ASSAM MEDIA 98

ASSAM MEDIA 98 ASSAM MEDIA 98

ভাৰতবৰ্ষৰ ৭৬ তম্ গণতন্ত্ৰ দিৱস উপলক্ষে সকলো দেশবাসীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
26/01/2025

ভাৰতবৰ্ষৰ ৭৬ তম্ গণতন্ত্ৰ দিৱস উপলক্ষে সকলো দেশবাসীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Happy 76th Republic day 2025ASSAM MEDIA 98
26/01/2025

Happy 76th Republic day
2025
ASSAM MEDIA 98

অভিজিত তালুকদাৰ ,  দ্বীপত দাস, আৰু বিকাশ দাসক মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ গ্ৰেপ্তাৰ। তিনিওটা চুৰে লুটপাত ছলাইছিল বশিষ্ঠ অঞ্চ...
24/01/2025

অভিজিত তালুকদাৰ , দ্বীপত দাস, আৰু বিকাশ দাসক মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ গ্ৰেপ্তাৰ। তিনিওটা চুৰে লুটপাত ছলাইছিল বশিষ্ঠ অঞ্চলত।আতাইকেইজনৰ ঘৰ বশিষ্ঠত। ধৃত কেইজনৰ পৰা দুটা ইনভাৰ্টাৰ, দুটা গেছ ছিলিণ্ডাৰ লগতে এটা চেমছাং মোবাইল ফোন জব্দ কৰে। এক গোপন সূত্ৰৰ পম খেদি বশিষ্ঠ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া কঁপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।

Thank you so much ASSAM MEDIA 98 Family members.Thanks a lot of all!
23/01/2025

Thank you so much ASSAM MEDIA 98 Family members.
Thanks a lot of all!

আন্তৰিক অভিনন্দন নাদিয়া! ✨💐ছোৱালী -মহিলা খালি পাকঘৰতে সীমাবদ্ধ ধাৰণাটো নিশ্চিত ভাৱে সলনি হৈছে এতিয়া! যিটো সময়ত আমাৰ ম...
12/01/2025

আন্তৰিক অভিনন্দন নাদিয়া! ✨💐

ছোৱালী -মহিলা খালি পাকঘৰতে সীমাবদ্ধ ধাৰণাটো নিশ্চিত ভাৱে সলনি হৈছে এতিয়া! যিটো সময়ত আমাৰ মহিলাই মহাকাশ অভিযানৰ পৰা আৰম্ভ কৰি দেশ চলাই আছে, ৰাজনৈতিক, শৈক্ষিক, চিকিৎসা বিজ্ঞানতে নহয় এখোজ আগুৱাই গৈ উৰা জাহাজ চলোৱাতো আমাৰ ভাতিজী ছোৱালীয়ে সক্ষম হৈছে এয়া আমাৰ বাবে অতি গৌৰৱৰ কথা।

এই প্ৰাপ্তি কেৱল বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিছে নাদিয়া ৰোহিয়ে এনে নহয় সমগ্ৰ অসমতে গৌৰৱ আনিছে। ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ ছোৱালীয়ে যিটো সময়ত বাল্য বিবাহৰ দৰে সমস্যাত ভুগি আছে, সেই সময়তে সেই অঞ্চলৰ পৰা ভালে সংখ্যক ছোৱালীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজৰ অঞ্চলৰ সুনাম অৰ্জন কৰি আছে আৰু আমাৰ সমাজৰ সমস্যা সমাধান কৰিবলৈও সক্ষম হৈ আছে।

নাদিয়া ভবা মতেই জীৱনত আগুৱাই যাওঁক আৰু আমাৰ সমাজৰ বহু ছোৱালীৰ বাবে প্ৰেৰণা হওক!
আমাৰ তৰফৰ পৰা বহুত শুভেচ্ছাঁ আৰু অভিনন্দন জনালোঁ নাদিয়া।। ✨




💫

Train cancellation for the next 15 days in the hill section.Lumding - Badarpur jn
14/11/2024

Train cancellation for the next 15 days in the hill section.
Lumding - Badarpur jn

🔴লেবাননত পুনৰ ইজৰাইলৰ বিমান আক্ৰমণ 🔴বিগত ২৪ ঘন্টাত ইজৰাইলে লেবাননত চলোৱা আক্ৰমণত নিহত ৪৬ জন লোকৰASSAM MEDIA 98
03/10/2024

🔴লেবাননত পুনৰ ইজৰাইলৰ বিমান আক্ৰমণ
🔴বিগত ২৪ ঘন্টাত ইজৰাইলে লেবাননত চলোৱা আক্ৰমণত নিহত ৪৬ জন লোকৰ
ASSAM MEDIA 98

03/10/2024
Tripura state & Bangladesh flood affected Pray 🙏 for him
23/08/2024

Tripura state & Bangladesh flood affected
Pray 🙏 for him

23/08/2024

I gained 32 followers, created 10 posts and received 22 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

অভিনন্দন ✨  হোজাই চিতলমাৰীৰ Sayeed Choudhury এ ত্ৰিপুৰা ইউনিভাৰ্ছিটিত M.Sc in Physicsত মেধাৰ ভিত্তিত এডমিশ্বন লাভ কৰিছে।...
23/07/2024

অভিনন্দন ✨
হোজাই চিতলমাৰীৰ Sayeed Choudhury এ ত্ৰিপুৰা ইউনিভাৰ্ছিটিত M.Sc in Physicsত মেধাৰ ভিত্তিত এডমিশ্বন লাভ কৰিছে। চাইদ চৌধুৰীলৈ আমাৰ অভিনন্দন থাকিল।

  Tragic Road Accident: Six persons die in tragic road accident after head-on collision between auto and Hyundai car in ...
23/07/2024


Tragic Road Accident: Six persons die in tragic road accident after head-on collision between auto and Hyundai car in Berajal, Nilambazar, Karimganj.

Name of Deceased
---------------------------------
1. Gulzar Hussain (32)
2. Jahida Begom (26)
3. Sazidul Hussain (18 month's)
4. Bedana Begom(50)
5. Ruhul Alom (30)
6. Hasna Begom (46)

06/07/2024
Train ✖️🚆
04/07/2024

Train ✖️🚆

  বাইক আৰোহী সকলৰ বাবে ভাল খবৰ।।বাইক চালক, ই-ৰিক্সা চালক, অটোচালকৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । এতিয়াৰে পৰা কাগ...
27/06/2024


বাইক আৰোহী সকলৰ বাবে ভাল খবৰ।।

বাইক চালক, ই-ৰিক্সা চালক, অটোচালকৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ।

এতিয়াৰে পৰা কাগজ-পত্ৰৰ নামত আৰক্ষীয়ে ল'ব নোৱাৰিব জৰিমনা।

৪বাৰলৈ নিয়ম ভাঙিলেও অটোৰিক্সা আৰু ই-ৰিক্সা চালকক বিহিব নোৱাৰিব জৰিমনা।

শীঘ্ৰেই এই সন্দৰ্ভত প্ৰকাশ হ’ব SOP।

Address

N. H 37
Badarpur

Telephone

+916026545197

Website

Alerts

Be the first to know and let us send you an email when ASSAM MEDIA 98 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share