Happy Ganesh Chaturthi
#arpan_production #ganesh #ganeshfestival #ganeshji #ganeshchaturthi #wish
পাঠশালাৰ ধনঞ্জয় দাসৰ কি সুমধুৰ বাহী বাদন চাওঁ আহক.........
সুন্দৰ প্ৰতিভা
নাম- ঋষভ ৰঞ্জন ভাগৱতী
#Rishav
#সততে_দেখি_থকা_সমস্যা_এটাৰ_সমাধান_কৰো _আহক
#বিশ্বকৰ্মা_পূজা
বিশ্বকৰ্মা পূজা যাৱৰ দুদিন মান হ'ল .......
পুৱা ৭:৩০ মান বজাত #Arindam_Sarma (দাদা) আৰু মই চামতাৰ চকৰ পিনে বজাৰ কৰিবলৈ গ'লো ...... থিক #সাহপুৰ_জ্ঞানদায়ীনী_হাইস্কুল ৰ খেল পথাৰৰ কাষত দেখা পালো বিশ্বকৰ্মা ৰ মূৰ্তি এটা ৰাস্তা ৰ দাতিত বাগৰি আছে। হেন সময়তে লগ পালো #Debasish_Sarma দাদা আৰু #Rupam_Barman দাদাক আৰু চাৰিও জনে লগ হৈ আমি মূৰ্তিটো বুঢ়াদিয়া নদীত বিসৰ্জন দিলো।
যিটো মূৰ্তি ক ভগৱান ৰূপে মানি পূজা অৰ্চনা কৰে সেই মূৰ্তিটোক ৰাজপথত থৈ যোৱাৰ কোনো যুক্তি যুক্ততা নাই ।
আৰু সমগ্র ঘটনা ৰ এটা সৰু ভিডিও বনালো আশা কৰো আপোনালোকে চাব .......
🚩🚩🚩
#earthful_foundation #xokaah #AssamFloods #FloodRelief
বহুত দিনৰ মূৰত এটা নতুন ভিডিও......
প্ৰতিযোগী নং- ১৭
Name- Julbikka rizbi
Class-4
School-Saint Francis De Sales School.
. নমষ্কাৰ স্বাগতম জানাইছো Arpan Production ফেচবুক পেজলৈ
লক ডাউন ৰ এই দীঘলীয়া সময়ছোৱাত বিশেষ কৈ ছাত্র ছাত্রী সকলে বিভিন্ন সৃজনশীল কৰ্ম ( ছবি অকা, গান গোৱা, অভিনয় কৰা, নৃত্য কৰা, কবিতা পাঠ ) আদিত ব্যস্ত হৈ আছে।
আমাৰ নতুন কৈ খোলা এই পেজ খনৰ তৰফৰ পৰা এখন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। য'ত শ্ৰেষ্ঠ প্ৰতিযোগিক আমাৰ ফালৰপৰা পুৰস্কৃতও কৰা হব।
ইচ্ছুক প্ৰতিযোগিয়ে নিজৰ সৃষ্টিশীলতাক আমাৰ WhatsApp নম্বৰ ৭০৯৯২৩৩২৫৭( 7099233257) প্ৰেৰণ কৰক।
#নিয়মাবলী - অংশগ্রহণ কৰা প্ৰতিযোগিৰ লাইক আৰু চেয়াৰৰ ওপৰত ভিত্তি কৰি পুৰস্কৃত কৰা হব।
#প্ৰতিযোগিৰ শুদ্ধ নাম ঠিকানাসহ আমালৈ প্ৰেৰণ কৰক।
#অংশগ্ৰহনৰ শেষ সময় ১৮ জুন।
ধন্যবাদ🙏