শিৱসাগৰ জিলা বিজেপিৰ নতুন কাৰ্যলয়ৰ দুৱাৰ মূকলি অনুষ্ঠানত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।
শিৱসাগৰৰ ৰংঘৰ বাকৰিত ৰংপুৰ মেলা।
' চ্যুকাফা ফাউণ্ডেচন " ৰ উদ্যোগত মাঘ বিহু পালন । শিৱসাগৰৰ নগৰৰ দলমূখ চাৰি আলিৰ সমীপত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি মূৰ্ত্তিৰ সন্মুখত চ্যুকাফা ফাউণ্ডেচনৰ উদ্যোগত মেজি জ্বলোৱা কাৰ্যসূচী পালন কৰা হয় । লগতে চ্যুকাফা ফাউণ্ডেচনৰ সভাপতি বিৰিঞ্চি গোহায়ে সমাজৰ বহু কেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।
আমগুৰিৰ দোপদৰ গাড়ী গাঁওত ভোগালীৰ উপলক্ষে সম্প্ৰীতিয়ে এসাঁজ শীৰ্ষক অনুষ্ঠান।ত্ৰিদীপ কোঁৱৰ আৰু মণিষা গগৈৰ গীতৰ শৰাই।
শিৱসাগৰ জিলা বিজেপিৰ নৱ নিযুক্ত সভাপতি বিতোপন ৰাইদঙীয়াৰ ভোগালীৰ শুভেচ্ছা জ্ঞাপন।
বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ বৰ্ষ পূৰ্তি অনুষ্ঠান সম্পন্ন।
শিৱসাগৰত অসমী ভোগালী মেলা ২০২৫।
অৰ্পণা ভৰালীৰ ৰিপৰ্ট।
শিৱসাগবৰ জিলাৰ আমোলাপট্টি শিশু নিকেতনত আজি ৰং ধেমালিৰ উদ্যোগত শিল্পী দিবস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷শতাধিক পতিযোগীয়ে অশংগ্ৰহন কৰে ৷ শিৱসাগৰ হিন্দু ফেডাৰেচন সভাপতি ভাস্কৰ বৰুৱাৰ লগতে আৰু বহুকেইজ গন্য মান্য ব্যক্তি উপস্থিত থাকে ।
আযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা তথা ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তিত হিন্দুফেডাৰেচনৰ তৰফৰ পৰা শিৱসাগৰ মুক্তিনাথ চাৰিআলিত সামূহিক বন্তি প্ৰজ্বলনৰ মাধ্যমত ৰামচন্দ্ৰৰ বৰ্ষপূৰ্তি পালন কৰা হয়।
আমগুৰি দোপদৰ গাড়ীগাঁওত ১৩ আৰু ১৪ জানুৱাৰীত ভোগালী বিহুৰ সম্প্ৰীতিয়ে এসাঁজ শীৰ্ষক অনুষ্ঠান।
নামতি চাৰি আলিত অনুষ্ঠিত হৈছে আকৰ্ষণীয় আনন্দমেলা।সকলোৰে উপস্থিতি কামনা কৰিছে আৰোহণ চ'চাইটিয়ে।@namti