Amguri News Network

Amguri News Network সত্য , শুদ্ধ আৰু ব্যতিক্ৰমী খবৰ।

02/07/2024
07/03/2024

ঋণ আদায়ৰ বাবে যোৱা গ্ৰাহকৰে প্ৰকৃততে ঘটিছিল কি?
কিয় হৈছিল মনোমালিন্য?
সকলো ক'লে ভূক্তভোগী সৰোজিনী দাস পালে।

07/03/2024

'কা'ৰ বিৰুদ্ধে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

07/03/2024

'কা'ৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ

দেউতাক ৰুগীয়া, কৰ্কটৰোগত আক্ৰান্ত, চিকিৎসা লৈ আছে, পৰিয়ালতো আৰ্থিকভাৱে একেবাৰেই দুৰ্বল।কুলদ্বীপ শৰ্মা, পঢ়াত বহুতেই ভা...
06/06/2020

দেউতাক ৰুগীয়া, কৰ্কটৰোগত আক্ৰান্ত, চিকিৎসা লৈ আছে, পৰিয়ালতো আৰ্থিকভাৱে একেবাৰেই দুৰ্বল।

কুলদ্বীপ শৰ্মা, পঢ়াত বহুতেই ভাল কিন্তু পৰীক্ষাৰ সময়তে দেউতাকৰ অপাৰেচন হʼল, সি ডাঙৰ ল'ৰা হিচাপে ব্লাড বিচৰা, ডাক্তৰক লগ কৰা, চিকিৎসাৰ সহায় বিচাৰি বিধায়কক লগ কৰা,
ইফালে ঘৰত খোৱা কথাও চিন্তা কৰা সকলোবোৰ তেওঁ কৰিছে। ইমান বোৰ সমস্যাৰ মাজতে পঢ়ি পৰীক্ষা দি তেওঁ পাঁচটা বিষয়ত লেটাৰ সহ ৮৩% নং ৰে উত্তীৰ্ণ হৈ নিজ অঞ্চল আৰু বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে।

ধঁপাতৰি শিলভঁৰাল উচ্চমাধ্যমিক বিদ্যালয়, কামৰূপৰ পৰা আব্দুল মজিদ আলীয়ে ৫টা বিষয়ত লেটাৰ সহ ৮৬%ৰে Distinction পাই সমগ্ৰ অঞ্...
06/06/2020

ধঁপাতৰি শিলভঁৰাল উচ্চমাধ্যমিক বিদ্যালয়, কামৰূপৰ পৰা আব্দুল মজিদ আলীয়ে ৫টা বিষয়ত লেটাৰ সহ ৮৬%ৰে Distinction পাই সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

 - ৯২গৰাকী Covid19 আক্ৰান্তৰ আৰোগ্য প্ৰাপ্তি। দুবাৰকৈ ঋণাত্মক ফলাফল পোৱাৰ পিছত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয়।- কালাপাহাৰ ৪...
01/06/2020


- ৯২গৰাকী Covid19 আক্ৰান্তৰ আৰোগ্য প্ৰাপ্তি। দুবাৰকৈ ঋণাত্মক ফলাফল পোৱাৰ পিছত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয়।
- কালাপাহাৰ ৪৬ ;
মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয় ২২;
তেজপুৰ মেডিকেল কলেজ ১৩;
যোৰহাট মেডিকেল কলেজ ০৭;
ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ ০২;
শিলচৰ মেডিকেল কলেজ ০১;
অসম মেডিকেল কলেজ ০১

বলিউডৰ বিখ্যাত সংগীত পৰিচালক যুটী 'চাজিদ ৱাজিদ'ৰ ৱাজিদ খানৰ বৃক্কজনিত ৰোগ আৰু কৰোনাত( সন্দেহ) মৃত্যু। ৪৩ বছৰীয়া সংগীতজ্ঞ...
31/05/2020

বলিউডৰ বিখ্যাত সংগীত পৰিচালক যুটী 'চাজিদ ৱাজিদ'ৰ ৱাজিদ খানৰ বৃক্কজনিত ৰোগ আৰু কৰোনাত( সন্দেহ) মৃত্যু। ৪৩ বছৰীয়া সংগীতজ্ঞজনৰ মৃত্যুত সকলো অনুৰাগী এতিয়া শোকস্তব্ধ।

পুনৰ ৰাজ্যত চাৰিজনৰ দেহত কৰণাৰ অৱস্থিতি।।নতুনকৈ নগাঁৱৰ ৩জন, এজন ধেমাজিৰ।ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৬৮৬।
27/05/2020

পুনৰ ৰাজ্যত চাৰিজনৰ দেহত কৰণাৰ অৱস্থিতি।।
নতুনকৈ নগাঁৱৰ ৩জন, এজন ধেমাজিৰ।
ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৬৮৬।

BREAKING- ৰাজ্যত পুনৰ বাঢ়িল ১৯জন কৰোনা পজিটিভ, ৬১৬লৈ বৃদ্ধি।- ৭জন কৰিমগঞ্জৰ, ৫জন গোৱালপাৰাৰ, ৩জন গুৱাহাটীৰ আৰু ১জনকৈ ধুব...
26/05/2020

BREAKING
- ৰাজ্যত পুনৰ বাঢ়িল ১৯জন কৰোনা পজিটিভ, ৬১৬লৈ বৃদ্ধি।
- ৭জন কৰিমগঞ্জৰ, ৫জন গোৱালপাৰাৰ, ৩জন গুৱাহাটীৰ আৰু ১জনকৈ ধুবুৰী, হাইলাকান্দি,ওদালগুৰি আৰু লখিমপুৰৰ।

   অসমত পুনৰ ১৭জন COVID19 পজিটিভ। আজিৰ দিনটোতে COVID19ত আক্ৰান্ত হৈছে ৮৭ জন। ইয়াৰে ৪জন চিৰাং, ৪জন তিনিচুকীয়াৰ, এজনৰ ঘৰ গ...
23/05/2020


অসমত পুনৰ ১৭জন COVID19 পজিটিভ। আজিৰ দিনটোতে COVID19ত আক্ৰান্ত হৈছে ৮৭ জন।
ইয়াৰে ৪জন চিৰাং, ৪জন তিনিচুকীয়াৰ, এজনৰ ঘৰ গোৱালপাৰাত, ৩জন কাছাৰৰ, ৩জনৰ ঘৰ হাইলাকান্দিত।
ত্ৰিপুৰাৰ ২ জন।

Six persons from Tezpur quarantine centre are found   +. All of them belong to Sonitpur district.↗️Total cases 222↗️Reco...
22/05/2020

Six persons from Tezpur quarantine centre are found +. All of them belong to Sonitpur district.

↗️Total cases 222
↗️Recovered 54
↗️Active cases 161
↗️Deaths 04
↗️Migrated 03

যোৰহাটৰ পৃথকীকৰণ কেন্দ্ৰত থকা শিৱসাগৰৰ দুগৰাকী লোক কোভিড-১৯ত আক্ৰান্ত।অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -- ২...
22/05/2020

যোৰহাটৰ পৃথকীকৰণ কেন্দ্ৰত থকা শিৱসাগৰৰ দুগৰাকী লোক কোভিড-১৯ত আক্ৰান্ত।

অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -- ২১৪ জন ৷
উৎস: হিমন্ত বিশ্ব শৰ্মা।

Four persons have been reported   positive from Sarusajai Quarantine Centre - 2 from West Karbi Anglong; 1 each from Dar...
21/05/2020

Four persons have been reported positive from Sarusajai Quarantine Centre - 2 from West Karbi Anglong; 1 each from Darrang and Udalguri.

সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা অসমৰ নতুনকৈ ৪জনৰ দেহত Covid19 পজিটিভ পোৱা গৈছে। ২জন পশ্চিম কাৰ্বি আংলং আৰু ১জনকৈ দৰং আৰু ওদালগুৰিৰ।

Address

Amguri
785680

Alerts

Be the first to know and let us send you an email when Amguri News Network posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share