাত বিশ্ব ধপাত বিৰোধী দিৱস পালন
#ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ সূৱণখাটাতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ধপাত বিৰোধী দিৱস ৷
# সূৱণখাটা উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উদযাপন কৰে এই দিৱসটো ৷
এটা বিশেষ হাতী। মানস ৰাষ্ট্ৰীয় উদ্যানত আছে এই হাতীটো।
এটা দাত থকা বাবে সকলোৱে মাতে গণেশ বুলি।
আজিৰে পৰা ভূটানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আহিব ধাৰাসাৰ বৃষ্টি।
ইয়াৰ ফলত ভূটানত ডাৱৰ বিস্ফোৰণৰ লগতে হব পাৰে ব্যাপক হাৰত ভূমি স্খলন।
আজি ভূটান- ভাৰত বন্ধত্ব সংস্থাৰ ছানদ্ৰুপজংখাৰ চেক্টৰৰ উপদেষ্টা চিৰিং নামগ্যালে জনাইছে এই কথা।
গৰমে দহিছে ৰাজ্য
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যৰ চুকে কোনে পাতিছে এতিয়া ভেকুলীৰ বিয়া