Azidul Hoque

Azidul Hoque Education Related information, Public figure , Personal Blog

08/12/2023
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীRanoj Pegu
08/12/2023

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী

Ranoj Pegu

02/11/2023

৭৫ শতাংশ নম্বৰ লাভেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ২৭,১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ টকাকৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ বাবে আজি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰ আৰু ৬০ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰীসহ মুঠ ৩৫,৭৭৬ গৰাকীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধা বঁটা ৰূপে স্কুটি (Scooty) প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়। অহা ২৯ নৱেম্বৰত আনন্দৰাম বৰুৱা বঁটা আৰু ৩০ নৱেম্বৰত বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হ'ব।

Finally আহি গ'ল আপোনালোকৰ সপোন  I
31/10/2023

Finally আহি গ'ল আপোনালোকৰ সপোন I

27/10/2023
27/10/2023
Important Question for Upcoming ADR Exam
26/10/2023

Important Question for Upcoming ADR Exam

For ADR
21/09/2023

For ADR

18/08/2023

India will host the next G20 summit in New Delhi in September 2023 -

Here is a short notes on G20 from APSC/ ADRE perspective!

G-20

• Founded in 1999 after Asian financial crisis

• Initially started off as a meeting of finance ministers & central bank governors

• As a response to the financial crisis of 2008, the G-20 was upgraded to head of state level in an inaugural summit in Washington, D.C.

• It is also known as “Summit on Financial Markets and the World Economy” It represents 84% of the global GDP

• G-20 operates without a permanent secretariat or staff

• Groups chair rotates annually among member countries

• India will host first summit of G-20 in 2023

• Chiefs of IMF, WB, and other imp people participate in G 20 Summit

• G20 nations collectively account for 79% of all emissions. (Emission Gap Report, UNEP) Financial

Stability Board - It was established after the G20 London summit in April 2009

How to remeber G20 countries?

Trick: GURU JI SITA AB SSC FCI ME kaam karti hain
G - Germany
U - USA
R - Russia
U - UK
J - Japan
I - India
S - S. Africa
I - Italy
T - Turkey
A - Argentina
A - Australia
B - Brazil
S - Saudi Arabia
S - S. Korea
C - Canada
F - France
C - China
I - Indonesia
M - Mexico
E - EU

10/08/2023

অসমৰ বাহিৰৰ B.Ed Course ক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া।
ভুৱা বুলি কোৱাটো ভুল হব ।
It's approved by NCTE .

Assamese Important GK Questions and Answers.
07/07/2023

Assamese Important GK Questions and Answers.

★★★হঠাৎ এটা ভাল খবৰ★★★ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত হৈছে অসমৰ সুৰঞ্জনা দত্ত ৷ দত্ত এছ বি আইৰ মুখ্য...
16/06/2023

★★★হঠাৎ এটা ভাল খবৰ★★★
ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত হৈছে অসমৰ সুৰঞ্জনা দত্ত ৷ দত্ত এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্ত অসমৰ প্ৰথমগৰাকী মহিলা বিষয়া৷ এই অনন্য সফলতাৰে তেখেতে অসমবাসীক গৌৰৱান্বিত কৰিছে। তেখেতলৈ যাচিছোঁ উষ্ম অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা৷ অসমৰ নতুন প্ৰজন্মৰ বাবে আপুনি হওক অনুপ্ৰেৰণাৰ উৎস৷

17/05/2023

মেট্ৰিক, HSৰ পৰীক্ষা ফলাফলক লৈ ডাঙৰ ঘোষণা

15/05/2023
15/05/2023

চৰক পূজা , মইনবৰী

03/05/2023

হাইদৰাবাদৰ কবৰস্থানক পাকিস্তানৰ কবৰস্থান বুলি একাংশ নিউজ চেনেলত ভুৱা প্ৰচাৰ চলাইছিল ।
কবৰস্থানক লৈ Asaduddin Owaisi য়ে দিলে স্পষ্টিকৰণ।

03/05/2023

ধনী দুখীয়া সকলোৱে পাৱ 38000 কৈ টকা ।

01/05/2023

দৰিদ্ৰ পৰিয়াললৈ ৩টা ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে । হিমন্ত বিশ্ব শৰ্মাৰ বৃহত্‍ ঘোষণা ।

29/04/2023

তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিক লৈ হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। নিযুক্তি পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰিলে চৰকাৰে। ১১ মে'ত দিয়া হ'ব নিযুক্তি পত্ৰ।

26/04/2023

আজিৰ পৰা তিনিটা নিয়ম পালন কৰিব লাগিব ।

25/04/2023

হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা।অহা ১ মে'ৰ পৰা টকা পোৱা আৰম্ভ কৰিব।পুৰুষ মহিলা উভয়ে পাব।

24/04/2023

মুছলমানসকলে হেৰুৱাব সংৰক্ষণ ব্যৱস্থা! বিজেপিয়ে বাতিল কৰিব মুছলমানসকলৰ সংৰক্ষণ ব্যৱস্থা!

23/04/2023

শিল-বৰষুণ, বজ্ৰপাতৰ বাবে শিক্ষানুষ্ঠান বন্ধ ঘোষণা! ২৪ এপ্ৰিলত বিদ্যালয়, মহাবিদ্যালয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ।

22/04/2023

আজি পবিত্ৰ ঈদ উল ফিতৰ দিন । ৰাতিপুৱাৰ ভাগতে এনেকুৱা পৰিৱেশ।

21/04/2023

মহামান্য বৰপেটা সত্ৰ ন্যায়ালয়ে ছাত্ৰ মুক্তিৰ নেতা তথা সতীৰ্থ বুলবুল খানক আজি দোষ মুক্ত বুলি ঘোষণা কৰিলে

21/04/2023

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে প্রয়োজন নহয় টেট। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেট প্ৰত্যাহাৰ হ’ব।

20/04/2023

পি এম কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী জাননী, এতিয়াই কৰক এই কাম । কেতিয়া চৰকাৰে মুকলি কৰিব ১৪ নং কিস্তিৰ ধন । কেনেকৈ চাব তালিকাত আপোনাৰ নাম?

Address

Abhayapuri
781321

Alerts

Be the first to know and let us send you an email when Azidul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category


Other Video Creators in Abhayapuri

Show All